• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কলেজ ড্ৰপআউটৰ পৰা সফল ইউটিউবাৰ! ৪০কোটিৰ চাকৰি ওভতাই দি ২বছৰত ৪০০০কোটি সম্পত্তিৰ অধিকাৰী

কলেজ ড্ৰপআউটৰ পৰা সফল ইউটিউবাৰ! ৪০কোটিৰ চাকৰি ওভতাই দি ২বছৰত ৪০০০কোটি সম্পত্তিৰ অধিকাৰী

3 years ago
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

20 minutes ago
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

50 minutes ago
মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

1 hour ago
তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

2 hours ago
বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

3 hours ago
১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

4 hours ago
৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

5 hours ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

21 hours ago
পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

22 hours ago
‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

22 hours ago
অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

23 hours ago
এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কলেজ ড্ৰপআউটৰ পৰা সফল ইউটিউবাৰ! ৪০কোটিৰ চাকৰি ওভতাই দি ২বছৰত ৪০০০কোটি সম্পত্তিৰ অধিকাৰী

editor by editor
June 21, 2023
in জীৱনশৈলী, বাণিজ্য, শিক্ষা
0
কলেজ ড্ৰপআউটৰ পৰা সফল ইউটিউবাৰ! ৪০কোটিৰ চাকৰি ওভতাই দি ২বছৰত ৪০০০কোটি সম্পত্তিৰ অধিকাৰী
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ নাম অলখ পাণ্ডে। অলখ এতিয়া প্ৰতিষ্ঠিত দেশৰ একমাত্ৰ এড টেক ইউনিকৰ্ণ ‘ফিজিক্সওৱালা’ৰ মালিক। এই বৰ্ষত তেওঁ এই ব্যৱসায়ৰ পৰা লাভ কৰিছে ৭৮০ কোটি। বিগত বৰ্ষতকৈ ৩০০ শতাংশ বেছি লাভ কৰিছে অলখে। বিগত বৰ্ষত তেওঁৰ লাভ্যাংশ আছিল ২৩৩কোটি। এই সফলতাৰ পূৰ্বে অলখৰ জীৱন সম্পূৰ্ণ পৃথক আছিল। কলেজত পঢ়ি থকাৰ সময়তো পঢ়াশুনাৰ প্ৰতি মুঠেও আগ্ৰহ নথকা এজন ছাত্ৰ আছিল অলখ। সেয়ে কলেজো আধাতে সামৰিছিল অলখে। তেওঁ ইঞ্জিনীয়াৰিঙৰ ছাত্ৰ আছিল। ইঞ্জিনীয়াৰিঙৰ তৃতীয় বৰ্ষত তেওঁ পঢ়া সমাপ্ত কৰে।

পাছলৈ অলখে নিজা চহৰ এলাহবাদৰ এটা কছিং চেণ্টাৰত কাম কৰিবলৈ আৰম্ভ কৰে। কছিং চেণ্টাৰত কাম আৰম্ভ কৰাৰ সময়ত তেওঁৰ দৰমহা আছিল ৫হাজাৰ টকা। শিক্ষক হিচাপে যাত্ৰা আৰম্ভ কৰাৰ পাছত তেওঁ ছাত্ৰৰ বিভিন্ন সমস্যাৰ সৈতে পৰিচিত হয়। তেওঁ পোনতে পঢ়াশুনা অতিকৈ বেয়া পাইছিল যদিও পাছলৈ শিক্ষাৰ ক্ষেত্ৰতেই তেওঁ জড়িত হৈ পৰিল। অলখৰ চকুৰ সন্মুখত ধৰা দিলে নতুন দিগন্তই। ছাত্ৰ ছাত্ৰীক পঢ়োৱাৰ অভিজ্ঞতাৰ পৰা তেওঁ বুজি উঠিল যে শিক্ষক এজন কঠোৰ হোৱাৰ লগতে ছাত্ৰৰ এজন ভাল বন্ধুও হ’ব লাগিব।

ইঞ্জিনীয়াৰিঙত ড্ৰপআউট , প্ৰাক্তন শিক্ষক অলখে ভৰি দিলে ইউটিউবৰ পৃথিৱীত। ভৰি দিয়েই জনপ্ৰিয় হৈ পৰিল ইউটিউবৰ পৃথিৱীত। ২০১৪ চনত আৰম্ভ কৰা ইউটিউব চেনেলত এতিয়া তেওঁৰ মিলিয়ন ফলৱাৰ্ছ। অলখৰ জনপ্ৰিয়তা ইমানেই বৃদ্ধি পালে যে তেওঁ আকৌ এটা সংস্থাৰ চাকৰি লাভ কৰিলে। বাৰ্ষিক ৪০ কোটিৰ পেকেজ সংস্থাটোৱে অলখক দিলে। কিন্তু সেই অফাৰ অলখে গ্ৰহণ নকৰি নিজাকৈ আৰম্ভ কৰিলে ‘ফিজিক্সওৱালা’ নামৰ এটা সংস্থা। সমান্তৰালকৈ আগবাঢ়িল ইউটিউবৰ জগততো। ২০১৭চনত তেওঁৰ ফ’লৱাৰ্ছৰ সংখ্যা আছিল ৪০০০। ২০১৯ চনত সেই সংখ্যা বৃদ্ধি পায় হয়গৈ ২.২ মিলিয়ন। ২০২০ চনত তেওঁ ইউটিবৰ ওপৰিও স্থায়ী ঠিকনাৰে আৰম্ভ কৰিলে ‘ফিজিক্সওৱালা’ নামৰ সংস্থাটো। এই সংস্থা আৰু ইউটিউব দুটাতেই সমান্তৰালভাৱে আগুৱাই অলখ এতিয়া ৪০০০কোটিৰ মালিক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?
জীৱনশৈলী

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

September 24, 2026
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা
জীৱনশৈলী

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

September 24, 2026
মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!
অসম

মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

September 24, 2026
তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য
জীৱনশৈলী

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

September 24, 2026
Next Post
এই ৰাশিৰ লোকসকলে অধিক আয় কৰিব পাৰে! আপুনি সেই তালিকাত আছেনে?

এই ৰাশিৰ লোকসকলে অধিক আয় কৰিব পাৰে! আপুনি সেই তালিকাত আছেনে?

মোবাইল হাতত ল’লে এৰিবই নোখোজে! আপোনাৰ শিশুটিৰ মোবাইলৰ নিচা কেনেকৈ এৰুৱাব?

মোবাইল হাতত ল’লে এৰিবই নোখোজে! আপোনাৰ শিশুটিৰ মোবাইলৰ নিচা কেনেকৈ এৰুৱাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.