• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পঢ়াই শুনাই যথেষ্ট ভাল ছোৱালী আছিল, কিয় এই ৰাস্তাত ভৰি দিলে যোৰহাটৰ উচ্চশিক্ষিতা যুৱতীগৰাকীয়ে?

পঢ়াই শুনাই যথেষ্ট ভাল ছোৱালী আছিল, কিয় এই ৰাস্তাত ভৰি দিলে যোৰহাটৰ উচ্চশিক্ষিতা যুৱতীগৰাকীয়ে?

3 years ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

Bank Strike: একেৰাহে ৫ দিন বন্ধ থাকিব দেশৰ সকলো বেংক! কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম

25 minutes ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কোন ৰাশিৰ ভাগ্যত কি আছে? কোনে কোন হ’ব সাৱধান?

48 minutes ago
গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

2 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

২১ ছেপ্টেম্বৰত ৫ ৰাশিৰ ফুলিব কপাল! ধন-সম্পদৰ পৰা কেৰিয়াৰলৈ আহিব পাৰে ভাল খবৰ

2 hours ago
সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

3 hours ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

4 hours ago
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

5 hours ago
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

5 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

19 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

20 hours ago
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

20 hours ago
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

পঢ়াই শুনাই যথেষ্ট ভাল ছোৱালী আছিল, কিয় এই ৰাস্তাত ভৰি দিলে যোৰহাটৰ উচ্চশিক্ষিতা যুৱতীগৰাকীয়ে?

editor by editor
May 6, 2023
in অপৰাধ, অসম, জীৱনশৈলী
0
পঢ়াই শুনাই যথেষ্ট ভাল ছোৱালী আছিল, কিয় এই ৰাস্তাত ভৰি দিলে যোৰহাটৰ উচ্চশিক্ষিতা যুৱতীগৰাকীয়ে?
0
SHARES
22k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পঢ়াত যথেষ্ট ভাল আছিল তাই। মেট্ৰিকতো ভাল ৰিজাল্ট, হাইছেকেণ্ডাৰীতো ভাল ৰিজাল্ট। ইমান ভাল ছোৱালীজনী কেনকৈ বেয়া হ’ল? যোৰহাটৰ ঢেকেলীয়া গাঁৱত শুকুৰবাৰে সংঘটিত হোৱা ঘটনাক লৈ সৰ্বত্ৰতে চৰ্চা চলিছে। এগৰাকী যুৱতীৰ কাণ্ডই জোকাৰিছে যোৰহাট। শিক্ষিত যুৱতীৰ নিৰ্লজ্জ কাণ্ডত আকৌ লজ্জানত হৈছে যোৰহাট। প্ৰথমে বিভিন্ন যুৱক-পুৰুষ-বৃদ্ধৰ সৈতে লিপ্ত হয় অসৎ কৰ্মত লিপ্ত হৈছিল যুৱতীগৰাকী। তাৰ পিছত সেই দৃশ্য বন্দী কৰি আপলোড কৰিছিল পৰ্ণ চাইটত।

উচ্চশিক্ষিতা যুৱতীগৰাকীয়ে কিয় এনে কামত লিপ্ত হ’ল সেই বিষয়টোক লৈ সমগ্ৰতে চলিছে চৰ্চা। যুৱতীগৰাকীয়ে প্ৰথমে বিভিন্ন যুৱক, পুৰুষ, বৃদ্ধক বন্দী কৰিছিল নিজৰ মায়াবী জালত৷ আৰু তাৰ পাছত লিপ্ত হয় অসৎ কৰ্মত৷ গোপনে সেই অসৎ কৰ্মৰ ভিডিঅ’ বন্দী কৰে কেমেৰাত৷ আৰু তাৰ পাছতে আপলোড কৰে পৰ্ণ চাইটত৷ সুন্দৰী যুৱতীগৰাকীয়ে গোপনে ইমানদিনে এই কাৰ্য সংঘটিত কৰি আহিছিল যদিও এগৰাকী ৭২ বছৰীয়া বৃদ্ধৰ সৈতে যুৱতীগৰাকীৰ এটা অন্তৰংগ ভিডিঅ’ ভাইৰেল হৈ পৰে৷ সেই ভিডিঅ’ ভাইৰেল হোৱাত বৃদ্ধগৰাকীয়ে লয় চৰম সিদ্ধান্ত৷ আৰু তাৰ পিছতে উত্তাল হৈ পৰে যোৰহাট৷ যুৱতীগৰাকীৰ বিৰুদ্ধে ওলাই আহিছে এতিয়া যোৰহাটবাসী ৰাইজ৷

অৱশেষত যোৰহাটৰ পুলিবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱতীগৰাকীক৷ লগতে এই ঘটনাৰে জড়িতৰ সন্দেহত অভিষেক কাশ্যপ নামৰ এজন যুৱককো আৰক্ষীয়ে আটক কৰে৷ যুৱতীগৰাকীক আটক কৰা হৈছে যদিও কোনো তথ্য প্ৰকাশ কৰা নাই আৰক্ষীয়ে। তদন্তৰ পাছতহে যুৱতীগৰাকীৰ এই কু-কাণ্ড কিমান দূৰলৈ শিপাই আছে সেই কথা পোহৰলৈ আহিব বুলি জনাইছে আৰক্ষীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

কাইলৈ কোন ৰাশিৰ ভাগ্যত কি আছে? কোনে কোন হ’ব সাৱধান?

September 20, 2026
গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ
অসম

গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

September 20, 2026
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

২১ ছেপ্টেম্বৰত ৫ ৰাশিৰ ফুলিব কপাল! ধন-সম্পদৰ পৰা কেৰিয়াৰলৈ আহিব পাৰে ভাল খবৰ

September 20, 2026
সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে
জীৱনশৈলী

সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

September 20, 2026
Next Post
নাৰী আগুৱাব খুজিলে হেঙাৰ কোনোৱেই হ’ব নোৱাৰে! অন্তঃসত্ত্বা অৱস্থাত স্বামীৰ অত্যাচাৰ, পিতৃগৃহত দুবেলা দুমুঠিৰ হাহাকাৰ, সেই সবিতাই আজি IAS অফিচাৰ

নাৰী আগুৱাব খুজিলে হেঙাৰ কোনোৱেই হ’ব নোৱাৰে! অন্তঃসত্ত্বা অৱস্থাত স্বামীৰ অত্যাচাৰ, পিতৃগৃহত দুবেলা দুমুঠিৰ হাহাকাৰ, সেই সবিতাই আজি IAS অফিচাৰ

মণিপুৰত কিয় জ্বলিছে হিংসাৰ দাৱানল? নেপথ্যত কোনো তৃতীয় শক্তি নে অস্তিত্বহীনতাৰ ভীতি?

মণিপুৰত কিয় জ্বলিছে হিংসাৰ দাৱানল? নেপথ্যত কোনো তৃতীয় শক্তি নে অস্তিত্বহীনতাৰ ভীতি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.