• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেমৰ সৈতে হৃদয়ৰ কোনো সম্পৰ্ক নাই! শৰীৰৰ কোনটো অংশই আৱেগ নিয়ন্ত্ৰণ কৰে?

প্ৰেমৰ সৈতে হৃদয়ৰ কোনো সম্পৰ্ক নাই! শৰীৰৰ কোনটো অংশই আৱেগ নিয়ন্ত্ৰণ কৰে?

2 years ago
মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

2 hours ago
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

2 hours ago
ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

3 hours ago
FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

4 hours ago
কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

5 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

13 hours ago
নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

13 hours ago
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

13 hours ago
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

14 hours ago
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

14 hours ago
গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

15 hours ago
শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰেমৰ সৈতে হৃদয়ৰ কোনো সম্পৰ্ক নাই! শৰীৰৰ কোনটো অংশই আৱেগ নিয়ন্ত্ৰণ কৰে?

প্ৰেমৰ সৈতে হৃদয়ৰ কোনো সম্পৰ্ক নাই! শৰীৰৰ কোনটো অংশই আৱেগ নিয়ন্ত্ৰণ কৰে?

editor by editor
May 12, 2024
in জীৱনশৈলী, লেখা, স্বাস্থ্য
0
প্ৰেমৰ সৈতে হৃদয়ৰ কোনো সম্পৰ্ক নাই! শৰীৰৰ কোনটো অংশই আৱেগ নিয়ন্ত্ৰণ কৰে?
0
SHARES
171
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰেমৰ কথাই হওক বা অন্য কোনো আৱেগৰ বিষয় হওক সকলোতে আমি হৃদয়ৰ সংযোগ আছে বুলি ভাৱো৷ হৃদয়ত আঘাত পালেই কান্দোন ওলাই আৰু যদি কোনোবা আপোনজনে মৰমেৰে সামৰি লয় তেন্তে হৃদয়খন সুখী হৈ পৰে বুলি আমাৰ সচৰাচৰ ধাৰণা৷ কিন্তু বিজ্ঞানসন্মতভাৱে প্ৰেম, কিম্বা আৱেগ আদি বিষয়ৰ হৃদয়ৰ সৈতে কোনো সম্পৰ্ক নাই৷ আমাৰ সকলো আৱেগ মগজুৰ সৈতে সম্পৰ্কিত, মগজুৰ পৰা ওলোৱা বিশেষ হৰমনেহে আমাৰ মনত আৱেগৰ সৃষ্টি কৰে৷

হৃদযন্ত্ৰৰ কাম প্ৰেম কৰা নহয়

হৃদযন্ত্ৰৰ প্ৰধান কাম হৈছে শৰীৰত তেজ প্ৰবাহিত কৰা৷  হৃদযন্ত্ৰই এটা পাম্পৰ দৰে কাম কৰে৷ পাম্পিং সঠিক থকালৈকে সঠিকভাৱে শৰীৰত তেজৰ চলাচল হৈ থাকে আৰু হৃদক্ৰিয়া বন্ধ হ’লেই শৰীৰত ৰক্ত সঞ্চালন বন্ধ হৈ মানুহ এজনৰ মৃত্যু হয়৷ ইয়াৰ সৈতে প্ৰেম, আৱেগ আদি জড়িত হৈ থকাৰ প্ৰশ্নই নাহে৷

মানুহ কিয় প্ৰেমত পৰে?

এজন ব্যক্তিৰ মনত আৱেগ বা প্ৰেমভাৱ জাগি উঠাৰ প্ৰধান কাৰণ হৈছে শৰীৰত নিসৰিত হোৱা অক্সিটছিন হৰমন৷ অক্সিটছিন হৰমনৰ বাবেই এজন মানুহৰ মনত আৱেগে দোলা দি থাকে৷ এই হৰমন পিটুইটাৰি গ্ৰন্থিৰ পৰা নিসৰিত হয়, যিয়ে মস্কিষ্কৰ হাইপোথেলামাছৰ তলৰ অংশলৈকে থাকে৷ প্ৰেমত পৰা অন্তৰংগ সম্পৰ্ক গঢ়া সকলোবোৰ অক্সিটছিন হৰমনৰ বাবেই হয়৷ জীৱবিজ্ঞানত এই কথা উল্লেখ আছে৷ এই হৰমন মানুহৰ শৰীৰত জন্মগতভাৱেই থাকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’
অসম

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

October 15, 2026
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

October 15, 2026
ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?
বিজ্ঞান

ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

October 15, 2026
কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি
জীৱনশৈলী

কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

October 15, 2026
Next Post
ৰেৱতী নক্ষত্ৰলৈ আহিছে ৰাহু, ধনেই ধন আহিব ৩ৰাশিৰ জাতকৰ হাতলৈ, বাঢ়িব সুখ-সমৃদ্ধি

ৰেৱতী নক্ষত্ৰলৈ আহিছে ৰাহু, ধনেই ধন আহিব ৩ৰাশিৰ জাতকৰ হাতলৈ, বাঢ়িব সুখ-সমৃদ্ধি

মা মানেই শান্তিৰ আশ্ৰয়! মাতৃ দিৱসত কেনেকৈ শুভেচ্ছা জনাব মাতৃক, জানি থওক কেইটামান শুভেচ্ছা বাৰ্তা

মা মানেই শান্তিৰ আশ্ৰয়! মাতৃ দিৱসত কেনেকৈ শুভেচ্ছা জনাব মাতৃক, জানি থওক কেইটামান শুভেচ্ছা বাৰ্তা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.