• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সপোনত হাতী, সাপ দেখে! নিচিন্ত থাকক এই ৫ জন্তু দেখিলেই খুলিব আপোনাৰ ভাগ্য…

সপোনত হাতী, সাপ দেখে! নিচিন্ত থাকক এই ৫ জন্তু দেখিলেই খুলিব আপোনাৰ ভাগ্য…

2 weeks ago
কোন জিলাত নতুনকৈ কিমান স্বামী আটক? আহি গ’ল নতুন তালিকা…

কোন জিলাত নতুনকৈ কিমান স্বামী আটক? আহি গ’ল নতুন তালিকা…

3 hours ago
‘ইমানদিনে চৰকাৰ ক’ত শুই আছিল?’ বাল্য বিবাহ বিৰোধী অভিযানক লৈ ৰিপুণ বৰাৰ ক্ষোভ

‘ইমানদিনে চৰকাৰ ক’ত শুই আছিল?’ বাল্য বিবাহ বিৰোধী অভিযানক লৈ ৰিপুণ বৰাৰ ক্ষোভ

3 hours ago
নিৰ্মলা সীতাৰমণৰ ৰেল বাজেটৰ চাৰিগুণৰো অধিক হ’ব ক্ষতিৰ পৰিমান! ১০ দিনত আদানীয়ে হেৰুৱাইছে ৯লাখ ৭৩ হাজাৰ ৪০১ কোটি টকা

নিৰ্মলা সীতাৰমণৰ ৰেল বাজেটৰ চাৰিগুণৰো অধিক হ’ব ক্ষতিৰ পৰিমান! ১০ দিনত আদানীয়ে হেৰুৱাইছে ৯লাখ ৭৩ হাজাৰ ৪০১ কোটি টকা

7 hours ago
বলীউডত প্ৰকৃত ভালপোৱা বিৰল, সিদ্ধাৰ্থ-কিয়াৰাৰ লাভ ষ্টৰীত মুগ্ধ কংগনা ৰানাৱট

বলীউডত প্ৰকৃত ভালপোৱা বিৰল, সিদ্ধাৰ্থ-কিয়াৰাৰ লাভ ষ্টৰীত মুগ্ধ কংগনা ৰানাৱট

8 hours ago
মণিপুৰত ছানি লিয়নীৰ অনুষ্ঠানস্থলীৰ নিচেই কাষতেই বোমা বিস্ফোৰণ

মণিপুৰত ছানি লিয়নীৰ অনুষ্ঠানস্থলীৰ নিচেই কাষতেই বোমা বিস্ফোৰণ

8 hours ago
অব্যাহত বাল্যবিবাহ বিৰোধী অভিযান! পিতৃ-মাতৃক গ্ৰেপ্তাৰ কৰাৰ আশংকাতেই চৰম সিদ্ধান্ত এগৰাকী বোৱাৰীৰ…

অব্যাহত বাল্যবিবাহ বিৰোধী অভিযান! পিতৃ-মাতৃক গ্ৰেপ্তাৰ কৰাৰ আশংকাতেই চৰম সিদ্ধান্ত এগৰাকী বোৱাৰীৰ…

9 hours ago
কোনো যদি ৭ মহীয়া অন্তসত্বা, কাৰোবাৰ কোলাত আকৌ ১মহীয়া কেচুৱা…চৰকাৰৰ পদক্ষেপে নমাই আনিছে নেকি বহুতৰে জীৱনলৈ অমানিশা

কোনো যদি ৭ মহীয়া অন্তসত্বা, কাৰোবাৰ কোলাত আকৌ ১মহীয়া কেচুৱা…চৰকাৰৰ পদক্ষেপে নমাই আনিছে নেকি বহুতৰে জীৱনলৈ অমানিশা

1 day ago
খোল খালে সেই অধ্যায়! ১৯ বছৰীয়া গোপন চিঠিত কাৰ কথা কৈ গৈছে কবি নীলমণি ফুকনে? সবিশেষ…

খোল খালে সেই অধ্যায়! ১৯ বছৰীয়া গোপন চিঠিত কাৰ কথা কৈ গৈছে কবি নীলমণি ফুকনে? সবিশেষ…

1 day ago
মুখ্যমন্ত্ৰীৰ সংবাদমেল LIVE আপডেট…

মুখ্যমন্ত্ৰীৰ সংবাদমেল LIVE আপডেট…

2 days ago
মই জীয়াই থাকিবলৈ এতিয়া বহু টকাৰ প্ৰয়োজন, সন্মুখত ডাক্তৰ, অস্ত্ৰোপছাৰ… দীপক শৰ্মাই হাস্পতালৰ বিচনাৰ পৰাই ৰাজ্যবাসীক জনাইছে বিশেষ অনুৰোধ

মই জীয়াই থাকিবলৈ এতিয়া বহু টকাৰ প্ৰয়োজন, সন্মুখত ডাক্তৰ, অস্ত্ৰোপছাৰ… দীপক শৰ্মাই হাস্পতালৰ বিচনাৰ পৰাই ৰাজ্যবাসীক জনাইছে বিশেষ অনুৰোধ

2 days ago
দালালৰ পাছত অবৈধ বিবাহ! কাইলৈৰ পৰা হাজাৰ হাজাৰ স্বামী অতিথি হ’ব ৰঙাঘৰৰ, মুকলি বিশেষ নম্বৰো…

দালালৰ পাছত অবৈধ বিবাহ! কাইলৈৰ পৰা হাজাৰ হাজাৰ স্বামী অতিথি হ’ব ৰঙাঘৰৰ, মুকলি বিশেষ নম্বৰো…

2 days ago
এজনৰ পাছত আনজন সাহিত্যিকৰ ক্ষোভ! অসম সাহিত্য সভাৰ সংবিধান সংশোধন হওক…

এজনৰ পাছত আনজন সাহিত্যিকৰ ক্ষোভ! অসম সাহিত্য সভাৰ সংবিধান সংশোধন হওক…

2 days ago
  • About
  • Advertise
  • Careers
Saturday, February 4, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সপোনত হাতী, সাপ দেখে! নিচিন্ত থাকক এই ৫ জন্তু দেখিলেই খুলিব আপোনাৰ ভাগ্য…

editor by editor
January 20, 2023
in অসম, উত্তৰ-পূব, জীৱনশৈলী, ভাৰত
0
সপোনত হাতী, সাপ দেখে! নিচিন্ত থাকক এই ৫ জন্তু দেখিলেই খুলিব আপোনাৰ ভাগ্য…
0
SHARES
65.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সপোন সকলোৱেই দেখে। নিশা টোপনিৰ সময়ত দেখা সপোন কেতিয়াবা ফলিয়াই কেতিয়াবা পুৱাই উঠি পাহৰি পেলোৱা হয়। স্বপ্ন শাস্ত্ৰত উল্লেখ থকামতে সপোনত কিছু প্ৰাণী দেখিলে আপোনাৰ ভাগ্য খুলিবই। প্ৰতিটো সপোনৰেই কিছু অৰ্থ থাকে। সপোনত দেখা কিছু কথাই ভৱিষ্যতৰ ইংগিত দিয়ে। বহুতেই কিন্তু পুৱাই উঠি নিশা দেখা সপোনটো পাহৰি পেলাই। কোনবোৰ সপোনে ভাল সময়ৰ ইংগিত দিয়ে জানেনে?

গৰুঃ সপোনত গৰু দেখিলে খুবেই ভাল বুলি শাস্ত্ৰই দাবী কৰে। গৰু দেখাৰ অৰ্থ হৈছে ব্যক্তিগৰাকীৰ ওপৰত ঈশ্বৰৰ আশীৰ্বাদ আছে। সপোনত গৰু দেখিলে ব্যক্তিজনে সকলো কামতে সফলতা লাভ কৰে।

হাতীঃ সপোনত হাতী দেখিলেও শুভ বুলি শাস্ত্ৰই কয়। যদি কোনোৱে সপোনত হাতী দেখে তেন্তে ইয়াৰ অৰ্থ হৈছে আগন্তুক সময়ত ব্যক্তিজনে প্ৰচুৰ সম্পদ অৰ্জন কৰিব। ইয়াৰোপৰি হাতী দেখা মানেই ঘৰলৈ সুখ-সমৃদ্ধি অহা।

কলা সাপঃ সপোনত কলা ৰঙৰ সাপ দেখিলেও শুভ বুলি শাস্ত্ৰই কয়। কলা সাপ দেখা মানেই আপোনাৰ সুখ্যাতি বাঢ়িবলৈ আৰম্ভ কৰিছে। ইয়াৰ অৰ্থ হৈছে অচিৰেই আপোনাৰ ইচ্ছাপূৰণ হ’ব।

ফেঁচাঃ সপোনত ফেঁচা দেখিলেও শুভ বুলি শাস্ত্ৰই কয়। এইদৰে ফেঁচা দেখা মানেই আপোনাৰ খ্যাতি বাঢ়িবলৈ আৰম্ভ হৈছে। লক্ষ্মীৰ বাহন ফেঁচা দেখিলে সম্পদ লাভৰ যোগ বুলিও শাস্ত্ৰত উল্লেখ আছে।


শহাপহুঃ সপোনত শহাপহু দেখিলে খুবেই শুভ বুলি শাস্ত্ৰত উল্লেখ আছে। শহা দেখামানেই জীৱনত প্ৰেমৰ আগমন হ’ব। যিকোনো কৰ্মতে সফলো হ’ব।

জেঁঠিঃ জেঠি দেখাটোও শুভ বুলি শাস্ত্ৰত উল্লেখ আছে। জেঠি দেখা মানেই হঠাতেই ধনৰ আগমন ঘটা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কোন জিলাত নতুনকৈ কিমান স্বামী আটক? আহি গ’ল নতুন তালিকা…
অপৰাধ

কোন জিলাত নতুনকৈ কিমান স্বামী আটক? আহি গ’ল নতুন তালিকা…

February 4, 2023
‘ইমানদিনে চৰকাৰ ক’ত শুই আছিল?’ বাল্য বিবাহ বিৰোধী অভিযানক লৈ ৰিপুণ বৰাৰ ক্ষোভ
অসম

‘ইমানদিনে চৰকাৰ ক’ত শুই আছিল?’ বাল্য বিবাহ বিৰোধী অভিযানক লৈ ৰিপুণ বৰাৰ ক্ষোভ

February 4, 2023
নিৰ্মলা সীতাৰমণৰ ৰেল বাজেটৰ চাৰিগুণৰো অধিক হ’ব ক্ষতিৰ পৰিমান! ১০ দিনত আদানীয়ে হেৰুৱাইছে ৯লাখ ৭৩ হাজাৰ ৪০১ কোটি টকা
বাণিজ্য

নিৰ্মলা সীতাৰমণৰ ৰেল বাজেটৰ চাৰিগুণৰো অধিক হ’ব ক্ষতিৰ পৰিমান! ১০ দিনত আদানীয়ে হেৰুৱাইছে ৯লাখ ৭৩ হাজাৰ ৪০১ কোটি টকা

February 4, 2023
বলীউডত প্ৰকৃত ভালপোৱা বিৰল, সিদ্ধাৰ্থ-কিয়াৰাৰ লাভ ষ্টৰীত মুগ্ধ কংগনা ৰানাৱট
জীৱনশৈলী

বলীউডত প্ৰকৃত ভালপোৱা বিৰল, সিদ্ধাৰ্থ-কিয়াৰাৰ লাভ ষ্টৰীত মুগ্ধ কংগনা ৰানাৱট

February 4, 2023
Next Post
হাস্পতালত মাত্ৰ দুসপ্তাহ! কেতিয়াৰে পৰা অনুশীলত নামিব ঋষভ পণ্ট জনালে ঘনিষ্ঠ মহলে…

হাস্পতালত মাত্ৰ দুসপ্তাহ! কেতিয়াৰে পৰা অনুশীলত নামিব ঋষভ পণ্ট জনালে ঘনিষ্ঠ মহলে...

ধনৰ সুখে সুখী কৰিব নোৱাৰিলে কন্যাক! কোটিপতি হীৰা ব্যৱসায়ীৰ কন্যা সন্ন্যাসী হোৱাৰ আঁৰৰ কাৰণ কি?

ধনৰ সুখে সুখী কৰিব নোৱাৰিলে কন্যাক! কোটিপতি হীৰা ব্যৱসায়ীৰ কন্যা সন্ন্যাসী হোৱাৰ আঁৰৰ কাৰণ কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.