• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এনাৰ্জি লকডাউন কি? আকৌ কি লকডাউনৰ সম্ভাৱনা? হঠাৎ ইমান বছৰৰ পাছত কিয় ট্ৰেণ্ডিঙত এই শব্দ?

এনাৰ্জি লকডাউন কি? আকৌ কি লকডাউনৰ সম্ভাৱনা? হঠাৎ ইমান বছৰৰ পাছত কিয় ট্ৰেণ্ডিঙত এই শব্দ?

7 months ago
পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

52 minutes ago
আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

1 hour ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

9 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

10 hours ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

10 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

11 hours ago
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

11 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

12 hours ago
উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

12 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th pay commission: ৬৯,০০০ টকা বেচিক পে আৰু ৫০% ডি এৰ একত্ৰীকৰণৰ দাবী, কেন্দ্ৰৰ কি ইংগিত?

12 hours ago
কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

14 hours ago
ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এনাৰ্জি লকডাউন কি? আকৌ কি লকডাউনৰ সম্ভাৱনা? হঠাৎ ইমান বছৰৰ পাছত কিয় ট্ৰেণ্ডিঙত এই শব্দ?

এনাৰ্জি লকডাউন কি? আকৌ কি লকডাউনৰ সম্ভাৱনা? হঠাৎ ইমান বছৰৰ পাছত কিয় ট্ৰেণ্ডিঙত এই শব্দ?

editor by editor
March 25, 2026
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
এনাৰ্জি লকডাউন কি? আকৌ কি লকডাউনৰ সম্ভাৱনা? হঠাৎ ইমান বছৰৰ পাছত কিয় ট্ৰেণ্ডিঙত এই শব্দ?
0
SHARES
2.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
২০২০ চনৰ মাৰ্চ মাহৰ ২৪ তাৰিখৰ দিনটো কোনোৱে পাহৰা নাই! সেই দিনাই নিশা ঠিক ৮বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক ঘোষণা কৰিছিল৷ তাৰপিছতেই দেশবাসীৰ আৰম্ভ হৈছিল গৃহবন্দী জীৱন৷ হঠাৎ সলনি হৈ পৰিছিল সকলোৰে জীৱনধাৰা৷ মানুহে বুজি উঠিছিল নতুন নতুন বিষয়৷ লকডাউন, ছচিয়েল ডিছটেন্স, কোৱাৰেণ্টাইন, আইছ’লেশ্ব্যন, নিউ নৰমেল শব্দসমূহো নতুনকৈ শুনিছিল দেশৰ সাধাৰণ জনতাই৷ ৪ বছৰ পাৰ হৈ গৈছে সেই সময়ৰ৷ কিন্তু আকৌ এবাৰ শংকিত হৈ পৰিছে দেশবাসী৷ কেন্দ্ৰৰ তৰফৰ পৰা অৱশ্যে এই বিষয়ে কোনো বিবৃত্তি দিয়া হোৱা নাই৷ এইবাৰ অৱশ্যে ৰোগৰ বাবে নহয়৷ এইবাৰৰ সমস্যা যুদ্ধ৷ যুদ্ধৰ বাবেই দেশত এনাৰ্জি লকডাউন হোৱাৰ সম্ভাৱনাই দেখা দিছে৷
আমেৰিকা, ইজৰায়েল আৰু ইৰান জড়িত যুদ্ধত তৈয়াৰ হোৱা এনাৰ্জি সংকটৰ কাৰণে সমগ্ৰ বিশ্বৰ দেশসমূহে আকৌ কভিডৰ দৰেই শ্বাটডাউন দেখিব পাৰে৷ এই কথা বহুতৰে মনত৷ এনাৰ্জি লকডাউন শব্দটো ছচিয়েল মিডিয়াত খুবেই জনপ্ৰিয় হৈ পৰিছে৷ আৰু ইউজাৰসকলে ভাৱিছে চলমান সংঘাতৰ মাজত আমাৰ দেশতো এই ধৰণৰ বিধি নিষেধ আৰোপ হ’ব নেকি সন্দেহ হৈছে বহুজনৰ মনত৷
কেইবাখনো দেশে ঘোষণা কৰিছে যে নানান ধৰণৰ বিধিনিষেধ৷ যাতে ইন্ধন, গেছ আৰু বিদ্যুৎ সংৰক্ষণ যথাযথভাৱে হয়৷ বিশ্বব্যাপী তেলৰ সৰবৰাহ এতিয়াও ব্যাহত হৈয়েই আছে৷ আৰু হৰমুজ প্ৰণালীৰে জাহাজৰ অবাধ চলাচল আৰু নাই৷ যদিও ইয়াক লকডাউন বুলি কোৱা হোৱা নাই তথাপিও জনতাই বুজি উঠিছে কঠিন সময়ে যে সন্মুখত অপেক্ষা কৰিছে৷
ভাৰততো আকৌ ট্ৰেণ্ডিয় চাৰ্ছৰ তালিকাত আছে লকডাউন শব্দটো৷ কিন্তু ঠিক চাৰি বছৰ পাছত হঠাৎ কিয় আকৌ এই শব্দৰ অৱতাৰণা? বিশেষজ্ঞই কৈছে নতুনকৈ কৰ’না আতংক বা চাৰি বছৰৰ বৰ্ষপূৰ্তি নহয়, বৰং আন্তৰ্জাতিক পৰিস্থিতিত নতুনকৈ আলোচিত এই শব্দ৷ পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতিৰ কাৰণেই নতুনকৈ এই ভয়ংকৰ দিনসমূহৰ স্মৃতি সকলোৰে দুচকুত ভাহি উঠিছে৷ অৱৰুদ্ধ হৰমুজ প্ৰণালী আৰু যুদ্ধৰ বাবে ইন্ধন সৰবৰাহ ব্যাহত হোৱাত সংকট তৈয়াৰ হৈছে বিভিন্ন ক্ষেত্ৰত৷ ফলত বহুজনৰ মনত প্ৰশ্ন উঠিছে, এই ধৰণৰ সংকটে আকৌ লকডাউনৰ দৰে পৰিস্থিতি তৈয়াৰ কৰিব পাৰে৷ উদ্বেগ বঢ়াইছে প্ৰধানমন্ত্ৰী মোদীৰ মুখৰ কভিডকালীন প্ৰসংগইয়ো৷ কৰনাকালৰ কথা মনত পেলাই তেওঁ কৈছে, ‘আমি সকলোৱে একগোট হৈ এই ধৰণৰ পৰিস্থিতিৰ বাবে প্ৰস্তুত হৈ থকাটো প্ৰয়োজন৷ আমি ঠিক কৰ’নাকালত একলগ হোৱাৰ দৰেই একলগ হৈ থাকিব লাগিব৷!’
দেশত এলপিজি সংকটৰ পৰিস্থিতি বুজাবলৈ এই মন্তব্য কৰিছিল প্ৰধানমন্ত্ৰীয়ে৷ বহু দেশে ইতিমধ্যেই অয়েল ৰেছনিং কৰিছে৷ জাপানত ইন্ধন ৰেছনিং আছে৷ কিছু দেশত ইন্ধন ভাউছাৰ দিয়া হৈছে৷ দক্ষিণ কোৰিয়াতো ৰেছনিং আছে৷ বাংলাদেশ, ফিলিপাইন্স আৰু শ্ৰীলংকাত পেট্ৰলৰ বাবে পাম্পসমূহত দীঘল লাইন দেখা গৈছে৷ অষ্ট্ৰেলিয়া চৰকাৰে সেই দেশৰ জনগণক অহেতুক ঘূৰাফূৰা কৰাত বাধা আৰোপ কৰিছে৷ ভাৰতৰ ৮০ শতাংশ তেল আহে হৰমুজ প্ৰণালীৰ পৰা৷ পাকিস্তানত ইতিমধ্যেই অৰ্থনৈতিক সংকট আছে৷ তেলৰ অপ্ৰতুলতাই সেই সংকটত আৰু বঢ়াই দিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা
ভাৰত

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

October 18, 2026
আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ
জীৱনশৈলী

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

October 18, 2026
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক
জীৱনশৈলী

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

October 17, 2026
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!
বিনোদন

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

October 17, 2026
Next Post
১০ মিনিটৰ মৌন প্ৰাৰ্থনা, গায়ত্ৰী মন্ত্ৰ পাঠ, ৰীতি-নীতিৰ মাজেৰে শেষ বিদায় হৰিশ ৰানাক

১০ মিনিটৰ মৌন প্ৰাৰ্থনা, গায়ত্ৰী মন্ত্ৰ পাঠ, ৰীতি-নীতিৰ মাজেৰে শেষ বিদায় হৰিশ ৰানাক

ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?

ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.