• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাৰ ভুলৰ বাবে সংঘটিত হ’ল বালাচোৰৰ ভয়ংকৰ ৰে’ল দুৰ্ঘটনা? ট্ৰেজিক ৰে’ল দুৰ্ঘটনাৰ AtoZ

কাৰ ভুলৰ বাবে সংঘটিত হ’ল বালাচোৰৰ ভয়ংকৰ ৰে’ল দুৰ্ঘটনা? ট্ৰেজিক ৰে’ল দুৰ্ঘটনাৰ AtoZ

3 years ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

6 hours ago
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

6 hours ago
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

6 hours ago
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

6 hours ago
১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

7 hours ago
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

7 hours ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

10 hours ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

11 hours ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

12 hours ago
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

13 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

13 hours ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কাৰ ভুলৰ বাবে সংঘটিত হ’ল বালাচোৰৰ ভয়ংকৰ ৰে’ল দুৰ্ঘটনা? ট্ৰেজিক ৰে’ল দুৰ্ঘটনাৰ AtoZ

editor by editor
June 3, 2023
in ভাৰত
0
কাৰ ভুলৰ বাবে সংঘটিত হ’ল বালাচোৰৰ ভয়ংকৰ ৰে’ল দুৰ্ঘটনা? ট্ৰেজিক ৰে’ল দুৰ্ঘটনাৰ AtoZ
0
SHARES
5.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ চলিত বৰ্ষৰ সকলোতকৈ ভয়ংকৰ ৰে’ল দুৰ্ঘটনাই জোঁকাৰি গৈছে সমগ্ৰ দেশ। উৰিষ্যাৰ বালাচোৰত শুকুৰবাৰে নিশা ৭ বজাত সংঘটিত হৈছিল সেই ভয়ংকৰ দুৰ্ঘটনা। বালাচোৰৰ বহনাগা ৰে’লৱে ষ্টেচনৰ কাষত শালীমাৰ-চেন্নাই কৰোমণ্ডল এক্সপ্ৰেছ দুৰ্ঘটনগ্ৰস্ত হয়। য’ত বৰ্তমানলৈকে প্ৰাণ হেৰুৱাই ২৩৮ গৰাকী যাত্ৰীয়ে। বিপৰীত মুখৰ পৰা অহা মালবাহী এখন ট্ৰেইনে কৰোমণ্ডল এক্সপ্ৰেছত খুন্দা মৰাৰ ফলত লাইনচ্যুত হয় ৰে’লৰ ১০ টাকৈ ডবা। ইয়াৰ কিছু সময়ৰ পিছতে সেই স্থানত সংঘটিত হয় আন এক দুৰ্ঘটনা। যশোৱন্তপুৰৰ পৰা হাওৰা অভিমুখী আন এখন ট্ৰেইনে আহি খুন্দা মাৰে পূৰ্বৰ লাইনচ্যুত ডবাত । ফলত ট্ৰেকৰ পৰা নামি আহে ২ টাকৈ ডবা। দুয়োখন ট্ৰেইনৰ মুঠ ১২টা ডবা লাইনচ্যুত হোৱাৰ লগতে আন কেইবাটাও ডবা ৰে’ল লাইনৰ পৰা চিটিকি দুৰৈত পৰে। এই দুৰ্ঘটনাত আনুমানিক ২৮০ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে আৰু ৯০০ ৰো অধিক লোক আঘাটপ্ৰাপ্ত হয়। ৰে’লৰ বাগৰি পৰা ডবাসমূহত আন আন যাত্ৰী আৱদ্ধ হৈ থকাৰো আশংকা প্ৰকাশ কৰা হৈছে। বিগত ১২ ঘণ্টা ধৰি অব্যাহত আছে উদ্ধাৰ অভিযান।

এই ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় ৰে’লমন্ত্ৰী, উৰিষ্যাৰ মুখ্যমন্ত্ৰীৰ লগতে প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ৰ বিষয়ববীয়া। উদ্ধাৰকাৰী দলে চলাই আছে উদ্ধাৰ অভিযান। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে। ইতিমধ্যে মুকলি কৰা হৈছে কেইবাটাও হেল্পলাইন নম্বৰ। দুৰ্ঘটনাৰ পিছতে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহ্বান কৰিছে জৰুৰী বৈঠক। কিছু সময়ৰ পিছতে ঘটনাস্থলীলৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digital
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি
ভাৰত

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

September 8, 2026
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা
বিনোদন

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

September 8, 2026
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা
অপৰাধ

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

September 8, 2026
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক
ভাৰত

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

September 8, 2026
Next Post
বিজুতি ক’ত? বাৰে বাৰে ৰে’ল দুৰ্ঘটনা কিয় হয় ভাৰতত, সবিশেষ…

বিজুতি ক’ত? বাৰে বাৰে ৰে’ল দুৰ্ঘটনা কিয় হয় ভাৰতত, সবিশেষ...

সম্পত্তিৰ পৰিমান ৬ হাজাৰ কোটি! কেনেকৈ এই সম্পত্তিৰ অধিকাৰী হ’ল বাদশ্বাহ শ্বাহৰুখ…

সম্পত্তিৰ পৰিমান ৬ হাজাৰ কোটি! কেনেকৈ এই সম্পত্তিৰ অধিকাৰী হ’ল বাদশ্বাহ শ্বাহৰুখ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.