কলিতে পয়া লাগিল বিহাৰৰ নীতিশ কুমাৰ মন্ত্ৰীসভাৰ। বিহাৰৰ শিক্ষামন্ত্ৰী মেৱালাল চৌধুৰীৰ পদত্যাগ। দুৰ্নীতিৰ অভিযোগত সেও মানি পদত্যাগ শিক্ষামন্ত্ৰীৰ।