• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাৰেণ্টৰ বিল কমাবলৈ গছৰ তলত থাকিবলৈ নিৰ্দেশ দিছিল বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে, ইফালে বিধানসভাৰ ২০ জন বিধায়কৰ আৱাসত আছে মুঠ ১২২টা AC, কি ক’ব আপুনি?

কাৰেণ্টৰ বিল কমাবলৈ গছৰ তলত থাকিবলৈ নিৰ্দেশ দিছিল বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে, ইফালে বিধানসভাৰ ২০ জন বিধায়কৰ আৱাসত আছে মুঠ ১২২টা AC, কি ক’ব আপুনি?

3 years ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

22 minutes ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

53 minutes ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

3 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

3 hours ago
বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

3 hours ago
আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

4 hours ago
আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

4 hours ago
দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

5 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

6 hours ago
বৈপৰীত্য

বৈপৰীত্য

7 hours ago
ফেণ্টাচী আৰু ছুপাৰনেচাৰেল একচনৰ সংমিশ্ৰণৰে- The Vvaan

ফেণ্টাচী আৰু ছুপাৰনেচাৰেল একচনৰ সংমিশ্ৰণৰে- The Vvaan

8 hours ago
দলবদ্ধ ধ*ৰ্ষণ গোচৰ: ‘মোৰ পুত্ৰক চৰম শাস্তি দিয়ক’

দলবদ্ধ ধ*ৰ্ষণ গোচৰ: ‘মোৰ পুত্ৰক চৰম শাস্তি দিয়ক’

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কাৰেণ্টৰ বিল কমাবলৈ গছৰ তলত থাকিবলৈ নিৰ্দেশ দিছিল বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে, ইফালে বিধানসভাৰ ২০ জন বিধায়কৰ আৱাসত আছে মুঠ ১২২টা AC, কি ক’ব আপুনি?

editor by editor
June 8, 2023
in অসম, জীৱনশৈলী, ৰাজনীতি
0
কাৰেণ্টৰ বিল কমাবলৈ গছৰ তলত থাকিবলৈ নিৰ্দেশ দিছিল বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে, ইফালে বিধানসভাৰ ২০ জন বিধায়কৰ আৱাসত আছে মুঠ ১২২টা AC, কি ক’ব আপুনি?
0
SHARES
75
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২০ জন বিধায়কৰ ঘৰত ১২২ টা AC, প্ৰত্যেকজন বিধায়কৰ কোঠাই কোঠাই ডেৰ টনৰ একো একোটা এচি৷ শেহতীয়াকৈ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে জনতাক গৰমৰ বাবে গছৰ তলত থাকিবলৈ নিৰ্দেশ দিয়াৰ পাছতেই সামাজিক মাধ্যমত চৰ্চা চলিছিল৷ বহুজনে সামাজিক মাধ্যমত, গছৰ তলত বহি ফটো শ্বেয়াৰ কৰি বিশ্বজিৎ দৈমাৰীৰ টুলুঙা মন্তব্যৰ প্ৰতিবাদো কৰিছে৷

কিন্তু এইসমূহৰ মাজতেই শেহতীয়াকৈ পোহৰলৈ আহিছে বিধায়ক আৱাসৰ এটা ভিডিঅ’৷ ভিডিঅ’টোত দেখা গৈছে যে বিধায়ক আৱাসৰ প্ৰায় প্ৰত্যেকটো কোঠাতেই আছে এচি৷ ২০ জন বিধায়কে ব্যৱহাৰ কৰে ১২২ টা এচি৷ ইফালে জনতাক অধ্যক্ষই গৰমৰ বাবে গছৰ তলত থাকিবলৈ নিৰ্দেশ দিয়ে৷ বিধায়ক আৱাসৰ ২ টা বিল্ডিঙতেই আছে ১২২ টা এচি৷ এই ১২২ টা এচিৰ বিলো পৰিশোধ কৰিব নালাগে ৰজাঘৰীয়াই৷

উল্লেখ্য যে শেহতীয়াভাৱে মুখ্যমন্ত্ৰীয়েও কৈছে যে গুৱাহাটীৰ জনতাই বেছি পৰিমানে এচি ব্যৱহাৰ কৰাৰ বাবেহে বিদ্যুতৰ নাটনি হৈছে৷ অসমত বিদ্যুৎ উৎস নথকাৰ বাবে বাহিৰৰ পৰা বিদ্যুৎ ক্ৰয় কৰি ৰাজ্য চৰকাৰ আৰ্থিক লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

September 27, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

September 27, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

September 27, 2026
বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত
সমীক্ষণ (আলোচনী)

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

September 27, 2026
Next Post
এনেকুৱা কাহিনী আমি TVত দেখো… মীৰা ৰোড কাণ্ডক লৈ চুবুৰীয়াই দিলে শিঁহৰণকাৰী বৰ্ণনা

এনেকুৱা কাহিনী আমি TVত দেখো... মীৰা ৰোড কাণ্ডক লৈ চুবুৰীয়াই দিলে শিঁহৰণকাৰী বৰ্ণনা

জিলাত প্ৰথম হোৱা ছাত্ৰীয়ে কৰে দিনহাজিৰা! আত্মবিশ্বাসী কাৰ্মাই কৈছে, ‘এদিন আই এ এছ বিষয়া হমেই’

জিলাত প্ৰথম হোৱা ছাত্ৰীয়ে কৰে দিনহাজিৰা! আত্মবিশ্বাসী কাৰ্মাই কৈছে, ‘এদিন আই এ এছ বিষয়া হমেই’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.