• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অন্যৰ গৰ্ভ ভাড়া কৰি কিয় মাতৃ হৈছিল প্ৰিয়ংকা? এবছৰৰ অন্তত মুখ খুলিছে প্ৰিয়ংকাই…

অন্যৰ গৰ্ভ ভাড়া কৰি কিয় মাতৃ হৈছিল প্ৰিয়ংকা? এবছৰৰ অন্তত মুখ খুলিছে প্ৰিয়ংকাই…

3 years ago
প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!

প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!

16 minutes ago
NEET re examৰ কেনেকৈ কৰিব প্ৰস্তুতি? সলনি হ’ব নেকি পাঠ্যক্ৰম জানক

NEET re examৰ কেনেকৈ কৰিব প্ৰস্তুতি? সলনি হ’ব নেকি পাঠ্যক্ৰম জানক

44 minutes ago
হোটেলত কিয় বগা আৰু কোমল টাৱেল দিয়ে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ!

হোটেলত কিয় বগা আৰু কোমল টাৱেল দিয়ে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ!

2 hours ago
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

2 hours ago
নতুন সংগী বিচাৰিছে নেকি মৌনি ৰয়ে? বিবাহ বিচ্ছেদৰ পিছত পোহৰলৈ আহিছে ডাঙৰ সত্য!

নতুন সংগী বিচাৰিছে নেকি মৌনি ৰয়ে? বিবাহ বিচ্ছেদৰ পিছত পোহৰলৈ আহিছে ডাঙৰ সত্য!

3 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

3 hours ago
মূল্যবৃদ্ধিয়ে কৰিছে নিদ্ৰা হৰণ, পেট্ৰ’ল-ডিজেলৰ পিছত বৃদ্ধি CNG ৰ মূল্য!

মূল্যবৃদ্ধিয়ে কৰিছে নিদ্ৰা হৰণ, পেট্ৰ’ল-ডিজেলৰ পিছত বৃদ্ধি CNG ৰ মূল্য!

4 hours ago
মাত্ৰ ৫ বছৰতেই পাব ৩৫ লাখ টকা, পোষ্ট অফিচৰ এই স্কিমত বিনিয়োগ কৰিলে সুবিধা আপোনাৰেই

মাত্ৰ ৫ বছৰতেই পাব ৩৫ লাখ টকা, পোষ্ট অফিচৰ এই স্কিমত বিনিয়োগ কৰিলে সুবিধা আপোনাৰেই

5 hours ago
এই শাৰীৰিক সমস্যাই আপোনাক মানসিকভাৱেও ভাঙি পেলাইছে? শুক্ৰাণু সবল নে দুৰ্বল কেনেকৈ বুজিব আপুনি?

এই শাৰীৰিক সমস্যাই আপোনাক মানসিকভাৱেও ভাঙি পেলাইছে? শুক্ৰাণু সবল নে দুৰ্বল কেনেকৈ বুজিব আপুনি?

6 hours ago
শৰীৰৰ এই ৬স্থানত তিল থকাটো ৰাজযোগৰ লক্ষণ, অৰ্থ, খ্যাতি, প্ৰতিপত্তিৰে শীৰ্ষত উপনীত হয় এইসকল জাতক

শৰীৰৰ এই ৬স্থানত তিল থকাটো ৰাজযোগৰ লক্ষণ, অৰ্থ, খ্যাতি, প্ৰতিপত্তিৰে শীৰ্ষত উপনীত হয় এইসকল জাতক

7 hours ago
গৃহঋণ লোৱাৰ পৰিকল্পনা আছে? SBIৰ পৰা ৬০ লাখৰ গৃহঋণত EMI কিমান হ’ব?

গৃহঋণ লোৱাৰ পৰিকল্পনা আছে? SBIৰ পৰা ৬০ লাখৰ গৃহঋণত EMI কিমান হ’ব?

7 hours ago
জুনৰ মাজভাগৰ পৰাই ভাগ্যৰ চকা ঘূৰিব ৪ৰাশিৰ, কাৰ কাৰ ঘৰলৈ লক্ষ্মী আহিব?

জুনৰ মাজভাগৰ পৰাই ভাগ্যৰ চকা ঘূৰিব ৪ৰাশিৰ, কাৰ কাৰ ঘৰলৈ লক্ষ্মী আহিব?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

অন্যৰ গৰ্ভ ভাড়া কৰি কিয় মাতৃ হৈছিল প্ৰিয়ংকা? এবছৰৰ অন্তত মুখ খুলিছে প্ৰিয়ংকাই…

editor by editor
January 20, 2023
in চিনেমা, জীৱনশৈলী, বিনোদন, বিশ্ব, ভাৰত
0
অন্যৰ গৰ্ভ ভাড়া কৰি কিয় মাতৃ হৈছিল প্ৰিয়ংকা? এবছৰৰ অন্তত মুখ খুলিছে প্ৰিয়ংকাই…
0
SHARES
49.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এবছৰ আগৰ কথা। ২০২২ চনৰ জানুৱাৰী মাহত মাতৃ হৈছিল প্ৰিয়ংকা চোপ্ৰা। চেৰগেছিৰ মাধ্যমেৰে মাতৃ হৈছিল প্ৰিয়ংকা। নিক-প্ৰিয়ংকাৰ সন্তান মালতী মেৰি চোপ্ৰা জোনাছৰ জন্মৰ পাছতেই আৰম্ভ হৈছিল চৰ্চা। বহুতেই প্ৰিয়ংকাক কটাক্ষ কৰি কৈছিল চেৰগেছিৰ মাধ্যমেৰে মাতৃ হোৱাতকৈ মাতৃ নোহোৱাই ভাল। এই সমূহ কথাৰ উত্তৰ এবছৰৰ অন্তত প্ৰিয়ংকাই দিছে।

প্ৰিয়ংকাই মাতৃত্বৰ বিষয়ত মন্তব্যত কয়, ‘মোৰ বহুকেইটা শাৰীৰিক সমস্যা আছে। মাতৃ হোৱাৰ হেঁপাহ থাকিলেও জটিলতাই দেখা দিছিল। সেয়ে চোৰগেছিৰ জৰিয়তে মাতৃ হৈছিলো।মই ভাগ্যৱতী। আমাৰ সেই ক্ষমতা আছিল যে এটা গৰ্ভ আমি ভাড়াত ল’ব পাৰিছিলো। যিগৰকী নাৰীয়ে আমাৰ মালতীক জন্ম দিলে তেওঁৰ ওচৰত আমি চিৰকৃতজ্ঞ। আমাৰ প্ৰাণৰ টুকুৰাটোক ৯ মাহ সযত্নে ৰখাৰ বাবে তেওঁক আমি যিমান ধ্যবাদ জনালেও কমেই হয়।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!
জীৱনশৈলী

প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!

May 15, 2026
হোটেলত কিয় বগা আৰু কোমল টাৱেল দিয়ে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ!
জীৱনশৈলী

হোটেলত কিয় বগা আৰু কোমল টাৱেল দিয়ে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ!

May 15, 2026
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!
জীৱনশৈলী

প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

May 15, 2026
নতুন সংগী বিচাৰিছে নেকি মৌনি ৰয়ে? বিবাহ বিচ্ছেদৰ পিছত পোহৰলৈ আহিছে ডাঙৰ সত্য!
বিনোদন

নতুন সংগী বিচাৰিছে নেকি মৌনি ৰয়ে? বিবাহ বিচ্ছেদৰ পিছত পোহৰলৈ আহিছে ডাঙৰ সত্য!

May 15, 2026
Next Post
সপোনত হাতী, সাপ দেখে! নিচিন্ত থাকক এই ৫ জন্তু দেখিলেই খুলিব আপোনাৰ ভাগ্য…

সপোনত হাতী, সাপ দেখে! নিচিন্ত থাকক এই ৫ জন্তু দেখিলেই খুলিব আপোনাৰ ভাগ্য...

হাস্পতালত মাত্ৰ দুসপ্তাহ! কেতিয়াৰে পৰা অনুশীলত নামিব ঋষভ পণ্ট জনালে ঘনিষ্ঠ মহলে…

হাস্পতালত মাত্ৰ দুসপ্তাহ! কেতিয়াৰে পৰা অনুশীলত নামিব ঋষভ পণ্ট জনালে ঘনিষ্ঠ মহলে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.