• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিজুতি ক’ত? বাৰে বাৰে ৰে’ল দুৰ্ঘটনা কিয় হয় ভাৰতত, সবিশেষ…

বিজুতি ক’ত? বাৰে বাৰে ৰে’ল দুৰ্ঘটনা কিয় হয় ভাৰতত, সবিশেষ…

3 years ago
আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

2 minutes ago
হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

14 hours ago
ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক

ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক

14 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

সপোনে মেলিব পোখা! কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য জানক

15 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

15 hours ago
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

হাইঠা মাটিত পৰিল! হঠাৎ কিয় ভাৰতৰ প্ৰতি নৰম হ’ল ড’নাল্ড ট্ৰাম্প?

16 hours ago
আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক

আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক

17 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

17 hours ago
কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

18 hours ago
অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

19 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, পূৰ্বে দিছিল নেকি পেট্ৰ’ল-ডিজেল সংকটৰ আগজাননী?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিসহ ৫ ৰাশিৰ হ’ব আৰ্থিক লাভ!

19 hours ago
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বিজুতি ক’ত? বাৰে বাৰে ৰে’ল দুৰ্ঘটনা কিয় হয় ভাৰতত, সবিশেষ…

editor by editor
June 3, 2023
in ভাৰত
0
বিজুতি ক’ত? বাৰে বাৰে ৰে’ল দুৰ্ঘটনা কিয় হয় ভাৰতত, সবিশেষ…
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সময় সন্ধিয়া প্ৰায় ৭.৩০মিনিট। পশ্চিমবংগৰ পৰা চেন্নাইৰ দিশে তীব্ৰগতিত আগৱাঢ়িছে ১২৮৪১ নম্বৰৰ ছালিমা-চেন্নাই ছুপাৰ স্পিড ট্ৰেইন কৰমণ্ডল এক্সপ্ৰেছ। তেনে সময়তে ওড়িশাৰ বালাচোৰ জিলাৰ বাহানগৰত কৰমণ্ডল এক্সেপ্ৰেছে তীব্ৰগতিত খুন্দা মাৰে। পূৰ্বৰে পৰা লাইনচ্যুত হৈ থকা ১২৮৬৪ নম্বৰৰ বেংগালুৰু-হাওৰা ট্ৰেইনখনৰ বহুকেইটা ডবাত। ইফালে কৰমণ্ডল এক্সেপ্ৰেছে পূৰ্বৰে পৰা লাইনচ্যুত হৈ থকা ৰে’লখনত খুন্দামাৰিয়ে উফৰি গৈ বিপৰীত দিশৰ পৰা আহি থকা এখন মালবাহী ৰে’লত খুন্দা মাৰে।

ইফালে কিবা তত ধৰিব পৰাৰ আগতেই সৃষ্টি হয় সকলোফালে হাহাকাৰৰ। কিছু সময়ৰ পূৰ্বে হাঁহি মাতি আহি থকা বহুসংখ্যক যাত্ৰী নিমিখতে ৰূপান্তৰ হয় মৃতদেহলৈ। চকুৰ পচাৰতে শেষ হৈ পৰিল শ শ লোকৰ জীৱন। কাৰোবাৰ যদি হাত নাই তেন্তে কাৰোবাৰ ভৰি নাই, কাৰোবাৰ যদি দেহৰ তলৰ অংশ নাই তেন্তে কাৰোবাৰ দেহৰ মুখ মণ্ডল নাইকিয়া হৈ পৰে এই দুৰ্ঘটনাত। পিছে শুকুৰবাৰে সংঘটিত হোৱা এই ভয়ংকৰ দুৰ্ঘটনাই ভাৰতৰ প্ৰথম ৰে’ল দুৰ্ঘটনা নহয়। ইয়াৰ পূৰ্বেও দেশত বহু কেইটা ভয়ংকৰ ৰে’ল দুৰ্ঘটনা সংঘঠিত হৈছে।

চন ২০১৬, ২০ নৱেম্বৰ। এই দুৰ্ঘটনা সংঘটিত হৈছিল উত্তৰপ্ৰদেশৰ পোষৰাইন নামৰ অঞ্চলত। ইন্দোৰ-ৰাজেন্দ্ৰ নগৰ এক্সপ্ৰেছৰ মাজত হৈছিল এই দুৰ্ঘটনা। ১৫২গৰাকী যাত্ৰী মৃত্যু হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় ২৬০গৰাকী যাত্ৰী। চন ২০০২, ৯ ছেপ্টেম্বৰ। নতুন দিল্লী-হাওৰা ৰাজধানী এক্সপ্ৰেছ দুৰ্ঘটনা সংঘটিত হয় বিহাৰত। এই দুৰ্ঘটনাত মৃত্যু হয় ১৪০গৰাকী যাত্ৰীৰ। চন ১৯৯৯, ২ আগষ্ট। গাইচাল ষ্টেচনত সংঘঠিত হোৱা দুৰ্ঘটনাৰ ফলত ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছৰ ২৮৫গৰাকী যাত্ৰীৰ মৃত্যুৰ লগতে ৩০০গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হয়।

চন ১৯৯৮, ২৬ নৱেম্বৰ। জন্ম টাৱি-শিয়ালদা এক্সপ্ৰেছৰ দুৰ্ঘটনাৰ ফলত ২১২গৰাকী যাত্ৰীৰ মৃত্যু হয়। চন ১৯৯৫, ২০ আগষ্ট। ফৰিদাবাদত সংঘটিত হোৱা এই ৰে’ল দুৰ্ঘটনাত ৩০৫ গৰাকী যাত্ৰীৰ কৰুণ মৃত্যু ঘটে। চন ১৯৮১, ৬ জুন। বিহাৰৰ বাগমতি নদী পাৰ হোৱাৰ সময়তে দলং ভাঙি নদীত বাগৰি এখন ৰে’ল। যি দুৰ্ঘটনাত ৭৫০জন লোকৰ মৃত্যু ঘটে।

এইয়া আছিল ইতিহাসত লিপিবদ্ধ হোৱা চলিত শতিকাৰ ভাৰতৰ কেইটামান ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। পূৰ্বৰ দৰে ভয়ংকৰ ৰে’ল দুৰ্ঘটনাবোৰৰ দৰেই শুকুবাৰে সন্ধিয়া উৰিষ্যাৰ বালাচোৰৰ কৰমণ্ডল এক্সপ্ৰেছ দুৰ্ঘটনাত বৰ্তমান সময়লৈ মৃত্যু হৈছে প্ৰায় ৩০০ জন লোকৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ
ভাৰত

আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

July 26, 2026
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?
বিশ্ব

হাইঠা মাটিত পৰিল! হঠাৎ কিয় ভাৰতৰ প্ৰতি নৰম হ’ল ড’নাল্ড ট্ৰাম্প?

July 25, 2026
কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ
বাণিজ্য

কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

July 25, 2026
অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?
ভাৰত

অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

July 25, 2026
Next Post
সম্পত্তিৰ পৰিমান ৬ হাজাৰ কোটি! কেনেকৈ এই সম্পত্তিৰ অধিকাৰী হ’ল বাদশ্বাহ শ্বাহৰুখ…

সম্পত্তিৰ পৰিমান ৬ হাজাৰ কোটি! কেনেকৈ এই সম্পত্তিৰ অধিকাৰী হ’ল বাদশ্বাহ শ্বাহৰুখ...

ওড়িশাৰ বালাচূড়ত মৃত্যুৰ কিৰিলি! মানৱতাৰ নিদৰ্শন দাঙি ধৰি ৰক্তদানৰ বাবে হাস্পতালত স্থানীয় বাসিন্দাৰ দীঘলীয়া শাৰী

ওড়িশাৰ বালাচূড়ত মৃত্যুৰ কিৰিলি! মানৱতাৰ নিদৰ্শন দাঙি ধৰি ৰক্তদানৰ বাবে হাস্পতালত স্থানীয় বাসিন্দাৰ দীঘলীয়া শাৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.