• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঋষভ পন্থৰ স্বাস্থ্যৰ অৱনতি! এয়াৰ এম্বুলেঞ্চযোগে দিল্লীলৈ লৈ যোৱা হ’ব ঋষভক…

ঋষভ পন্থৰ স্বাস্থ্যৰ অৱনতি! এয়াৰ এম্বুলেঞ্চযোগে দিল্লীলৈ লৈ যোৱা হ’ব ঋষভক…

4 years ago
ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

1 minute ago
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

17 minutes ago
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

1 hour ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

2 hours ago
ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

2 hours ago
বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

3 hours ago
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

3 hours ago
জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

4 hours ago
‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

5 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

5 hours ago
‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

6 hours ago
১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ঋষভ পন্থৰ স্বাস্থ্যৰ অৱনতি! এয়াৰ এম্বুলেঞ্চযোগে দিল্লীলৈ লৈ যোৱা হ’ব ঋষভক…

editor by editor
December 31, 2022
in ক্ৰীড়া, ভাৰত, স্বাস্থ্য
0
ঋষভ পন্থৰ স্বাস্থ্যৰ অৱনতি! এয়াৰ এম্বুলেঞ্চযোগে দিল্লীলৈ লৈ যোৱা হ’ব ঋষভক…
0
SHARES
17k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পৰিয়ালক চাৰপ্ৰাইজ দিবলৈ গৈ ভয়াৱহ দুৰ্ঘটনাৰ সন্মুখীন হৈছে ঋষভ পন্থ। গুৰুতৰভাৱে আহত ঋষভক ভৰ্তী কৰোৱা হৈছে ডেৰাডুনৰ মাক্স হাস্পতালত। অৰ্থপেডিক আৰু প্লাষ্টিক চাৰ্জাৰীৰ কাঢ়া নজৰত ৰখা হৈছে ক্ৰিকেটাৰ ঋষভক। বৰ্তমান তেওঁৰ স্বাস্থ্য কেনে আছে? স্বাস্থ্যৰ অৱনতিৰ বাবেই অচিৰেই এয়াৰ এম্বুলেঞ্চযোগে দিল্লীলৈ লৈ যোৱাৰ সম্ভাৱনা আছে টিম ইণ্ডিয়াৰ উইকেটকীপাৰ ঋষভক।

দিল্লীতেই প্লাষ্টিক চাৰ্জাৰী কৰা হ’ব ঋষভৰ। শাৰিৰীক অৱস্থাকলৈ বৰ্তমানো কোনো প্ৰতিবেদন দিয়া নাই চিকিৎসকে। আনহাতে ঋষভৰ শৰীৰৰ দ্ৰুত আৰোগ্য কামনা কৰিছে সমগ্ৰ দেশবাসীয়েই।

আনহাতে ক্ৰিকেট এছচিয়েছন DDCA-ৰ ডাইৰেক্টৰ শ্যাম শৰ্মাই জনোৱা অনুসৰি, ডেৰাডুনৰ মাক্স হাস্পতালতেই বৰ্তমানলৈকে আছে ঋষভ। শনিবাৰে অৰ্থাত আজিয়েই ঋষভক উন্নত চিকিৎসাৰ বাবে এয়াৰ এম্বুলেঞ্চযোগে দিল্লীলৈ লৈ যোৱাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে ঋষভৰ ঘনিষ্ঠ মহলে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?
জীৱনশৈলী

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

October 12, 2026
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM
অপৰাধ

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

October 12, 2026
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ
অপৰাধ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

October 12, 2026
ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি
ভাৰত

ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

October 12, 2026
Next Post
চলন্ত বাছতেই ড্ৰাইভাৰৰ হাৰ্টএটেক! মৃত্যু ৯ জনৰো অধিক যাত্ৰীৰ…

চলন্ত বাছতেই ড্ৰাইভাৰৰ হাৰ্টএটেক! মৃত্যু ৯ জনৰো অধিক যাত্ৰীৰ...

হিমন্ত কেবিনেটৰ বৃহৎ সিদ্ধান্ত, অসমত বিলুপ্ত হ’ল ৪ জিলা

হিমন্ত কেবিনেটৰ বৃহৎ সিদ্ধান্ত, অসমত বিলুপ্ত হ’ল ৪ জিলা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.