• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই বেপাৰ এদিনীয়া নহয়! যোৰহাট কাণ্ডৰ নতুন কি কি আপডেট?

এই বেপাৰ এদিনীয়া নহয়! যোৰহাট কাণ্ডৰ নতুন কি কি আপডেট?

3 years ago
আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?

আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?

5 hours ago
লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?

লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?

6 hours ago
জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

6 hours ago
‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

7 hours ago
নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

7 hours ago
মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

8 hours ago
মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

9 hours ago
দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

9 hours ago
আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

10 hours ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

11 hours ago
ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

11 hours ago
ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

এই বেপাৰ এদিনীয়া নহয়! যোৰহাট কাণ্ডৰ নতুন কি কি আপডেট?

editor by editor
May 7, 2023
in অপৰাধ, অসম
0
এই বেপাৰ এদিনীয়া নহয়! যোৰহাট কাণ্ডৰ নতুন কি কি আপডেট?
0
SHARES
12.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শুকুৰবাৰে নিশাৰে পৰা ৰাজ্যত যোৰহাট কাণ্ডৰ চৰ্চা। ৭২ বছৰীয়া এজন বৃদ্ধক দুষ্কৰ্মৰ সংগী কৰি আত্মহননৰ পথ বাছি ল’বলৈ বাধ্য কৰালে এগৰাকী যুৱতীয়ে। যৌনতাক বেপাৰ হিচাপে লোৱাৰ বাবেই সংঘটিত হ’ল আত্মহত্যাৰ ঘটনা। যৌনতাৰ ভিডিঅ’ আপলোড কৰা ৱেবচাইটত ধনৰ বাবে নিয়মীয়াকৈ ভিডিঅ’ আপলোড কৰা যুৱতীক লৈ এতিয়া সকলোৰেই মনত প্ৰশ্ন। আচৰিতধৰণে যুৱতীগৰাকীয়ে নিজেই পতা জালখনৰ পৰা নিজকে উঠাই আনিবৰ বাবে আৰক্ষীৰো কাষ চাপিছিল।

যুৱতীগৰাকীয়ে ৭ দিন পূৰ্বে এখন এজাহাৰ দিছিল যোৰহাট আৰক্ষী থানাত। আৰক্ষীক দিয়া এজাহাৰত তেওঁ অভিযোগ আনিছিল যে, তেওঁৰ কিছু অশ্লীল ভিডিঅ’ এজন যুৱকে পৰ্ণ ৱেবচাইটত আপলোড কৰি ভাইৰেল কৰিছে। সেই অভিযোগৰ ভিত্তিতেই আৰক্ষীয়ে অভিলেখ নামৰ এজন যুৱকক আটকো কৰিছিল। অভিলেখক কৰায়ত্ব কৰাৰ পাছতেই আৰক্ষীয়ে লাভ কৰিছিল যুৱতীৰ বিৰুদ্ধে তথ্য। এই এজাহাৰ ভুৱা। নিজক ৰক্ষা কৰাৰহে কৌশল ৰচিয়েই এই এজাহাৰ দাখিল কৰিছিল যুৱতীয়ে। তিনিদিন পূৰ্বে কিশলয় শৰ্মা নামৰ আন এজন লোকক এই ঘটনাৰে জড়িত থকাৰ অপৰাধত যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

এই চক্ৰটোৱে বিদেশী এক ৱেবচাইটত যৌনগন্ধী ভিডিঅ’ শ্বেয়াৰ কৰি ধন ঘটাৰ সমান্তৰালকৈ নিজাকৈও তেনে এটা ৱেবচাইট খোলাৰ পৰিকল্পনাৰে কাম কৰি আছিল। আৰক্ষী সূত্ৰৰ মতে ৭টাকৈ এই ধৰণৰ ভিডিঅ’ তেওঁলোকে গ্ৰেপ্তাৰ হোৱাৰ আগলৈকে আপলোড কৰিছে। তদন্ত সঠিক ৰূপত আগবাঢ়িলে বহু তথ্যই পোহৰলৈ আহিব বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে সন্দেহ কৰামতে যৌনতাৰ বিশাল এক চক্ৰ গোপনে গঢ় লৈ উঠিছে। ইতিমধ্যে শনিবাৰে যুৱতীগৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। যুৱতীক জেৰা কৰাৰ পাছতহে প্ৰকৃত তথ্য পোহৰলৈ আহিব বুলিও প্ৰকাশ কৰিছে আৰক্ষীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’
অপৰাধ

‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

September 4, 2026
নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন
অসম

নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

September 4, 2026
দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!
অসম

দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

September 4, 2026
ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা
অসম

ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

September 4, 2026
Next Post
মদাহীৰে ভৰা এখন দেশ! গড়ে এজন লোকে পান কৰে ৫২ লিটাৰ সুৰা, অথচ এই দেশেই বিশ্বৰ সৰ্বাধিক নিৰাপদ দেশৰো এখন! কোনখন দেশ, জানেনে?

মদাহীৰে ভৰা এখন দেশ! গড়ে এজন লোকে পান কৰে ৫২ লিটাৰ সুৰা, অথচ এই দেশেই বিশ্বৰ সৰ্বাধিক নিৰাপদ দেশৰো এখন! কোনখন দেশ, জানেনে?

সুদক্ষিণা শৰ্মা আৰু দিলীপ শৰ্মাৰ সুপুত্ৰ ঋষিৰাজ শৰ্মা আৰু নাই

সুদক্ষিণা শৰ্মা আৰু দিলীপ শৰ্মাৰ সুপুত্ৰ ঋষিৰাজ শৰ্মা আৰু নাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.