• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সকলোতে ৰাজনীতি নহয়! প্ৰধানমন্ত্ৰীৰ মাতৃৰ মৃত্যুত শোকস্তব্ধ হৈ ৰাহুলেও প্ৰধানমন্ত্ৰীক সমবেদনা জনাই কৰিলে বিশেষ টুইট…

সকলোতে ৰাজনীতি নহয়! প্ৰধানমন্ত্ৰীৰ মাতৃৰ মৃত্যুত শোকস্তব্ধ হৈ ৰাহুলেও প্ৰধানমন্ত্ৰীক সমবেদনা জনাই কৰিলে বিশেষ টুইট…

4 years ago
বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক

বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক

5 hours ago
মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক

মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক

6 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ ভাগ্যই কৰিব সহায়, হ’ব ৫ ৰাশিৰ লোক মালামাল!

6 hours ago
‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী

‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী

6 hours ago
জিন্স পেণ্টৰ পকেটৰ ওপৰত এখন সৰু পকেট কিয় থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

জিন্স পেণ্টৰ পকেটৰ ওপৰত এখন সৰু পকেট কিয় থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

8 hours ago
আগষ্টত জন্মগ্ৰহণ কৰা ব্যক্তিৰ পৰা সাৱধান, কেতিয়াও নল’ব সহজত!

আগষ্টত জন্মগ্ৰহণ কৰা ব্যক্তিৰ পৰা সাৱধান, কেতিয়াও নল’ব সহজত!

8 hours ago
ভুলতো নাপাহৰিব ব্যক্তিগত ঋণৰ EMI পৰিশোধ কৰিবলৈ,  নহ’লে ৰঙাঘৰৰ আলহী হ’ব আপুনি!

ভুলতো নাপাহৰিব ব্যক্তিগত ঋণৰ EMI পৰিশোধ কৰিবলৈ, নহ’লে ৰঙাঘৰৰ আলহী হ’ব আপুনি!

9 hours ago
GPay, PhonePe-ৰ পৰা ধন পঠোৱাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন! জানি লওক এই নিয়ম

GPay, PhonePe-ৰ পৰা ধন পঠোৱাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন! জানি লওক এই নিয়ম

10 hours ago
বিৰিয়ানী খাই খাই মূৰত বেজী! চলমানৰ সৈতে এয়া কি হ’ল?

বিৰিয়ানী খাই খাই মূৰত বেজী! চলমানৰ সৈতে এয়া কি হ’ল?

10 hours ago
জীয়ৰীৰ বিয়াৰ সপোন আধাতে শেষ! বানৰ মাজতে চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ আৰু টকা

জীয়ৰীৰ বিয়াৰ সপোন আধাতে শেষ! বানৰ মাজতে চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ আৰু টকা

12 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰে নেকি? ভুলতো অৱজ্ঞা নকৰিব স্ত্ৰীৰোগ বিশেষজ্ঞৰ এই পৰামৰ্শ

মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰে নেকি? ভুলতো অৱজ্ঞা নকৰিব স্ত্ৰীৰোগ বিশেষজ্ঞৰ এই পৰামৰ্শ

13 hours ago
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সকলোতে ৰাজনীতি নহয়! প্ৰধানমন্ত্ৰীৰ মাতৃৰ মৃত্যুত শোকস্তব্ধ হৈ ৰাহুলেও প্ৰধানমন্ত্ৰীক সমবেদনা জনাই কৰিলে বিশেষ টুইট…

editor by editor
December 30, 2022
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
সকলোতে ৰাজনীতি নহয়! প্ৰধানমন্ত্ৰীৰ মাতৃৰ মৃত্যুত শোকস্তব্ধ হৈ ৰাহুলেও প্ৰধানমন্ত্ৰীক সমবেদনা জনাই কৰিলে বিশেষ টুইট…
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মাতৃহাৰা হ’ল প্ৰধানমন্ত্ৰী মোদী৷ মাতৃৰ মৃত্যুৰ খবৰ পোৱা মাত্ৰকেই সকলো কাম এৰি দিল্লীৰ পৰা গুজৰাটৰ গান্ধী নগৰলৈ ৰাওনা হয় প্ৰধানমন্ত্ৰী মোদী৷ তাতেই মাতৃৰ শেষকৃত সম্পন্ন কৰি পুনৰ দেশৰ সেৱাত ব্ৰতী হোৱা দেখা গৈছে প্ৰধানমন্ত্ৰীগৰাকীক৷ প্ৰধানমন্ত্ৰীগৰাকীৰ মাতৃ হীৰাবেন মোদীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে দেশৰ বিভিন্নজনে৷ হীৰাবেনৰ মৃত্যু শোকপ্ৰকাশ কৰিছে ৰাহুল গান্ধীয়েও৷ কংগ্ৰেছনেতা তথা সাংসদ ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীৰ শোকস্তব্ধ পৰিয়াললৈ সমবেদনা জনাই কৰিছে বিশেষ প’ষ্ট৷

টুইটত ৰাহুলে লিখিছে, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃ হীৰাবেন মোদীৰ মৃত্যুৰ খবৰ অত্যন্ত দুঃখজনক৷ এই কঠিন সময়ত মই তেওঁৰ পৰিয়ালক গভীৰ সমবেদনা জনোৱাৰ লগতে এমুঠি ভালপোৱা প্ৰেৰণ কৰিছো৷’ ৰাহুলৰ ওপৰিও কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী বাদ্ৰা, মল্লিকাৰ্জূন খৰ্গেকে ধৰি বহুকেইজন কংগ্ৰেছী নেতাইয়ো জনাইছে সমবেদনা৷

উল্লেখ্য যে ১৯২৩ চনৰ ১৮ জুনত জন্মগ্ৰহণ কৰিছিল হীৰাবেন দেবীয়ে৷ পাঁচজন পুত্ৰ আৰু এগৰাকী কন্যাৰে মুঠ ৬ টা সন্তানৰ মাতৃ হীৰাবেন দেৱী৷ কিছুদিন ধৰি স্বাস্থ্যৰ শাৰিৰীক অৱনতি ঘটিছিল হীৰাবেন দেৱীৰ৷ প্ৰধানমন্ত্ৰী মোদীয়েও বুধবাৰে আবেলি দিল্লীৰ পৰা গৈ আহমেদাবাদত উপস্থিত হৈছিল৷ মাতৃক দেখা কৰিবলৈ হাস্পতাললৈকো গৈছিল মোদী৷ তিনি ঘণ্টাতকৈও অধিক সময় হাস্পতালত মাতৃৰ কাষত আছিল মোদী৷ মাতৃৰ স্বাস্থ্য সম্পৰ্কত চিকিৎসকৰ সৈতে বাৰ্তালাপতো মিলিত হৈছিল মোদী৷

কিন্তু চিকিৎসকে অহোপুৰুষাৰ্থ কৰিও জীয়াই ৰাখিব নোৱাৰিলে প্ৰধানমন্ত্ৰীৰ মাতৃক৷ শতক গৰকা হীৰাবেন দেৱীয়ে বিদায় ল’লে ইহসংসাৰৰ পৰা৷ হাস্পতালৰ পৰা হীৰাবেন দেৱীৰ নশ্বৰ দেহ পোনতে লৈ অহা হয় মোদীৰ কনিষ্ঠ ভাতৃৰ বাসগৃহলৈ৷ তাতেই মাতৃৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জনাই মোদীয়ে৷ তাৰ পৰাই মাতৃৰ নশ্বৰ দেহ কান্ধত তুলি গান্ধীনগৰৰ শ্মশানলৈ যায় প্ৰধানমন্ত্ৰী মোদী৷ তাতেই মাতৃক মুখাগ্নি কৰি শেষ বিদায় জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক
জীৱনশৈলী

বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক

July 31, 2026
মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক
জীৱনশৈলী

মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক

July 31, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

কাইলৈ ভাগ্যই কৰিব সহায়, হ’ব ৫ ৰাশিৰ লোক মালামাল!

July 31, 2026
‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী
অসম

‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী

July 31, 2026
Next Post
ঋষভৰ বাবে ব্যাকুল উৰ্বশী! মনৰ মানুহৰ বাবে প্রাৰ্থনা জনাই দিয়া প’ষ্ট ভাইৰেল সামাজিক মাধ্যমত

ঋষভৰ বাবে ব্যাকুল উৰ্বশী! মনৰ মানুহৰ বাবে প্রাৰ্থনা জনাই দিয়া প'ষ্ট ভাইৰেল সামাজিক মাধ্যমত

ঋষভ পন্থৰ স্বাস্থ্যৰ অৱনতি! এয়াৰ এম্বুলেঞ্চযোগে দিল্লীলৈ লৈ যোৱা হ’ব ঋষভক…

ঋষভ পন্থৰ স্বাস্থ্যৰ অৱনতি! এয়াৰ এম্বুলেঞ্চযোগে দিল্লীলৈ লৈ যোৱা হ’ব ঋষভক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.