• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এয়াই প্ৰথম নহয়! পূৰ্বৰো কেইবাটাও শিশু নিৰ্যাতনৰ অভিযোগ আছে চিকিৎসক ৱালিউল ইছলামৰ বিৰুদ্ধে, বৰ্তমানো পলাতক ডাঃ সংগীতা দত্ত

এয়াই প্ৰথম নহয়! পূৰ্বৰো কেইবাটাও শিশু নিৰ্যাতনৰ অভিযোগ আছে চিকিৎসক ৱালিউল ইছলামৰ বিৰুদ্ধে, বৰ্তমানো পলাতক ডাঃ সংগীতা দত্ত

3 years ago
১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

7 minutes ago
গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

50 minutes ago
১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

2 hours ago
এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ’ৰাদাম বিক্ৰী কৰিব ফিফাই

এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ’ৰাদাম বিক্ৰী কৰিব ফিফাই

2 hours ago
ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

4 hours ago
NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

4 hours ago
আয়ুষ্মান কাৰ্ড আছে, কিন্তু ক’ত বিনামূলীয়া চিকিৎসা পাব নাজানে? তেন্তে সবিশেষ জানক

আয়ুষ্মান কাৰ্ড আছে, কিন্তু ক’ত বিনামূলীয়া চিকিৎসা পাব নাজানে? তেন্তে সবিশেষ জানক

5 hours ago
গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

5 hours ago
Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?

Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?

6 hours ago
কৃষকসকলৰ বাবে ডাঙৰ খবৰ! এই দিনটোত একাউণ্টলৈ আহিব ধন

কেতিয়া পাব PM Kisan আঁচনিৰ ২৪ সংখ্যক কিস্তি? এইদৰে কৰক চেক

7 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

SIP Calculations: ২০০০ টকাৰ SIP কৰি হওক কোটিপতি! জানক কিদৰে কৰিব জমা

7 hours ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

এয়াই প্ৰথম নহয়! পূৰ্বৰো কেইবাটাও শিশু নিৰ্যাতনৰ অভিযোগ আছে চিকিৎসক ৱালিউল ইছলামৰ বিৰুদ্ধে, বৰ্তমানো পলাতক ডাঃ সংগীতা দত্ত

editor by editor
May 6, 2023
in অপৰাধ, অসম
0
এয়াই প্ৰথম নহয়! পূৰ্বৰো কেইবাটাও শিশু নিৰ্যাতনৰ অভিযোগ আছে চিকিৎসক ৱালিউল ইছলামৰ বিৰুদ্ধে, বৰ্তমানো পলাতক ডাঃ সংগীতা দত্ত
0
SHARES
440
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ তোলনীয়া সন্তানক অকথ্য নিৰ্যাতন চলাই চৰ্চাত চিকিৎসক দম্পতি। ডাঃ সংগীতা দত্ত আৰু ডাঃ ৱালিউল ইছলাম আৰু এগৰাকী বনকৰা মহিলাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

বৃহস্পতিবাৰে চিকিৎসক দম্পতিৰ তোলনীয়া সন্তানক অত্যাচাৰ কৰাৰ অপৰাধত তোলনীয়া কন্যাক অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে চিকিৎসক ডাঃ ৱালিউল ইছলাম আৰু এগৰাকী বনকৰা মহিলা। বৃহস্পতিবাৰৰ দিনটোত চিকিৎসক দম্পতী ডাঃ ৱালিউল ইছলাম আৰু ডাঃ সংগীতা দত্তৰ বাসগৃহৰ পৰা পল্টনবজাৰ আৰক্ষীয়ে তোলনীয়া কন্যা শিশুটিক চাইল্ড লাইনৰ হাতত গটাই দিয়ে।

ঘটনা সন্দৰ্ভত শুকুৰবাৰে শিশু সুৰক্ষা আয়োগে নিজাববীয়া এক গোচৰ তৰিছে। চিকিৎসক দম্পতীয়ে শিশুকেইটাক অবৈধভাৱে তুলি লোৱাৰ সন্দেহ প্রকাশ কৰিছে আৰক্ষীয়ে। শিশুটিৰ ক্ষেত্ৰত নিৰ্যাতনৰ অভিযোগ উত্থাপনৰ লগলগেই দম্পতীহালে শিশুকেইটা তুলি লোৱাৰ যাৱতীয় নথি-পত্ৰৰ তথ্য বিচাৰিছে আৰক্ষীয়ে।

চিকিৎসক ৱালিউল ইছলামৰ বিৰুদ্ধে পূৰ্বেও শিশু নিৰ্যাতনৰ অভিযোগ আছে। ২০১৭ চনতো শিশু নিৰ্যাতনৰ অভিযোগ উত্থাপিত হৈছিল ৱালিউলৰ বিৰুদ্ধে। বৃহস্পতিবাৰে গ্ৰেপ্তাৰ হোৱাৰ পাছতেই শিশু সুৰক্ষা আয়োগত উপস্থিত হৈছিল অভিযুক্ত চিকিৎসকগৰাকী। ডাঃ ৱালিউৰ ইছলামৰ বিৰুদ্ধে পূৰ্বৰ পত্নী আৰু সন্তানক শাৰীৰিক, মানসিক অত্যাচাৰৰো অভিযোগ আছে।

উল্লেখ্য যে বৃহস্পতিবাৰৰ দিনটোত আটক হোৱাৰ পিছতেই ডাঃ ৱালিউৰ ইছলামে আৰক্ষী থানাতে আত্মহত্যাৰ চেষ্টাও চলাইছিল। লগে লগেই চিকিৎসকগৰাকীক জি এম চি এইচত ভৰ্তি কৰাই পল্টন বজাৰ আৰক্ষীয়ে। ইপিনে অভিযুক্ত মনোৰোগ বিশেষজ্ঞ ডাঃ সংগীতা দত্তই পলায়ন কৰা বুলি জানিব পৰা গৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন
অসম

NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

July 13, 2026
গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!
অসম

গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

July 13, 2026
Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?
অসম

Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?

July 13, 2026
আগষ্ট মাহৰ পৰা পাব হিতাধিকাৰীয়ে দাইল, চেনি, নিমখ, চাউল, ডাঙৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ 
অসম

আগষ্ট মাহৰ পৰা পাব হিতাধিকাৰীয়ে দাইল, চেনি, নিমখ, চাউল, ডাঙৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ 

July 13, 2026
Next Post
পঢ়াই শুনাই যথেষ্ট ভাল ছোৱালী আছিল, কিয় এই ৰাস্তাত ভৰি দিলে যোৰহাটৰ উচ্চশিক্ষিতা যুৱতীগৰাকীয়ে?

পঢ়াই শুনাই যথেষ্ট ভাল ছোৱালী আছিল, কিয় এই ৰাস্তাত ভৰি দিলে যোৰহাটৰ উচ্চশিক্ষিতা যুৱতীগৰাকীয়ে?

নাৰী আগুৱাব খুজিলে হেঙাৰ কোনোৱেই হ’ব নোৱাৰে! অন্তঃসত্ত্বা অৱস্থাত স্বামীৰ অত্যাচাৰ, পিতৃগৃহত দুবেলা দুমুঠিৰ হাহাকাৰ, সেই সবিতাই আজি IAS অফিচাৰ

নাৰী আগুৱাব খুজিলে হেঙাৰ কোনোৱেই হ’ব নোৱাৰে! অন্তঃসত্ত্বা অৱস্থাত স্বামীৰ অত্যাচাৰ, পিতৃগৃহত দুবেলা দুমুঠিৰ হাহাকাৰ, সেই সবিতাই আজি IAS অফিচাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.