• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উচ্চতা তিনি ফুট, বিগ বছ১৬ খ্যাত আব্দু ৰজিকৰ বিয়া, পাত্ৰী কোন?

উচ্চতা তিনি ফুট, বিগ বছ১৬ খ্যাত আব্দু ৰজিকৰ বিয়া, পাত্ৰী কোন?

2 years ago
তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

56 minutes ago
মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

3 hours ago
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

3 hours ago
ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

4 hours ago
FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

5 hours ago
কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

6 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

14 hours ago
নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

14 hours ago
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

14 hours ago
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

15 hours ago
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

15 hours ago
গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

উচ্চতা তিনি ফুট, বিগ বছ১৬ খ্যাত আব্দু ৰজিকৰ বিয়া, পাত্ৰী কোন?

উচ্চতা তিনি ফুট, বিগ বছ১৬ খ্যাত আব্দু ৰজিকৰ বিয়া, পাত্ৰী কোন?

editor by editor
May 11, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিশ্ব, সংগীত
0
উচ্চতা তিনি ফুট, বিগ বছ১৬ খ্যাত আব্দু ৰজিকৰ বিয়া, পাত্ৰী কোন?
0
SHARES
312
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেখাত তেনেই কণমানি৷ কিন্তু চেহেৰা প্ৰাণবন্ত৷ ছলমান খানৰ বিতৰ্কিত শ্ব’ বিগ বছত ভৰি দিয়েই বিশ্বত চিনাকী চৰিত্ৰ হৈ পৰিল তাজাকিস্তানৰ গায়ক আব্দু ৰোজিক৷ ছলমান খানৰ বিগ বছৰ পৰাই তেওঁৰ জনপ্ৰিয়তা বহু পৰিমানে বৃদ্ধি পালে৷ বিশ্বৰ সকলোতকৈ চাপৰ গায়ক হিচাপে নজিৰ গঢ়িছে ৰজিকে৷

ছলমান খানৰ ছবি মেনে প্যাৰ কিয়া ছবিত দিল দিৱানা গীতটি গাই ছলমানৰ মন জয় কৰিছিল আব্দুলে৷ মাত্ৰ ১৮ বছৰ বয়সত আব্দু এতিয়া ধনী গায়কৰ ভিতৰতো এজন৷ সৰুৰে পৰাই ৰিকেটত আক্ৰান্ত আব্দু৷ এই ৰোগৰ বাবেই তেওঁৰ উচ্চতা নাবাঢ়িল৷ এসময়ত অৰ্থৰ অভাৱত ভূগি থকাৰ বাবে চিকিৎসাও কৰাব নোৱাৰিলে৷ বয়স বঢ়াৰ লগে লগে আব্দুৰ যশ-খ্যাতি কিন্তু বাঢ়ি থাকিল৷ এইবাৰ সেই আব্দুৱেই বিবাহৰ বহাৰ কথা ঠিৰাং কৰিছে৷

সামাজিক মাধ্যমযোগে আব্দুৱে জনাইছে বিবাহৰ খবৰ৷ অৱশেষত বিচৰা ভালপোৱা লাভ কৰিছে আব্দুৱে৷ যাৰবাবে বিবাহৰ দিনো থিক কৰিছে৷ ইতিমধ্যেই আঙুঠি পিন্ধোৱা অনুষ্ঠান সম্পন্ন হৈছে আব্দুৰ৷ আব্দুৱে কলা ৰঙৰ ব্লেজাৰ পৰিধান কৰিছে৷ ভিডিঅ’ শ্বেয়াৰ কৰি আব্দুৱে লিখিছে, ‘মোৰ বয়স ২০ বছৰ৷ মই সকলো সময়তে এনে এগৰাকী ছোৱালীৰ প্ৰেমত পৰাৰ সপোন দেখি আছিলো, যিয়ে মোক সন্মান কৰে, মোক ভালপায়৷ এয়া মোৰ সপোন আছিল৷ হঠাৎ সেই সপোনৰ নাৰীগৰাকীক বিচাৰি পালো৷ যিগৰাকী নাৰীয়ে মোক ভালপোৱাই নহয়, সন্মানো কৰে৷ মই নতুন জীৱনটোক লৈ খুবেই উৎসাহী৷

এই ভিডিঅ’ৰ কেপশ্ব্যনত আব্দুয়ে লিখিছে, ‘জীৱনত কেতিয়াও ভৱা নাছিলো যে মই এনে এগৰাকী নাৰী বিচাৰি পাম৷ মই কিমান সুখী ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম৷’ এক ৰিপৰ্টে প্ৰকাশ কৰামতে আব্দুৰ হবলগীয়া পত্নীৰ নাম আমিৰা৷ তেঁও মধ্যপ্ৰাচ্যৰ শাৰজাৰ বাসিন্দা৷ চলিত বছৰৰ ফেব্ৰুৱাৰী মাহত ডুবাইৰ শ্বপিং মলত আমিৰাৰ সৈতে দেখা হৈছিল আব্দুৰ৷ আগন্তুক ৭জুলাইত দুয়োৰে বিবাহৰ অনুষ্ঠান৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী
অসম

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

October 15, 2026
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

October 15, 2026
FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ
বিশ্ব

FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

October 15, 2026
কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি
জীৱনশৈলী

কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

October 15, 2026
Next Post
এইবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিলেও মোদীয়ে নাপায় প্ৰধানমন্ত্ৰীৰ আসনঃ কেজৰিৱাল

এইবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিলেও মোদীয়ে নাপায় প্ৰধানমন্ত্ৰীৰ আসনঃ কেজৰিৱাল

এইকেইটা ৰাশিৰ জাতকৰ ওপৰত আছে কুবেৰৰ আশীৰ্বাদ, কুবেৰৰ আশীৰ্বাদও কাহানিও ধনৰ অভাৱ নহয় এই ৪ৰাশিৰ

এইকেইটা ৰাশিৰ জাতকৰ ওপৰত আছে কুবেৰৰ আশীৰ্বাদ, কুবেৰৰ আশীৰ্বাদও কাহানিও ধনৰ অভাৱ নহয় এই ৪ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.