কয়লা ছিণ্ডিকেটৰ আঁৰত বিজেপি বিধায়ক, অতিৰিক্ত আৰক্ষী অধীক্ষক! কৰিমগঞ্জত অব্যাহত অবৈধ কয়লাৰ সৰবৰাহ। প্ৰতি নিশাই শ শ ট্ৰাক মেঘালয়ৰ পৰা কৰিমগঞ্জলৈ।