• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিডনী বা বৃক্কত পাথৰ হ’লে এই ৫ বিধ খাদ্য ভুলতো নাখাব… ভিতৰে ভিতৰে বাঢ়ি যাব পাৰে এই ৰোগ

কিডনী বা বৃক্কত পাথৰ হ’লে এই ৫ বিধ খাদ্য ভুলতো নাখাব… ভিতৰে ভিতৰে বাঢ়ি যাব পাৰে এই ৰোগ

4 years ago
Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত  DA যোগ হ’ব নেকি?

Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত DA যোগ হ’ব নেকি?

19 minutes ago
বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

49 minutes ago
পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

1 hour ago
খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

2 hours ago
ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

3 hours ago
উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

3 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কৰ্কট ৰাশিৰ লগতে এই ৫ ৰাশিৰ লোক হওক সাৱধান, এটা ভুলে মাতিব ডাঙৰ বিপদৰ!

4 hours ago
২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

5 hours ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

13 hours ago
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

14 hours ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

14 hours ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কিডনী বা বৃক্কত পাথৰ হ’লে এই ৫ বিধ খাদ্য ভুলতো নাখাব… ভিতৰে ভিতৰে বাঢ়ি যাব পাৰে এই ৰোগ

editor by editor
January 19, 2023
in জীৱনশৈলী, ভাৰত, স্বাস্থ্য
0
কিডনী বা বৃক্কত পাথৰ হ’লে এই ৫ বিধ খাদ্য ভুলতো নাখাব… ভিতৰে ভিতৰে বাঢ়ি যাব পাৰে এই ৰোগ
0
SHARES
53.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কিডনী বা বৃক্কজনিত ৰোগ প্ৰায়সকল লোকৰেই এক প্ৰধান সমস্যা হৈ ধৰা দিছে৷ শৰীৰৰ প্ৰধান অংগসমূহৰ ভিতৰত এটা হৈছে বৃক্ক৷ শৰীৰৰ বৰ্জিত পদাৰ্থ বাহিৰ কৰাত বৃক্কই বিশেষ ভূমিকা গ্ৰহণ কৰে৷ ইয়াৰোপৰি বিভিন্ন হৰমন শৰীৰত তৈয়াৰ কৰাৰ পৰা প্ৰেছাৰ নিয়ন্ত্ৰণলৈ সকলোবোৰেই বৃক্কৰ সৈতে সংপৃক্ত হৈ আছে৷ আমি কৰা কিছু ভুলৰ বাবেই বৃক্কৰ ৰোগে দেখা দিয়ে৷ খাদ্যভাষৰ বেমেজালিয়েই বিশেষভাৱে বৃক্কক ক্ষতিগ্ৰস্থ কৰে৷ দেখা যায় যে কিডনী ষ্ট’ন ৰোৱা ৰোগীৰ সংখ্যা বহুপৰিমানে বৃদ্ধি পাইছে৷ এই সমস্যাক বৰ্তমান এক সাধাৰণ বেমাৰেই হৈ পৰা বুলি ক’ব পাৰি৷ বৃক্কত হোৱা ষ্ট’নৰ বাবে চিকিৎসকেও চেনী, পটাছিয়াম, ছডিয়াম, ফছফৰাছ সমৃদ্ধ খাদ্য খোৱাত বাধা আৰোপ কৰে৷
এই ৰোগত কিডনীত কিছু গোটা বৰ্জিত পদাৰ্থ জমা হয়৷ এই জমা হোৱা গোটা পদাৰ্থই প্ৰস্ৰাৱৰ সৈতে বাহিৰলৈ ওলাই নাহে৷ জমা হৈ থকা এই পদাৰ্থসমূহেই পাছলৈ জটিলতাৰ সৃষ্টি কৰে৷ এই ৰোগত আক্ৰান্ত ব্যক্তিৰ প্ৰাথমিক লক্ষণেই হৈছে তলপেটৰ বিষ৷ বমি বমি ভাৱ অহা আদি৷ খাদ্যভাষ স্বাস্থ্যসন্মত হ’লেই কিন্তু এই ৰোগৰ পৰা বহুপৰিমানে উপশম পাব পাৰি৷ কিডনী ষ্ট’ন হোৱা ব্যক্তিয়ে কেনেধৰণৰ খাদ্য সেৱন নকৰিব?

কৰ্দৈ বা ৰহদৈ
এনছিবিআইৰ ৰিপৰ্টমতে কৰ্দৈ বা ৰহদৈ এবিধ ঔষধী গুণ সমৃদ্ধ খাদ্য৷ কৰ্দৈ বহু ভিটামিন আৰু খনিজেৰে ভৰপুৰ এবিধ ফল৷ কিন্তু এই ফল কিডনীৰ অসুবিধা থকা ৰোগীৰ বাবে ভয়ংকৰ৷ নেফ্ৰটক্সিটিছিটি আৰু একিউট কিডনী ডিজিজৰ বাবে এই ফল অপকাৰী৷ কিডনী যিকোনো ৰোগ থাকিলে কৰ্দৈ পৰাপক্ষত নাখাব৷

কল
কল স্বাস্থ্যৰ বাবে উপকাৰী এবিধ ফল৷ ভিটামিন, মিনাৰেলৰ ওপৰিও পৰ্যাপ্ত পৰিমানে কেলৰী থাকে কলত৷ এই ফল এজন সুস্থ ব্যক্তিয়ে নিয়মিতভাৱেই সেৱন কৰিব পাৰে৷ কিন্তু কিডনী ষ্ট’ন থকা ব্যক্তিৰ বাবে কল অতি মাৰাত্মক৷ কিয়নো কলত বহু পৰিমানে পটাছিয়াম থাকে৷ সেয়ে কিডনীৰ ৰোগীয়ে কল খোৱাৰ পৰা বিৰত থাকিব৷

কমলা
শীতকালত উপলব্ধ এবিধ লোভনীয় ফলেই হৈছে কমলা৷ জাৰৰ দিনত কাঁহ বা জ্বৰ আদি সমস্যা হ’ব পাৰে বুলি বহুতেই কল খাবলৈ ভয় কৰে৷ কিন্তু কমলাটো এনে বহু উপাদান থাকে যিসমূহ আমাৰ শৰীৰৰ বাবে খুবেই উপকাৰী৷ কমলাত বহুপৰিমানে এণ্টি অক্সিডেণ্ট, ভিটামিন আৰু খনিজ থাকে৷ এইসমূহ উপাদান সাধাৰণ মানুহৰ বাবে উপকাৰী হ’লেও কিডনী ষ্ট’ন থকা ৰোগীৰ বাবে ভয়াৱহ৷ কমলাত প্ৰচুৰ পৰিমানে পটাছিয়াম থকাৰ বাবে ই কিডনীত পাথৰ হোৱা ৰোগীৰ বাবে মাৰাত্মক হৈ পৰে৷

কিউৱী
কিউৱীতো অক্সালেট আৰু পটাছিয়াম থাকে৷ সেয়ে কিডনী ষ্ট’নৰ বাবে ই অতি অপকাৰী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!
জীৱনশৈলী

খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

July 22, 2026
ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

July 22, 2026
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!
জীৱনশৈলী

কৰ্কট ৰাশিৰ লগতে এই ৫ ৰাশিৰ লোক হওক সাৱধান, এটা ভুলে মাতিব ডাঙৰ বিপদৰ!

July 22, 2026
২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য
জীৱনশৈলী

২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

July 22, 2026
Next Post
ডণ্ট কেয়াৰ বয়কট ট্ৰেণ্ড! মাত্ৰ পাঁচ ঘণ্টাত বিক্ৰী হ’ল পাঠানৰ কোটি টকাৰ অগ্ৰিম টিকট…

ডণ্ট কেয়াৰ বয়কট ট্ৰেণ্ড! মাত্ৰ পাঁচ ঘণ্টাত বিক্ৰী হ’ল পাঠানৰ কোটি টকাৰ অগ্ৰিম টিকট...

অন্যৰ গৰ্ভ ভাড়া কৰি কিয় মাতৃ হৈছিল প্ৰিয়ংকা? এবছৰৰ অন্তত মুখ খুলিছে প্ৰিয়ংকাই…

অন্যৰ গৰ্ভ ভাড়া কৰি কিয় মাতৃ হৈছিল প্ৰিয়ংকা? এবছৰৰ অন্তত মুখ খুলিছে প্ৰিয়ংকাই...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.