• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইখন অসমত নঘটে কি! কন্যাৰ প্ৰেমিকে পলুৱাই নিলে ৫ সন্তানৰ মাতৃক

এইখন অসমত নঘটে কি! কন্যাৰ প্ৰেমিকে পলুৱাই নিলে ৫ সন্তানৰ মাতৃক

3 years ago
জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

2 seconds ago
মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

24 minutes ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বিবাহিত মহিলাসকলৰ কি বস্তু বুজি নাপায় পুৰুষে? ৯৯% লোকে নাজানে এই কথা

41 minutes ago
“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

2 hours ago
কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

2 hours ago
ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

3 hours ago
ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

4 hours ago
FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

5 hours ago
আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

6 hours ago
ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

6 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

7 hours ago
এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

এইখন অসমত নঘটে কি! কন্যাৰ প্ৰেমিকে পলুৱাই নিলে ৫ সন্তানৰ মাতৃক

editor by editor
March 13, 2023
in অপৰাধ, অসম, জীৱনশৈলী
0
এইখন অসমত নঘটে কি! কন্যাৰ প্ৰেমিকে পলুৱাই নিলে ৫ সন্তানৰ মাতৃক
0
SHARES
42k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কি হ’ব ধৰিছে ৰাজ্যত! এইবাৰ এজন প্ৰেমিকক লৈ মাতৃ আৰু কন্যাৰ মাজত টনা আঁজোৰা৷ শেষত কন্যাৰ প্ৰেমিকক লৈ পলাল পাঁচটা সন্তানৰ মাতৃ৷ পাঁচটা সন্তানক লগত লৈ এতিয়া নিৰূপায় স্বামী ওচৰ চাপিল আৰক্ষীৰ৷ ঘটনাক লৈ এতিয়া বিমোৰত পৰিছে গোলাঘাট আৰক্ষী৷

এজন প্ৰেমিকক লৈ মাতৃ কন্যাৰ টনাটনি। আজন্ম প্ৰেমিকজনে প্ৰথমে কন্যাক পলুৱাই নি পৰিয়ালৰ ৰোষত পৰি কন্যাক উভতাই দি শাহুৱেকক পলুৱাই নিয়ে৷ গোলাঘাট কছাৰীহাটৰ মইলুদ্দিন নামৰ এজন যুৱকে পলুৱাই নিছে প্ৰেমিকজনে৷ ২০২২ চনৰ ২৬ ডিচেম্বৰ তাৰিখে এগৰাকী নাবালিকাক পলুৱাই নিয়াৰ পিছত বয়স কম হোৱাৰ বাবে ৩০ ডিচেম্বৰ তাৰিখে পৰিয়ালৰ লোকে উভতাই আনে যুৱতীগৰাকীক৷

কন্যাক বিয়া কৰাবলৈ নাপাই মইলুদ্দিনে কেইদিনমানৰ পুৰ্বে লৈ যায় পাঁচটা সন্তানৰ মাতৃক৷ যাৰ বাবে এতিয়া নিৰূপায় পিতৃয়ে পাঁচটা সন্তানক লগত লৈ কাষ চাপিছে গোলাঘাট আৰক্ষী থানাত। যাৰ বাবে এতিয়া বিমোৰত পৰিছে গোলাঘাট আৰক্ষী৷ স্বামীয়ে ল’ৰা ছোৱালীকেইটাৰ বাবে পুনৰ যদি ঘুৰি আহেও তেতিয়া পত্নী ৰূপে গ্ৰহণ কৰিবলৈও সাজু বুলি উল্লেখ কৰে৷ স্বামীয়ে উল্লেখ কৰা অনুসৰি মইলুদ্দিনে অধিক সুৰাপান কৰাৰ লগতে আছিল বেয়া অভ্যাসো যাৰ বাবে মইলুদ্দিনলৈ ছোৱালী দিবলৈ মন নাছিল স্বামীৰ৷ কিন্তু পত্নীকেই মইলুদ্দিনে লৈ যোৱাত বিমোৰত পৰিছে স্বামী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য
অসম

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

July 16, 2026
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…
জীৱনশৈলী

বিবাহিত মহিলাসকলৰ কি বস্তু বুজি নাপায় পুৰুষে? ৯৯% লোকে নাজানে এই কথা

July 16, 2026
কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন
জীৱনশৈলী

কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

July 16, 2026
ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!
জীৱনশৈলী

ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

July 16, 2026
Next Post
আপোনাৰ অকণমান সহায়ে জীয়াই থকাত সহায় কৰিব বাঁহীবাদক সঞ্জীৱ ৰাভাক

আপোনাৰ অকণমান সহায়ে জীয়াই থকাত সহায় কৰিব বাঁহীবাদক সঞ্জীৱ ৰাভাক

প্রথম নীলা ছবি চাইছিল ৩ বছৰ বয়সতেই! কিশোৰৰ উত্তৰত হতবাক সমীক্ষক সংস্থা

প্রথম নীলা ছবি চাইছিল ৩ বছৰ বয়সতেই! কিশোৰৰ উত্তৰত হতবাক সমীক্ষক সংস্থা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.