'প্ৰতিবাদ কৰাৰ অধিকাৰ আছে খেতিয়কৰ।' উচ্চতম ন্যায়ালয়ত কৃষক বিদ্ৰোহ প্ৰসংগ। কৃষকৰ সৈতে আলোচনা সম্পন্ন নোহোৱালৈকে বাস্তৱায়িত নকৰিবলৈ পৰামৰ্শ চৰকাৰক।