• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোটি কোটি টকাৰ গৰাকী পণ্টৰ হাতত নাছিল এপছাও! বাছ ড্ৰাইভাৰে জীৱন ৰক্ষাৰ বাবে কোনে হাতত তুলি দিছিল ৭ হাজাৰ টকা, পণ্টৰ জীৱন ৰক্ষা কৰা কোন এই বাছ ড্ৰাইভাৰ?

কোটি কোটি টকাৰ গৰাকী পণ্টৰ হাতত নাছিল এপছাও! বাছ ড্ৰাইভাৰে জীৱন ৰক্ষাৰ বাবে কোনে হাতত তুলি দিছিল ৭ হাজাৰ টকা, পণ্টৰ জীৱন ৰক্ষা কৰা কোন এই বাছ ড্ৰাইভাৰ?

3 years ago
The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

4 minutes ago
আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

39 minutes ago
বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

1 hour ago
বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

4 hours ago
সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

4 hours ago
১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

5 hours ago
মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

6 hours ago
ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

6 hours ago
এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

7 hours ago
‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

8 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

অলংকাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? হোৰাহোৰা কমিছে সোণ-ৰূপৰ মূল্য!

9 hours ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

কোটি কোটি টকাৰ গৰাকী পণ্টৰ হাতত নাছিল এপছাও! বাছ ড্ৰাইভাৰে জীৱন ৰক্ষাৰ বাবে কোনে হাতত তুলি দিছিল ৭ হাজাৰ টকা, পণ্টৰ জীৱন ৰক্ষা কৰা কোন এই বাছ ড্ৰাইভাৰ?

editor by editor
December 30, 2022
in ক্ৰীড়া, জীৱনশৈলী, ভাৰত, স্বাস্থ্য
0
কোটি কোটি টকাৰ গৰাকী পণ্টৰ হাতত নাছিল এপছাও! বাছ ড্ৰাইভাৰে জীৱন ৰক্ষাৰ বাবে কোনে হাতত তুলি দিছিল ৭ হাজাৰ টকা, পণ্টৰ জীৱন ৰক্ষা কৰা কোন এই বাছ ড্ৰাইভাৰ?
0
SHARES
40.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ঋষভ পণ্টৰ ভয়াৱহ পথ দুৰ্ঘটনাৰ পাছতেই সমগ্ৰতে ঋষভৰেই চৰ্চা৷ এই দুৰ্ঘটনাক প্ৰত্যক্ষদৰ্শী এগৰাকী বাছ ড্ৰাইভাৰে দিয়া দুৰ্ঘটনাৰ বৰ্ণনা শুনিয়েই সচকিত বহুজন৷ ড্ৰাইভাৰ সুশীল কুমাৰে ঋষভৰ কাষলৈ আহি চিকিৎসালয়লৈ লৈ যোৱাতো সহায় কৰে৷ তেঁও ঋষভৰ সেই সময়ৰ অৱস্থাৰ বৰ্ণনা দি কয়, ‘দুৰ্ঘটনাটো মই নিজ চকুৰে প্ৰত্যক্ষ কৰিছো৷ দুৰ্ঘটনাত পতিত হৈয়েই ঋষভে কাঁচ ভাঙি ওলোৱাৰ চেষ্টা চলাই চিঞৰিছিল মই ঋষভ পণ্ট৷ লগে লগে আগবাঢ়ি গৈ ওলাই অহাত সহায় কৰিছিলো ঋষভক৷’

নিজেই মাৰ্ছিডিচ বাহন লৈ ডেৰাডুনলৈ গৈ আছিল ঋষভ৷ কিন্তু গাড়ী চলাই থাকোতেই টোপনি আহে ঋষভৰ৷ টোপনিতেই ৰাস্তাৰ ডিভাইডাৰত খুন্দা মাৰে ঋষভে৷ দুৰ্ঘটনাৰ কেইমিনিট পাছতেই দাউদাউকৈ জ্বলি উঠে বাহনখন৷

ঋষভ পন্থৰ মাতৃ উপস্থিত হৈছে হাস্পতালত

ঋষভ পন্থৰ ডেৰাডুনৰ মাক্স হাস্পতালত ভৰ্তি কৰা হৈছে ঋষভক৷ মাতৃও উপস্থিত হৈছে হাস্পতালখনত৷ পন্থৰ হাত, আঁঠু, মূৰত গুৰুতৰ আঘাত পোৱাৰ ছবিও সমগ্ৰতে ভাইৰেল৷ ইতিমধ্যে MRI কৰোৱা হৈছে ঋষভৰ৷ পিঠিৰ কেইবাটাও স্থানত আঘাত পাইছে ঋষভে৷ দুৰ্ঘটনাত পতিত হোৱাৰ সময়ত ঋষভৰ শৰীৰত পোছাক নাছিল৷ খালী গাৰেই মাটিত বাগৰি পৰিছিল ঋষভ বুলি জনাইছে বাছ ড্ৰাইভাৰ সুশীলে৷ সুশীলে মন্তব্যত কয়, ‘মই মানুহজনক মাটিত বাগৰি পৰা দেখো৷ প্ৰথমে ভাৱিছিলো মানুহজনৰ মৃত্যু হৈছে৷ গাড়ীখন তেতিয়ালৈ দাওদাওকৈ জ্বলিবলৈ আৰম্ভই হৈছিল৷ মই লগে লগে তেওঁক তুলি ধৰো৷ ঋষভক মই গাড়ীত আৰু কোনোবা আছে নেকি বুলি সোধোতে তেওঁ কোনো নাই বুলি জনালে৷ তেওঁ বাৰে বাৰে চিঞৰি উঠিছিল, মই ঋষভ পন্থ৷ মই ক্ৰিকেটৰ কথা বেছি নাজানো, কেৱল এজন মানুহ হিচাপে মই ঋষভক পাৰ্যমানে সহায় কৰিছিলো৷ সেই সময়ত ঋষভৰ শৰীৰত লংপেণ্টটোৰ বাবে একো নাছিল৷ মই মোৰ শ্বলখনেই তেওঁৰ গাত মেৰিয়াই দিছিলো৷’

এপছাও হাতত নথকা পন্টৰ কোনে হাতত তুলি দিছিল ধন?

সুশীলে লগতে কয়, ‘তেওঁৰ হাতত এপইছাও নাছিল৷ তেওঁ কৈছিল মোৰ বেগটোও নাই, হাতত এপছাও নাই৷ ঋষভে তেনেকৈ কোৱাৰ পাছতেই মই মোৰ জেপত হাত দিছিলো৷ মোৰ হাততো বৰ বেছি ধন নাছিল৷ সেয়ে আশে-পাশে গোট খোৱা মানুহখিনিৰ পৰা ৭-৮ হাজাৰ টকা গোটাই ঋষভৰ জেপত ভৰাই দিছিলো৷ আমাৰ মাজৰেই এজনে এম্বুলেঞ্চলৈ ফোন কৰি মাতিছিল৷ ১৫-২০ মিনিটতেই সেই স্থানত এম্বুলেঞ্চ উপস্থিত হৈছিল৷ লগে লগে আমি তেওঁক এম্বুলেঞ্চত তুলি দিলো৷ শৰীৰৰ পৰা তেজ বাগৰি আছিল৷ আমি নিজে কোনো ভিডিঅ’ নকৰিলো যদিও একাংশই সেই স্থানত কৰা ভিডিঅ’ পাছতহে দেখিছো৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Best Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান
বিনোদন

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

June 17, 2026
আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!
বিনোদন

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

June 17, 2026
বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?
বিনোদন

বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

June 17, 2026
বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?
জীৱনশৈলী

বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

June 17, 2026
Next Post
ট্ৰেইনৰ শেষৰ ডবাত কিয় লিখা থাকে ‘X’, সবিশেষ…

ট্ৰেইনৰ শেষৰ ডবাত কিয় লিখা থাকে 'X', সবিশেষ...

দুৰ্ঘটনাৰ সময়ত ফুটাকড়িও নাছিল হাতত! সেই ঋষভ পণ্টেই মাহিলী উপাৰ্জন কৰে ইমান কোটি ধন…

দুৰ্ঘটনাৰ সময়ত ফুটাকড়িও নাছিল হাতত! সেই ঋষভ পণ্টেই মাহিলী উপাৰ্জন কৰে ইমান কোটি ধন...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.