• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ক্ষমতালৈ আহিলেই কৰ্ণাটকত সম্পূৰ্ণ নিষিদ্ধ হ’ব বজৰং দল! নিৰ্বাচনী ইস্তাহাৰতো এই কথা উল্লেখ কৰিলে কংগ্ৰেছ দলে

ক্ষমতালৈ আহিলেই কৰ্ণাটকত সম্পূৰ্ণ নিষিদ্ধ হ’ব বজৰং দল! নিৰ্বাচনী ইস্তাহাৰতো এই কথা উল্লেখ কৰিলে কংগ্ৰেছ দলে

3 years ago
কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

2 hours ago
আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

3 hours ago
মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

4 hours ago
৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

4 hours ago
যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!

যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!

5 hours ago
ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

6 hours ago
কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

7 hours ago
নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী

নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী

8 hours ago
নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

9 hours ago
আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?

আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?

9 hours ago
হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

10 hours ago
স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

কোনটো সময়ত গা ধোৱাটো উত্তম? গা ধোৱাৰ সঠিক পদ্ধতি জানক

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ক্ষমতালৈ আহিলেই কৰ্ণাটকত সম্পূৰ্ণ নিষিদ্ধ হ’ব বজৰং দল! নিৰ্বাচনী ইস্তাহাৰতো এই কথা উল্লেখ কৰিলে কংগ্ৰেছ দলে

editor by editor
May 2, 2023
in ভাৰত, ৰাজনীতি
0
ক্ষমতালৈ আহিলেই কৰ্ণাটকত সম্পূৰ্ণ নিষিদ্ধ হ’ব বজৰং দল! নিৰ্বাচনী ইস্তাহাৰতো এই কথা উল্লেখ কৰিলে কংগ্ৰেছ দলে
0
SHARES
275
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ নিষিদ্ধ সংগঠন পিএফআইৰ সৈতে বজৰং দলো একেই বুলি মন্তব্য কৰিছে কংগ্ৰেছ দলে৷ কৰ্ণাটকত ক্ষমতালৈ আহিলেই বজৰং দলক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছে কংগ্ৰেছে৷ কংগ্ৰেছৰ ৰাজনৈতিক ইস্তাহাৰতো এই কথা উল্লেখ আছে৷ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কৰ্ণাটকত এই কথা ঘোষণা কৰিছে কংগ্ৰেছ দলৰ বিষয়ববীয়াসকলে৷

ইয়াৰোপৰি পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়া আৰু বজৰং দলৰ দৰে একাধিক সংগঠনক নিষিদ্ধ কৰা হ’ব ঘোষণা কৰিছে কংগ্ৰেছ দলে৷ ইস্তাহাৰত লিখা অনুসৰি, ‘আইন আৰু সংবিধান গুৰুত্বপূৰ্ণ৷ কোনো ব্যক্তি পিএফআই, বজৰং দলৰ দৰে সংগঠনে ঘৃণা বিয়পাইছে৷ হিংসা বা জাতপাতৰ ভেদাভেদ আনিছে৷ সেয়ে এই সংগঠনসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ ক্ষমতাত আহিলে সেয়ে এইসমূহ সংগঠনক নিষিদ্ধ ঘোষণা কৰা হ’ব৷

উল্লেখ্য যে যুৱসমাজ আৰু মহিলাক এইবাৰ বিশেষভাৱে টাৰ্গেট কৰি লৈছে কংগ্ৰেছ দলেও৷ গৃহলক্ষ্মী আৰু যুৱনিধি আচনি অনাৰ কথাও প্ৰকাশ কৰিছে দলটোৱে৷ কংগ্ৰেছ ক্ষমতালৈ আহিলে মন্ত্ৰীসভাৰ প্ৰথম বৈঠকত মহিলাসকলক প্ৰতি মাহে ২ হাজাৰ আৰু স্নাতকসকলক প্ৰতিমাহে ৩ হাজাৰ আৰু ডিপ্লমাপ্ৰাপ্তসকলক ১ হাজাৰ ৫০০ টকা দিয়াৰো সিদ্ধান্ত লোৱা হ’ব৷ ইয়াৰোপৰি ২০০ ইউনিট ফ্ৰী বিজুলিও যোগান ধৰা হ’ব বুলি কংগ্ৰেছে প্ৰতিশ্ৰুতি দিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?
বিবিধ

কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

June 24, 2026
আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন
প্ৰযুক্তি

আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

June 24, 2026
৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ
বিশ্ব

৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

June 24, 2026
যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!
ভাৰত

যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!

June 24, 2026
Next Post
প্ৰিয়ংকা চোপ্ৰাৰ ডিঙিত হীৰাৰ বিশেষ নেকলেছ! মেট গালাত পিন্ধা এই নেকলেছ লগে লগেই উঠিল নিলামত? দাম শুনিলে চকু কঁপালত উঠিব আপোনাৰ

প্ৰিয়ংকা চোপ্ৰাৰ ডিঙিত হীৰাৰ বিশেষ নেকলেছ! মেট গালাত পিন্ধা এই নেকলেছ লগে লগেই উঠিল নিলামত? দাম শুনিলে চকু কঁপালত উঠিব আপোনাৰ

কৰিশ্মাৰ কৰিশ্মাত অতিষ্ঠ হৈছে নেকি? পে পে পে পে ৰ পৰা গামোচালৈ… বিতৰ্কৰেই নিজকে চৰ্চাত ৰাখিব খুজিছে নেকি কৰিশ্মা নাথে?

কৰিশ্মাৰ কৰিশ্মাত অতিষ্ঠ হৈছে নেকি? পে পে পে পে ৰ পৰা গামোচালৈ... বিতৰ্কৰেই নিজকে চৰ্চাত ৰাখিব খুজিছে নেকি কৰিশ্মা নাথে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.