• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বুধাদিত্য ৰাজযোগত দুৰ্দান্ত লাভ ৫ ৰাশিৰ, সূৰ্যৰ দৰে চমকি উঠিব এইকেইটা ৰাশিৰ জাতক

বুধাদিত্য ৰাজযোগত দুৰ্দান্ত লাভ ৫ ৰাশিৰ, সূৰ্যৰ দৰে চমকি উঠিব এইকেইটা ৰাশিৰ জাতক

2 years ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

Bank Strike: একেৰাহে ৫ দিন বন্ধ থাকিব দেশৰ সকলো বেংক! কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম

41 minutes ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কোন ৰাশিৰ ভাগ্যত কি আছে? কোনে কোন হ’ব সাৱধান?

1 hour ago
গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

2 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

২১ ছেপ্টেম্বৰত ৫ ৰাশিৰ ফুলিব কপাল! ধন-সম্পদৰ পৰা কেৰিয়াৰলৈ আহিব পাৰে ভাল খবৰ

3 hours ago
সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

3 hours ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

4 hours ago
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

5 hours ago
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

6 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

20 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

20 hours ago
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

20 hours ago
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বুধাদিত্য ৰাজযোগত দুৰ্দান্ত লাভ ৫ ৰাশিৰ, সূৰ্যৰ দৰে চমকি উঠিব এইকেইটা ৰাশিৰ জাতক

বুধাদিত্য ৰাজযোগত দুৰ্দান্ত লাভ ৫ ৰাশিৰ, সূৰ্যৰ দৰে চমকি উঠিব এইকেইটা ৰাশিৰ জাতক

editor by editor
May 12, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
বুধাদিত্য ৰাজযোগত দুৰ্দান্ত লাভ ৫ ৰাশিৰ, সূৰ্যৰ দৰে চমকি উঠিব এইকেইটা ৰাশিৰ জাতক
0
SHARES
318
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ১২ মে অৰ্থাৎ আজি পঞ্জিকা অনুসৰি ব’হাগ মাহৰ শুক্লপক্ষৰ পঞ্চমী তিথি৷ চন্দ্ৰই আজি মিথুন ৰাশি এৰি কৰ্কট ৰাশিত প্ৰৱেশ কৰিব৷ দিনজুৰি থাকিব শুভ বুধাদিত্য যোগৰ প্ৰভাৱ৷ বিগত ১০ মেত অক্ষয় তৃতীয়াৰ দিনাই মেষ ৰাশিত গোচৰ কৰিছে বুধে৷ তাতেই পূৰ্বৰে পৰা অৱস্থান কৰিছে সূৰ্যই৷ বুধ আৰু সূৰ্যৰ যুঁটিতেই মেষ ৰাশিত গঠন হৈছে বুধাদিত্য ৰাজযোগ৷ ইয়াৰোপৰি আজি দিনজুৰি থাকিব ৰবি যোগ৷ আদ্ৰা নক্ষত্ৰৰ প্ৰভাৱো আজিৰ দিনটোত থাকিব৷ ইয়াৰ ফলত আজিৰ দিনটো বিশেষ গুৰুত্বপূৰ্ণ হৈ পৰিছে৷ হিন্দুধৰ্মমতে দেওবাৰ সূৰ্য দেৱতাৰ প্ৰিয় দিন৷ ১২ মে দেওবাৰে জ্যোতিষ গণনা অনুসৰি সৌভাগ্য লাভ কৰিব কেইটামান ৰাশিৰ জাতকে৷

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো মিথুন ৰাশিৰ জাতকৰ বাবে শুভ৷ আজি আপোনাৰ মন আনন্দৰে পৰিপূৰ্ণ হৈ থাকিব৷ নিজৰ দক্ষতাৰে আপুনি সকলোকে মোহিত কৰিব পাৰিব৷ বুধাদিত্য ৰাজযোগৰ শুভ প্ৰভাৱত সকলো কামতেই সফলতা আহিব৷ বিদেশৰ পৰা ভাল চাকৰিৰ অফাৰ আহিব পাৰে৷ কোনো ডাঙৰ সুযোগে আপোনাৰ সন্মুখত ধৰা দিব পাৰে৷

কন্যা ৰাশি

আজিৰ দিনটো কন্যা ৰাশিৰ জাতকৰ বাবে আশাব্যঞ্জক৷ সাফল্যৰ শীৰ্ষস্থানত উপনীত হ’ব আপুনি৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ উন্নতি হ’ব আপোনাৰ৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে শুভ সময় কটাব পাৰিব৷ বন্ধুৰ সৈতে ভাল সময় কটাব৷ কাইলৈ সম্পত্তি সংক্ৰান্তীয় কোনো ডাঙৰ খবৰ লাভ কৰিব৷

মকৰ ৰাশি

বুধাদিত্য ৰাজযোগৰ শুভ প্ৰভাৱত দুৰ্দান্ত হ’ব মকৰ ৰাশিৰ দিন৷ আত্মবিশ্বাস তুংগত থাকিব৷ জীৱনত প্ৰচুৰ আনন্দ থাকিব৷ কোনো ডাঙৰ সিদ্ধান্ত ল’ব পাৰে৷ মকৰ ৰাশিৰ ছাত্ৰ-ছাত্ৰীয়ে কাইলৈ কোনো পৰীক্ষাত সুফল লাভ কৰিব৷ পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় স্থানত যাব পাৰে৷ পাৰিবাৰিক সকলো দায়িত্ব আপুনি সুকলমে পালন কৰিব৷

বৃশ্চিক ৰাশি

ৰবি যোগৰ শুভ প্ৰভাৱত দেওবাৰে শুভ ফল লাভ কৰিব বৃশ্চিক ৰাশিৰ জাতকে৷ ভাগ্যই সংগ লাখ কৰিব৷ নিজৰ আৰ্থিক অৱস্থা উন্নত হ’ব৷ কেৰিয়াৰত কোনো বৃহৎ সাফল্য আহিব পাৰে৷ আৰ্থিক অৱস্থাৰ উন্নতি হ’ব৷ কোনো অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লব পাৰে৷

মীন ৰাশি

আদ্ৰা নক্ষত্ৰৰ প্ৰভাৱত শুভ দিন চলিছে মীন ৰাশিৰ জাতকৰ৷ আপুনি প্ৰচুৰ এনাৰ্জীত টগবগাই থাকিব৷ আপোনাৰ প্ৰতি মানুহৰ শ্ৰদ্ধা আৰু ভালপোৱা বৃদ্ধি পাব৷ নিজৰ কামৰ ভাল ফল লাভ কৰিব৷ ব্যৱসায়ীসকলে কোনো নতুন ব্যৱসায়ত বিনিয়োগ কৰিলে শুভ ফল পাবই৷ আৰ্থিক ভাৱেই আজিৰ দিনটো শুভ মীন ৰাশিৰ জাতকৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা
বাণিজ্য

Bank Strike: একেৰাহে ৫ দিন বন্ধ থাকিব দেশৰ সকলো বেংক! কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম

September 20, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

কাইলৈ কোন ৰাশিৰ ভাগ্যত কি আছে? কোনে কোন হ’ব সাৱধান?

September 20, 2026
গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ
অসম

গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

September 20, 2026
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

২১ ছেপ্টেম্বৰত ৫ ৰাশিৰ ফুলিব কপাল! ধন-সম্পদৰ পৰা কেৰিয়াৰলৈ আহিব পাৰে ভাল খবৰ

September 20, 2026
Next Post
প্ৰেমৰ সৈতে হৃদয়ৰ কোনো সম্পৰ্ক নাই! শৰীৰৰ কোনটো অংশই আৱেগ নিয়ন্ত্ৰণ কৰে?

প্ৰেমৰ সৈতে হৃদয়ৰ কোনো সম্পৰ্ক নাই! শৰীৰৰ কোনটো অংশই আৱেগ নিয়ন্ত্ৰণ কৰে?

ৰেৱতী নক্ষত্ৰলৈ আহিছে ৰাহু, ধনেই ধন আহিব ৩ৰাশিৰ জাতকৰ হাতলৈ, বাঢ়িব সুখ-সমৃদ্ধি

ৰেৱতী নক্ষত্ৰলৈ আহিছে ৰাহু, ধনেই ধন আহিব ৩ৰাশিৰ জাতকৰ হাতলৈ, বাঢ়িব সুখ-সমৃদ্ধি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.