• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাৰাগাৰ যাত্ৰাৰ পৰা ৰক্ষা পাবলৈ ৰাহুলৰ এতিয়া কি পথ খোলা আছে? সাংসদ পদ পাবলৈ কি কৰিব লাগিব ৰাহুলে?

কাৰাগাৰ যাত্ৰাৰ পৰা ৰক্ষা পাবলৈ ৰাহুলৰ এতিয়া কি পথ খোলা আছে? সাংসদ পদ পাবলৈ কি কৰিব লাগিব ৰাহুলে?

3 years ago
পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

48 minutes ago
চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

1 hour ago
বেংক অফ বৰোদাৰ পৰা ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব? প্ৰতিমাহে EMI কিমান দিব লাগিব? প্ৰছেচিং ফি কিমান হ’ব?

বেংক অফ বৰোদাৰ পৰা ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব? প্ৰতিমাহে EMI কিমান দিব লাগিব? প্ৰছেচিং ফি কিমান হ’ব?

1 hour ago
মোক মই কৰি তুলিছে, তাই আজিও মোৰ বাবে বিশেষ! সুস্মিতাৰ সৈতে কিয় বিচ্ছেদ হ’ল ললিত মোদীৰ, প্ৰথমবাৰ সুস্মিতাৰ সৈতে সম্পৰ্কক লৈ কি ক’লে ললিত মোদীয়ে?

মোক মই কৰি তুলিছে, তাই আজিও মোৰ বাবে বিশেষ! সুস্মিতাৰ সৈতে কিয় বিচ্ছেদ হ’ল ললিত মোদীৰ, প্ৰথমবাৰ সুস্মিতাৰ সৈতে সম্পৰ্কক লৈ কি ক’লে ললিত মোদীয়ে?

2 hours ago
৫ৰাশিৰ প্ৰতি সদায়ে দয়ালু হয় হনুমান, বজৰংবলীয়ে অৰ্থ, খ্যাতি সকলো উজাৰি দিয়ে এই ৫ৰাশিক

৫ৰাশিৰ প্ৰতি সদায়ে দয়ালু হয় হনুমান, বজৰংবলীয়ে অৰ্থ, খ্যাতি সকলো উজাৰি দিয়ে এই ৫ৰাশিক

2 hours ago
কৰ্কট ৰাশিত বৃহস্পতি, গুৰু-শুক্ৰ কাষলৈ অহাৰ ফলত ৰাজভোগ লাভ কৰিব এই ৪ৰাশিয়ে

কৰ্কট ৰাশিত বৃহস্পতি, গুৰু-শুক্ৰ কাষলৈ অহাৰ ফলত ৰাজভোগ লাভ কৰিব এই ৪ৰাশিয়ে

3 hours ago
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ৩% বৃদ্ধি পাব DA  ! চিপিআই সূচকাংকৰ পৰা ডাঙৰ ইংগিত

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ৩% বৃদ্ধি পাব DA ! চিপিআই সূচকাংকৰ পৰা ডাঙৰ ইংগিত

3 hours ago
ৰাতিপুৱা নহয়, নিশা খাওক মেথিৰ গুটিৰ পানী, দেখিব আচৰিত প্ৰভাৱ!

ৰাতিপুৱা নহয়, নিশা খাওক মেথিৰ গুটিৰ পানী, দেখিব আচৰিত প্ৰভাৱ!

3 hours ago
অনবৰতে গাঁঠিৰ বিষ, বতৰ পৰিৱৰ্তনো হ’ব পাৰে আঁৰৰ কাৰণ!

অনবৰতে গাঁঠিৰ বিষ, বতৰ পৰিৱৰ্তনো হ’ব পাৰে আঁৰৰ কাৰণ!

4 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

4 hours ago
পেঞ্চনাৰসকল সতৰ্ক হওক! এটা সৰু ভুলে বৃদ্ধি কৰিব আপোনাৰ কৰৰ বোজা

পেঞ্চনাৰসকল সতৰ্ক হওক! এটা সৰু ভুলে বৃদ্ধি কৰিব আপোনাৰ কৰৰ বোজা

5 hours ago
কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কাৰাগাৰ যাত্ৰাৰ পৰা ৰক্ষা পাবলৈ ৰাহুলৰ এতিয়া কি পথ খোলা আছে? সাংসদ পদ পাবলৈ কি কৰিব লাগিব ৰাহুলে?

editor by editor
April 20, 2023
in ভাৰত, ৰাজনীতি
0
কাৰাগাৰ যাত্ৰাৰ পৰা ৰক্ষা পাবলৈ ৰাহুলৰ এতিয়া কি পথ খোলা আছে? সাংসদ পদ পাবলৈ কি কৰিব লাগিব ৰাহুলে?
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মোদীৰ পদবীক লৈ বিতৰ্কিত মন্তব্য কৰি চৰম বিপদৰ সন্মুখীন হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰত কৰ্ণাটকলৈ গৈ ৰাহুলে কৈছিল, ‘মোদী পদবীৰ সকলো ব্যক্তি চোৰেই হয়। সেয়া লাগে নীৰৱ মোদীয়ে হওক বা ললিত মোদীয়ে হওক বা নৰেন্দ্ৰ মোদী।’ ৰাহুলৰ এই মন্তব্যৰ পাছতেই ৰাহুলৰ বিৰুদ্ধে ফৌজাদাৰী মানহানিৰ গোচৰ ৰুজু হয়। চুৰাটৰ বিজেপি বিধায়ত পুৰ্ণেশ মোদীয়ে এই গোচৰ ৰুজু কৰে। সেই গোচৰতেই বিগত ২৩ মাৰ্চত চুৰাট মেজিষ্ট্ৰেট আদালতে ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰিছে। ২৩ মাৰ্চত চুৰট আদালতে ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰি ২ বছৰৰ কাৰাদণ্ড বিহিছে। এই শাস্তি ঘোষণাৰ পাছতেই ৰাহুলৰ আবেদন চুৰট আদালতে আজি খাৰিজ কৰি দিয়াৰ পাছতেই দেশজুৰি চলিছে ৰাহুলৰ চৰ্চা। এইবাৰ ৰাহুলৰ কি হ’ব? ৰাহুলৰ কপালত জে’লৰ ভাত খোৱাই লেখা আছে নেকি? ৰাহুলে এই পৰ্যন্ত এইসম্পৰ্কে একো জনোৱা নাই যদিও কংগ্ৰেছ কৰ্মীসকলে আইনৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰিছে। সন্মুখত কৰ্ণাটক নিৰ্বাচন। আগন্তুক ২৪ ত আছে লোকসভা নিৰ্বাচন। কিন্তু মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ কাৰণে নিৰ্বাচনত ঠিয় দিব নোৱাৰিব ৰাহুলে। দোষী সাব্যস্ত হোৱাৰ পাছতেই লোকসভাৰ সদস্যপদো হেৰুৱাইছে ৰাহুলে।

ৰাহুলে বাচিবৰ বাবে কিবা ৰাস্তা খোলা আছেনে?

বৃহস্পতিবাৰে চুৰাট আদালতে ৰাহুল গান্ধীৰ আবেদন খাৰিজ কৰাৰ পাছতেই বৰ্তমান ৰাহুল গান্ধীৰ হাতত এটাই পথ খোলা আছে সেয়া হৈছে উচ্চ ন্যায়ালয়ত আবেদন কৰা। এই ক্ষেত্ৰত ৰাহুল গান্ধীয়ে দায়ৰা আদালতৰ বিৰুদ্ধে গুজৰাট হাইকৰ্টত আৱেদন কৰিব পাৰে।

মানহানিৰ গোচৰত চুৰাট আদালতৰ ৰায়ৰ পাছতেই কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে জনাই যে, মানহানি গোচৰৰ পৰা ৰাহুলে যাতে অব্যাহতি পায় তাৰবাবে তেওঁলোকে সমূহ বিকল্প ব্যৱস্থা গ্ৰহণ কৰিছে।

স্থগিতাদেশ মানেই ৰাহুল শাস্তিৰ পৰা মুক্ত নেকি?

উচ্চ ন্যায়ালয়ে যদি চুৰাট আদালতৰ ৰায়ৰ উপৰত স্থগিতাদেশ দিয়ে তাৰ অৰ্থ এয়া নহয় যে ৰাহুল গান্ধীৰ কাৰাদণ্ডৰ শাস্তি বাতিল হ’ল। ভাৰতীয় দণ্ডবিধি ৩৮৯ অনুসৰি গোচৰৰ শুনানি বাকী থাকিলেও উচ্চ আদালতে শাস্তি বাতিল কৰিও দিব পাৰে। এয়া জামিনত মুক্তি পোৱা ধৰণৰেই কথা।

সাংসদ পদ ৰাহুলে উভতাই পাবনে?
যদি আজি ৰাহুল গান্ধীে চুৰাট আদালতৰ ৰায়ক চেলেঞ্জ কৰি গুজৰাট হাইকৰ্টত আবেদন কৰে আৰু হাইকৰ্টে সেই শাস্তিৰ ওপৰত স্থগিতাদেশ জাৰি কৰে তেতিয়া ৰাহুলে সাংসদ পদ উভতাই পোৱাৰ সম্ভাৱনা আছে। ২০১৮ চনত উচ্চতম ন্যায়ালয়ে ‘লোক প্ৰহৰী বনাম কেন্দ্ৰীয় চৰকাৰ’ গোচৰৰ ৰায়দানত কৈছিল যে যি দিনাৰ পৰা আদালতে শাস্তিৰ ওপৰত স্থগিতাদেশ জাৰি কৰিব সেই দিনাই পৰাই সাংসদ পদ উভতাই পাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?
বাণিজ্য

পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

June 2, 2026
বেংক অফ বৰোদাৰ পৰা ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব? প্ৰতিমাহে EMI কিমান দিব লাগিব? প্ৰছেচিং ফি কিমান হ’ব?
বাণিজ্য

বেংক অফ বৰোদাৰ পৰা ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব? প্ৰতিমাহে EMI কিমান দিব লাগিব? প্ৰছেচিং ফি কিমান হ’ব?

June 2, 2026
মোৰ পোছাক কেৱল ফেশ্ব্যন নহয়, মোৰ ৰাজনীতি পোছাকৰ দৰেই ক’লা-বগা? পোছাকৰ প্ৰসংগক লৈ কি বুজালে থালাপতি বিজয়ে?
বিবিধ

মোৰ পোছাক কেৱল ফেশ্ব্যন নহয়, মোৰ ৰাজনীতি পোছাকৰ দৰেই ক’লা-বগা? পোছাকৰ প্ৰসংগক লৈ কি বুজালে থালাপতি বিজয়ে?

June 1, 2026
টিম ইণ্ডিয়াত কেতিয়া হ’ব বৈভৱৰ অভিষেক? জল্পনা-কল্পনাৰ অৱসান ঘটাই কি ক’লে BCCIৰ সচিবে?
ক্ৰীড়া

টিম ইণ্ডিয়াত কেতিয়া হ’ব বৈভৱৰ অভিষেক? জল্পনা-কল্পনাৰ অৱসান ঘটাই কি ক’লে BCCIৰ সচিবে?

June 1, 2026
Next Post
কাৰোবাৰ যদি ৪মহীয়া সন্তান কাৰোবাৰ আকৌ সদ্যবিবাহিতা স্ত্ৰী! পুঞ্চত সন্ত্ৰাসবাদী আক্ৰমণত নিহত ৫ সেনাৰ পৰিয়ালত এতিয়া কেৱল কান্দোনৰ ৰোল

কাৰোবাৰ যদি ৪মহীয়া সন্তান কাৰোবাৰ আকৌ সদ্যবিবাহিতা স্ত্ৰী! পুঞ্চত সন্ত্ৰাসবাদী আক্ৰমণত নিহত ৫ সেনাৰ পৰিয়ালত এতিয়া কেৱল কান্দোনৰ ৰোল

ভাইজানৰ ঈদ উপহাৰ! এদিনত কিমান কোটি উপাৰ্জন কৰিলে ভাইজানৰ ‘কিছি কা ভাই কিছি কি জানে’?

ভাইজানৰ ঈদ উপহাৰ! এদিনত কিমান কোটি উপাৰ্জন কৰিলে ভাইজানৰ 'কিছি কা ভাই কিছি কি জানে’?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.