• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ট্ৰেইনৰ শেষৰ ডবাত কিয় লিখা থাকে ‘X’, সবিশেষ…

ট্ৰেইনৰ শেষৰ ডবাত কিয় লিখা থাকে ‘X’, সবিশেষ…

4 years ago
১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

5 minutes ago
ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

28 minutes ago
বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

1 hour ago
পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

2 hours ago
ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

3 hours ago
ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

4 hours ago
PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

4 hours ago
ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

4 hours ago
চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

5 hours ago
ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

6 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

সলনি হ’ব ভাগ্য, যদি বিয়া পাতে এই ৰাশিৰ যুৱকৰ সৈতে!

6 hours ago
‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ট্ৰেইনৰ শেষৰ ডবাত কিয় লিখা থাকে ‘X’, সবিশেষ…

editor by editor
December 30, 2022
in বিবিধ, ভাৰত, ভ্ৰমণ
0
ট্ৰেইনৰ শেষৰ ডবাত কিয় লিখা থাকে ‘X’, সবিশেষ…
0
SHARES
7.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আপুনি বাৰু ভ্ৰমণ কৰি ভাল পায় নে? যদি ভাল পায় তেনেহলে কিহত ভ্ৰমণ কৰি ভাল পায় আপুনি? বাছত, সৰু গাড়ীত, উৰাজাহাজত নে ৰে’লত। যদি আপুনি ৰেলত যাত্ৰা কৰিছে তেনেহলে আপোনাৰ বাবে এটা চিনাকী দৃশ্য হৈছে যে, ৰেলখনৰ শেষৰটো ডবাত ডাঙৰকৈ লিখা থাকে এটা ‘X’। কিন্তু আপুনি বাৰু ভাবিছেনে কিয় লিখা থাকে এই চিনটো। যদি আপুনি ইয়াৰ উত্তৰটো জানে তেনেহলে আপোনাক অভিনন্দন। আৰু যদি নাজানে, তাৰ বাবে পঢ়ক আমাৰ এই ষ্টৰীটো।

ৰে’লৰ কম্পাৰ্টমেণ্টৰ পিছফালে ‘X’ লিখাৰ অৰ্থ হৈছে, এই কম্পাৰ্টমেণ্টটো ৰেলখনৰ অন্তিমটো কম্পাৰ্টমেণ্ট। সুৰক্ষাৰ কথা মনত ৰাখি, ৰে’লখন অন্তিমটো ডবাত বগা-হালধীয়া ৰঙত লিখা থাকে ‘X’। ডবাত লিখা এই ‘X’ চিহ্নটো দেখি ষ্টেচন মাষ্টাৰে বুজি পাইছে যে, সম্পূৰ্ণ ৰে’লখনে ইতিমধ্যে যাত্ৰা কৰিছে। যাত্ৰীসকলেও জানিব পাৰে যে ৰে’লখন প্লেটফৰ্মৰ পৰা ওলাই গৈছে। অৱশ্যে
যদি ষ্টেচন মাষ্টৰে এই চিহ্নটো দেখা নাপায়, তেওঁ ষ্টেচনটো খালী কৰিব নোৱাৰিব। যাৰ ফলত বেমেজালিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে।

যদি এই বিশেষ চিনটো দ্বায়িত্বত থকা কৰ্মচাৰীজনে প্ৰত্যক্ষ নকৰে তেতিয়াহলে ৰেডিঅ’ ছিগনেলৰ জৰিয়তে উচ্চতম কৰ্তৃপক্ষলৈ এই তথ্য প্ৰেৰণ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হব। আৰু পাৰ হৈ যোৱা ডবাবোৰকে ৰখাই দিবলৈ বাধ্য হৈ পৰিব।

সেয়ে যাতে ৰে’লৰ পৰৱৰ্তী সময়সূচীত কোনো ধৰণৰ বাধাৰ সৃষ্টি নহ’বৰ বাবেই ৰে’লৰ শেষৰটো ডবাত স্পষ্টকৈ লিখা থাকে এই ডাঙৰ ‘X’টো

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…
বাণিজ্য

১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

August 26, 2026
ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম
বাণিজ্য

ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

August 26, 2026
বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়
জীৱনশৈলী

বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

August 26, 2026
পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?
বিনোদন

পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

August 26, 2026
Next Post
দুৰ্ঘটনাৰ সময়ত ফুটাকড়িও নাছিল হাতত! সেই ঋষভ পণ্টেই মাহিলী উপাৰ্জন কৰে ইমান কোটি ধন…

দুৰ্ঘটনাৰ সময়ত ফুটাকড়িও নাছিল হাতত! সেই ঋষভ পণ্টেই মাহিলী উপাৰ্জন কৰে ইমান কোটি ধন...

সকলোতে ৰাজনীতি নহয়! প্ৰধানমন্ত্ৰীৰ মাতৃৰ মৃত্যুত শোকস্তব্ধ হৈ ৰাহুলেও প্ৰধানমন্ত্ৰীক সমবেদনা জনাই কৰিলে বিশেষ টুইট…

সকলোতে ৰাজনীতি নহয়! প্ৰধানমন্ত্ৰীৰ মাতৃৰ মৃত্যুত শোকস্তব্ধ হৈ ৰাহুলেও প্ৰধানমন্ত্ৰীক সমবেদনা জনাই কৰিলে বিশেষ টুইট...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.