• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিলেও মোদীয়ে নাপায় প্ৰধানমন্ত্ৰীৰ আসনঃ কেজৰিৱাল

এইবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিলেও মোদীয়ে নাপায় প্ৰধানমন্ত্ৰীৰ আসনঃ কেজৰিৱাল

2 years ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

Bank Strike: একেৰাহে ৫ দিন বন্ধ থাকিব দেশৰ সকলো বেংক! কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম

3 minutes ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কোন ৰাশিৰ ভাগ্যত কি আছে? কোনে কোন হ’ব সাৱধান?

25 minutes ago
গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

1 hour ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

২১ ছেপ্টেম্বৰত ৫ ৰাশিৰ ফুলিব কপাল! ধন-সম্পদৰ পৰা কেৰিয়াৰলৈ আহিব পাৰে ভাল খবৰ

2 hours ago
সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

2 hours ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

3 hours ago
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

4 hours ago
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

5 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

19 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

20 hours ago
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

20 hours ago
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এইবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিলেও মোদীয়ে নাপায় প্ৰধানমন্ত্ৰীৰ আসনঃ কেজৰিৱাল

এইবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিলেও মোদীয়ে নাপায় প্ৰধানমন্ত্ৰীৰ আসনঃ কেজৰিৱাল

editor by editor
May 11, 2024
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
এইবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিলেও মোদীয়ে নাপায় প্ৰধানমন্ত্ৰীৰ আসনঃ কেজৰিৱাল
0
SHARES
198
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ তেওঁলোকে প্ৰশ্ন কৰে, ইণ্ডিয়া জোঁটৰ প্ৰধানমন্ত্ৰী কোন হ’ব? এইবাৰ আমি প্ৰশ্ন কৰিছো বিজেপিৰ প্ৰধানমন্ত্ৰী কোন হ’ব? তিহাৰ জে’লৰ পৰা বাহিৰলৈ আহিয়েই এই প্ৰশ্ন দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ৷ তেওঁৰ দাবী, বিজেপিয়ে এইবাৰ চৰকাৰ গঠন কৰিলেও আগন্তুক বৰ্ষতেই মোদীয়ে প্ৰধানমন্ত্ৰী পদ এৰিব লাগিব৷ সেয়ে এইবাৰ নিজৰ বাবে ভোট ভিক্ষা খোজাত নামিছে মোদী৷

শনিবাৰে সাংবাদিকৰ সন্মুখত কেজৰিৱালে কয়, ‘আগন্তুক বৰ্ষত মোদীৰ বয়স ৭৫ বছৰ হ’ব৷ বিজেপিত কোনো ব্যক্তিকে ৭৫ বছৰৰ পাছত পদবীত ৰখা নহয়৷ সেয়ে মোদীয়েও অৱসৰ ল’ব লাগিব৷ আদৱানী, মুৰলী মনোহৰ যোশী, সুমিত্ৰা মহাজন, যশবন্ত সিনহা সকলোৱে অৱসৰ লৈছে৷ আগন্তুক বৰ্ষৰ ১৭ ছেপ্টেম্বৰত সেইবাবেই মোদীয়ে অৱসৰ ল’ব৷  মোদীয়ে অৱসৰ ল’লে প্ৰধানমন্ত্ৰী কোন হ’ব?

কেজৰিৱালে কয়, ‘মোদীৰ পাছত অমিত শ্বাহেই প্রধানমন্ত্ৰী হোৱাৰ দাবীদাৰ৷ মোদীয়ে নিজৰ বাবে নহয়, অমিত শ্বাহৰ বাবে ভোট বিচাৰিছে৷ বিজেপিয়ে এইবাৰ নিৰ্বাচন জিকিলে মুখ্যমন্ত্ৰীয়েও দুমাহৰ ভিতৰত ছিট এৰি দিব লাগিব৷ মুখ্যমন্ত্ৰী পদ হেৰুৱাব যোগী আদিত্যনাথেও৷ কাৰাগাৰৰ পৰা অন্তবৰ্তী জামিন লাভ কৰাৰ পাছতেই বিজেপিক টাৰ্গেট কৰি লৈছে কোজৰিৱালে৷ বিজেপিক টাৰ্গেট কৰি কেজৰীয়ে কয়, ‘প্ৰধানমন্ত্ৰী মোদীয়ে বিপজ্জনক মিছন আৰম্ভ কৰিছে৷ সেই মিছনৰ নাম ৱান নেশ্বন ৱান লিডাৰ৷ তেওঁৰ দাবী, প্ৰধানমন্ত্ৰীয়ে দেশৰ সকলো নেতাক শেষ কৰি দিব খুজিছে৷ বিৰোধী দলৰ সকলো নেতাক জে’ল পঠিয়াইছে৷ দিল্লীৰ মুখ্যমন্ত্ৰীৰ বক্তব্য, এইবাৰ নিৰ্বাচনত বিজেপি জয়ী হ’লে কেইদিনমান পাছত তেজস্বী যাদৱ, ষ্টেলিন, পিনাৰাই বিজয়ন, উদ্ধৱ ঠাকুৰো কাৰাগাৰলৈ যাব লগা হ’ব৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

কাইলৈ কোন ৰাশিৰ ভাগ্যত কি আছে? কোনে কোন হ’ব সাৱধান?

September 20, 2026
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

২১ ছেপ্টেম্বৰত ৫ ৰাশিৰ ফুলিব কপাল! ধন-সম্পদৰ পৰা কেৰিয়াৰলৈ আহিব পাৰে ভাল খবৰ

September 20, 2026
সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে
জীৱনশৈলী

সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

September 20, 2026
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!
ভাৰত

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

September 20, 2026
Next Post
এইকেইটা ৰাশিৰ জাতকৰ ওপৰত আছে কুবেৰৰ আশীৰ্বাদ, কুবেৰৰ আশীৰ্বাদও কাহানিও ধনৰ অভাৱ নহয় এই ৪ৰাশিৰ

এইকেইটা ৰাশিৰ জাতকৰ ওপৰত আছে কুবেৰৰ আশীৰ্বাদ, কুবেৰৰ আশীৰ্বাদও কাহানিও ধনৰ অভাৱ নহয় এই ৪ৰাশিৰ

বুধাদিত্য ৰাজযোগত দুৰ্দান্ত লাভ ৫ ৰাশিৰ, সূৰ্যৰ দৰে চমকি উঠিব এইকেইটা ৰাশিৰ জাতক

বুধাদিত্য ৰাজযোগত দুৰ্দান্ত লাভ ৫ ৰাশিৰ, সূৰ্যৰ দৰে চমকি উঠিব এইকেইটা ৰাশিৰ জাতক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.