• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাকনো আপোন ভাৱিব! বান্ধৱীৰ স্বামীৰেই কামনাৰ বলী লৈ মৃত্যুক সাবটিলে ১২ বছৰীয়া কিশোৰীয়ে, নৰপিশাছ আনন তাঁতীৰ বিৰুদ্ধে আৰক্ষীয়ে কি পদক্ষেপ লোৱাটো বিচাৰে?

কাকনো আপোন ভাৱিব! বান্ধৱীৰ স্বামীৰেই কামনাৰ বলী লৈ মৃত্যুক সাবটিলে ১২ বছৰীয়া কিশোৰীয়ে, নৰপিশাছ আনন তাঁতীৰ বিৰুদ্ধে আৰক্ষীয়ে কি পদক্ষেপ লোৱাটো বিচাৰে?

3 years ago
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

14 minutes ago
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

49 minutes ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

1 hour ago
ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

2 hours ago
কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

2 hours ago
গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

3 hours ago
স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

4 hours ago
ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

5 hours ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

6 hours ago
পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

6 hours ago
পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

8 hours ago
জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

কাকনো আপোন ভাৱিব! বান্ধৱীৰ স্বামীৰেই কামনাৰ বলী লৈ মৃত্যুক সাবটিলে ১২ বছৰীয়া কিশোৰীয়ে, নৰপিশাছ আনন তাঁতীৰ বিৰুদ্ধে আৰক্ষীয়ে কি পদক্ষেপ লোৱাটো বিচাৰে?

editor by editor
May 4, 2023
in অপৰাধ, অসম
0
কাকনো আপোন ভাৱিব! বান্ধৱীৰ স্বামীৰেই কামনাৰ বলী লৈ মৃত্যুক সাবটিলে ১২ বছৰীয়া কিশোৰীয়ে, নৰপিশাছ আনন তাঁতীৰ বিৰুদ্ধে আৰক্ষীয়ে কি পদক্ষেপ লোৱাটো বিচাৰে?
0
SHARES
3.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মানৱ সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে মাৰ্ঘেৰিটাত। ১২ বছৰীয়া এগৰাকী কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰা হৈছে মাৰ্ঘেৰিটাত। মাতৃৰ সৈতে বিহুৰ অনুষ্ঠান চাবলৈ গৈ আৰু উভতি নাহিল এগৰাকী ১২ বছৰীয়া কিশোৰী। নৰপিশাচৰ কামনাৰ বলি হৈ মৃত্যুক সাবটি ল’লে কিশোৰীগৰাকীয়ে।

আনন তাঁতী নামৰ নৰপিশাচটোৱে সংঘটিত কৰে এই জঘন্য কাণ্ড। ১ মে’ত মাতৃৰ সৈতে বিহু চাবলৈ গৈছিল নাবালিকাগৰাকী। ২ মে’ৰ পুৱা প্ৰায় ৪ মান বজাত মাকে ছোৱালীজনীৰ টোপনি ধৰাত আনন তাঁতীৰ ঘৰত থৈ পাছত লৈ যাম বুলি ঘৰ অভিমুখে ৰাওনা হয়। মাকে যেতিয়া ছোৱালীজনীক সেই মানুহজনৰ ঘৰৰ পৰা আনিবলৈ যায় তেতিয়া সেই আনন তাঁতীয়ে কয় যে, পুৱা ৭টা মান বজাতেই ছোৱালীজনীয়ে মাতৃৰ কাষলৈ যাব খোজাত পঠিয়াই দিয়ে। কিন্তু এয়াই শেষ দিন আছিল কিশোৰীগৰাকীৰ বুলি মাকে হয়তো কল্পনাও কৰা নাছিল।

মাতৃগৰাকীয়ে ওচৰতে থকা নিজৰ আত্মীয় বুলি ভবা আনন তাঁতীৰ ঘৰত কিশোৰীগৰাকীক থৈ অহাই কাল হ’ল নাবালিকাগৰাকীৰ৷ পুৱা আত্মীয়ৰ ঘৰৰ পৰাই নিৰুদ্দেশ হয় কিশোৰীগৰাকী৷ পিছত পৰিয়ালৰ লোকে কিশোৰীগৰাকী নিৰুদ্দেশ হোৱাৰ খবৰ মাৰ্ঘেৰিটাৰ আৰক্ষী থানাত জনোৱাৰ পিছত আৰক্ষীৰ জেৰাত আনন তাঁতীৰ পত্নীয়ে স্বামীয়ে কৰা সমগ্ৰ ঘটনা আৰক্ষীৰ আগত অৱগত কৰে। আৰক্ষীৰ অনুসন্ধানত আনন তাঁতীৰ শৌচাগাৰৰ টেংকীৰ ভিতৰত উদ্ধাৰ হয় নাবালিকাগৰাকীৰ মৃতদেহ। কাপোৰেৰে টোপোলা কৰি সুমুৱাই ৰাখিছিল শৌচাগাৰৰ টেংকীত। এই ঘটনা পোহৰলৈ অহাৰ পিছতে বিভিন্ন দল–সংগঠনৰ লগতে স্থানীয় লোকে অভিযুক্তৰ কঠোৰ শাস্তিৰ দাবী তুলিছে। বৰ্তমান অভিযুক্ত আনন তাঁতী পলাতক হৈ আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ
অসম

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

March 20, 2026
হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ
অসম

হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

March 20, 2026
ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ
অসম

ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

March 20, 2026
পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা
অসম

পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

March 20, 2026
Next Post
অশান্ত মণিপুৰ! ৮ জিলাত কাৰফিউ দিয়াৰ বিপৰীতে ৫ দিনলৈ সমগ্ৰ ৰাজ্যতেই কৰ্তন ইণ্টাৰনেট সেৱা, কি হৈছে প্ৰকৃততে?

অশান্ত মণিপুৰ! ৮ জিলাত কাৰফিউ দিয়াৰ বিপৰীতে ৫ দিনলৈ সমগ্ৰ ৰাজ্যতেই কৰ্তন ইণ্টাৰনেট সেৱা, কি হৈছে প্ৰকৃততে?

কেদাৰানাথলৈ যোৱা তীৰ্থযাত্ৰীৰ চিন্তাৰ কাৰণ নাই! আজিৰে পৰা পুনৰ মুকলি হ’ল ৰাস্তা, কি কি সাৱধানতা অৱলম্বনৰ নিৰ্দেশ দিছে প্ৰশাসনে?

কেদাৰানাথলৈ যোৱা তীৰ্থযাত্ৰীৰ চিন্তাৰ কাৰণ নাই! আজিৰে পৰা পুনৰ মুকলি হ’ল ৰাস্তা, কি কি সাৱধানতা অৱলম্বনৰ নিৰ্দেশ দিছে প্ৰশাসনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.