• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩ মিনিটতেই পাব চিলিণ্ডাৰ! আৰম্ভ হৈছে LPG ATM, কেনেকৈ লাভ কৰিব ইয়াৰ সুবিধা?

৩ মিনিটতেই পাব চিলিণ্ডাৰ! আৰম্ভ হৈছে LPG ATM, কেনেকৈ লাভ কৰিব ইয়াৰ সুবিধা?

7 months ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

16 minutes ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

1 hour ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

4 hours ago
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

4 hours ago
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

5 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

5 hours ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

6 hours ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

6 hours ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

7 hours ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

8 hours ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

8 hours ago
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৩ মিনিটতেই পাব চিলিণ্ডাৰ! আৰম্ভ হৈছে LPG ATM, কেনেকৈ লাভ কৰিব ইয়াৰ সুবিধা?

৩ মিনিটতেই পাব চিলিণ্ডাৰ! আৰম্ভ হৈছে LPG ATM, কেনেকৈ লাভ কৰিব ইয়াৰ সুবিধা?

editor by editor
March 26, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
৩ মিনিটতেই পাব চিলিণ্ডাৰ! আৰম্ভ হৈছে LPG ATM, কেনেকৈ লাভ কৰিব ইয়াৰ সুবিধা?
0
SHARES
984
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এল পি জি চিলিণ্ডাৰক লৈ খেলিমেলি চলি থকাৰ মাজতেই সুখবৰ৷ এইবাৰৰ পৰা এলপিজি চিলিণ্ডাৰ বুক কৰি ডেলিভাৰিৰ বাবে অপেক্ষা কৰিব নালাগে৷ আপুনি নিজেই চিলিণ্ডাৰত ভৰাব পাৰিব গেছ৷ কিন্তু কেনেকৈ? এল পি জি এটিএমেৰে ভৰাব পাৰিব গেছ৷ দেশত আৰম্ভ হৈছে এলপিজি এটিএম৷ কেনেকৈ কাম কৰে এই ATMয়ে?

দিল্লীৰ পাৰ্শ্ববৰ্তী এলেকাত প্ৰথম LPG ATM আৰম্ভ হৈছে গুৰগাওঁত৷ চোহনাৰ চেক্টৰ ২২ত চেন্ট্ৰেল পাৰ্ক ফ্লাৱাৰ ভেলিত এল পি জি ভেণ্ডিং মেছিন আৰম্ভ হৈছে যি সম্পূৰ্ণ এটিএমৰ দৰেই কাম কৰে৷ ভাৰত পেট্ৰলিয়ামৰ তৰফৰ পৰা পাইলট প্ৰকল্প হিচাপে এই পৰিসেৱা আৰম্ভ কৰা হৈছে৷ বিগত ৬ মাৰ্চত এই মেছিন ইন্সটল কৰা হৈছে৷ এই এটিএমৰ পৰা চিলিণ্ডাৰত মাত্ৰ দুইৰ পৰা তিনি মিনিটতেই চিলিণ্ডাৰ ভৰাব পাৰিব৷ দিন হওক বা ৰাতি যিকোনো সময়তে এই পৰিসেৱা পোৱা যায়৷ অৰ্থাৎ নিশা গেছ শেষ গৈ গলে আৰু নোখোৱাকৈ থাকিব নালাগে৷ দিনৰ পাছত দি গেছৰ ডেলিভাৰি পোৱাৰ বাবে অপেক্ষা কৰিব নালাগে৷ কোনো ফোন বুকিঙৰো প্ৰয়োজন নহয়৷

এই এলপিজি এটিএমৰ আৰু এক সুবিধা আছে৷ ইয়াত লোহাৰ চিলিণ্ডাৰ দিয়া নহয়৷ তাৰ সলনি ফাইবাৰেৰে তৈয়াৰ কৰা কম্পছিট চিলিণ্ডাৰ দিয়া হয়৷ ইয়াৰ ওজন মাত্ৰ ৩ কিঃগ্ৰাঃ৷ ইয়াত ১৪ কিঃগ্ৰাঃ এলপিজি ভৰাব পাৰিব৷ এই চিলিণ্ডাৰটো স্বচ্ছ হোৱাৰ বাবে সহজেই দেখা যায় কিমান গেছ বাকী আছে৷

কেনেকৈ গেছ ভৰাব পাৰিব?

কম্পচিট চিলিণ্ডাৰ লৈ এটিএমলৈ যাওক৷

এইবাৰ ডিজিটেল স্ক্ৰিণত নিজৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ দিয়ক আৰু অটিপি ভেৰিফাই কৰাওক৷

ইয়াৰপাছতেই চিলিণ্ডাৰত থকা বাৰকোড বা কিউআৰ কোড স্কেন কৰক৷

ইউপিআই বা ডেবিট কাৰ্ডৰ মাধ্যমেৰে ডিজিটেল পেমেণ্ট কৰক৷

লগে লগে মেছিন এলিজিবিলিটি চেক কৰি এলপিজি ভৰাই দিব চিলিণ্ডাৰত৷

সমগ্ৰ প্ৰক্ৰিয়া শেষ হবলৈ মাত্ৰ দুইৰ পৰা তিনি মিনিট লাগিব৷

যদি কোনোৱে লোহাৰ চিলিণ্ডাৰৰ সলনি ফাইবাৰৰ চিলিণ্ডাৰ ল’ব খোজে তেতিয়া সেয়াও এটিএমতেই কৰিব পাৰিব৷

এই মেছিনত ১০ টা চিলিণ্ডাৰৰ ষ্টক থাকে৷ ষ্টক দুটা চিলিণ্ডাৰলৈ নামি আহিলে অটোমেটিক কাষৰ গেছ এজেন্সিলৈ যায়৷ তেওঁলোকে গেছ ৰিফিল কৰি যায়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!
জীৱনশৈলী

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

October 7, 2026
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!
জীৱনশৈলী

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

October 7, 2026
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ
অপৰাধ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

October 7, 2026
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ
অপৰাধ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

October 7, 2026
Next Post
বুধৰ নক্ষত্ৰত সূৰ্যৰ গোচৰ, ভাগ্য উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

বুধৰ নক্ষত্ৰত সূৰ্যৰ গোচৰ, ভাগ্য উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?

পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.