• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘গংগাস্নান কৰিলেও এই মহাপাপ দূৰ নহয়!’ গীতাত আৰু কি কৈছে শ্ৰী কৃষ্ণই?

‘গংগাস্নান কৰিলেও এই মহাপাপ দূৰ নহয়!’ গীতাত আৰু কি কৈছে শ্ৰী কৃষ্ণই?

3 years ago
টোপনিৰ পৰা উঠিলেই ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগ নেকি জানক

টোপনিৰ পৰা উঠিলেই ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগ নেকি জানক

18 minutes ago
আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?

আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?

49 minutes ago
এই ৫ সামগ্ৰী কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে, ইয়াৰ ফলতেই দুৰ্ভাগ্য আৰু দৰিদ্ৰতা আহে

এই ৫ সামগ্ৰী কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে, ইয়াৰ ফলতেই দুৰ্ভাগ্য আৰু দৰিদ্ৰতা আহে

10 hours ago
ঘৰৰ পৰা পঁইতাচোৰা খেদিবলৈ কি কৰিব? ঘৰত এইকেইজোপা উদ্ভিদ ৰোপণ কৰিয়েই খেদিব পাৰি পঁইতাচোৰা

ঘৰৰ পৰা পঁইতাচোৰা খেদিবলৈ কি কৰিব? ঘৰত এইকেইজোপা উদ্ভিদ ৰোপণ কৰিয়েই খেদিব পাৰি পঁইতাচোৰা

11 hours ago
SBIৰ ৫৫৫ দিনৰ FDত ২০০,০০০ টকা জমা কৰিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন লাভ কৰিব?

SBIৰ ৫৫৫ দিনৰ FDত ২০০,০০০ টকা জমা কৰিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন লাভ কৰিব?

11 hours ago
ঘৰতেই পাতিছে অবৈধ কাৰ্যকলাপৰ বেহা, মহিলাৰ সৈতে ঘৰতেই ধৰা পৰিল এইগৰাকী TMC নেতা

ঘৰতেই পাতিছে অবৈধ কাৰ্যকলাপৰ বেহা, মহিলাৰ সৈতে ঘৰতেই ধৰা পৰিল এইগৰাকী TMC নেতা

12 hours ago
১লাখ টকাকৈ ৫টা FD নে ৫ লাখ টকাৰ ১টা FD? ১০ বছৰীয়া বিনিয়োগত কোনটো বেছি লাভজনক?

১লাখ টকাকৈ ৫টা FD নে ৫ লাখ টকাৰ ১টা FD? ১০ বছৰীয়া বিনিয়োগত কোনটো বেছি লাভজনক?

12 hours ago
এঘণ্টা প্ৰস্ৰাৱ চেপি ৰাখিলে শৰীৰত কি ভয়ংকৰ প্ৰভাৱ পৰে? বিশেষজ্ঞৰ কেইটামান জৰুৰী পৰামৰ্শ

এঘণ্টা প্ৰস্ৰাৱ চেপি ৰাখিলে শৰীৰত কি ভয়ংকৰ প্ৰভাৱ পৰে? বিশেষজ্ঞৰ কেইটামান জৰুৰী পৰামৰ্শ

13 hours ago
খাদ্য ৰান্ধিবলৈ যাওঁতে খাদ্য জ্বলি পাত্ৰত লাগি গৈছে? পোৰা গোন্ধ দূৰ কৰাৰ ঘৰুৱা উপায় জানি থওক

খাদ্য ৰান্ধিবলৈ যাওঁতে খাদ্য জ্বলি পাত্ৰত লাগি গৈছে? পোৰা গোন্ধ দূৰ কৰাৰ ঘৰুৱা উপায় জানি থওক

14 hours ago
বুধবাৰেই বুধাদিত্য যোগ, ভগৱান গণেশৰ কৃপাত এই ৫ৰাশিৰ শুভ দিন

বুধবাৰেই বুধাদিত্য যোগ, ভগৱান গণেশৰ কৃপাত এই ৫ৰাশিৰ শুভ দিন

14 hours ago
২৯ বছৰতেই শেষ হ’ল এক প্ৰতিভা! খাৱৈত উদ্ধাৰ গায়িকাৰ দেহ, প্ৰেমিকেই শেষ কৰিলে নেকি এইগৰাকী জনপ্ৰিয় গায়িকাৰ জীৱন?

২৯ বছৰতেই শেষ হ’ল এক প্ৰতিভা! খাৱৈত উদ্ধাৰ গায়িকাৰ দেহ, প্ৰেমিকেই শেষ কৰিলে নেকি এইগৰাকী জনপ্ৰিয় গায়িকাৰ জীৱন?

15 hours ago
জনতাৰ মনলৈ উভতিছে লকডাউনৰ স্মৃতি, ইন্ধন বচাবলৈ দেশবাসীৰ ওচৰত কেন্দ্ৰই জনাইছে এই ৬টা অনুৰোধ

জনতাৰ মনলৈ উভতিছে লকডাউনৰ স্মৃতি, ইন্ধন বচাবলৈ দেশবাসীৰ ওচৰত কেন্দ্ৰই জনাইছে এই ৬টা অনুৰোধ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘গংগাস্নান কৰিলেও এই মহাপাপ দূৰ নহয়!’ গীতাত আৰু কি কৈছে শ্ৰী কৃষ্ণই?

editor by editor
August 9, 2023
in জীৱনশৈলী, ভাৰত
0
‘গংগাস্নান কৰিলেও এই মহাপাপ দূৰ নহয়!’ গীতাত আৰু কি কৈছে শ্ৰী কৃষ্ণই?
0
SHARES
506
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হিন্দুধৰ্মত গংগা হৈছে অতি পবিত্ৰ নদী। স্বৰ্গৰ নদী গংগাই পৃথিৱীৰ মানুহক সকলো পাপৰ পৰা মুক্ত কৰে। মৰ্ত্যৰ জনতাক পাপৰ পৰা মুক্তি দিবলৈকে এই নদী স্বৰ্গৰ পৰা নামি আহিছে। স্বয়ং মহাদেৱৰ কৃপা আছে এই নদীত। লোকবিশ্বাস যে গংগাজল স্পৰ্শ কৰিলেই মানুহৰ সকলো পাপ খণ্ডন হয়। কিন্তু গীতাত শ্ৰীকৃষ্ণই কৈছে যে এনে এক পাপ আছে যি গংগাস্নান কৰিলেও দূৰ নহয়।

মহাভাৰতৰ কুৰুক্ষেত্ৰৰ যুদ্ধৰ আৰম্ভণিতে দিগভ্ৰষ্ট অৰ্জুনক গীতাৰ জ্ঞানৰ মাধ্যমেৰে জীৱনৰ সঠিক দিশ দেখুৱাইছিল শ্ৰী কৃষ্ণই। গীতাৰ জ্ঞান এতিয়াও আমাৰ জীৱনত কাৰ্যকৰী আৰু উপযোগী। হিন্দুধৰ্মৰ অন্যতম পবিত্ৰ ধৰ্মগ্ৰন্থ শ্ৰীমদ ভাগবৎ গীতাই আমাক সঠিক পথ দেখুৱাই। ভাল আৰু বেয়াৰ মাজত পাৰ্থক্য বিচাৰিবলৈ গীতাই জ্ঞান দিয়ে। ধৰ্ম, কৰ্ম আৰু প্ৰেমৰ পাঠ দিয়ে শ্ৰীমদ ভাগৱৎ গীতাই।

আমাৰ জীৱনত এনে কোনো সমস্যাই নাই যাৰ সমাধান গীতাই দিব নোৱাৰে। গীতাত কৰ্মফলৰ কথা কৈছে শ্ৰী কৃষ্ণই। আমি যদি ভাল কাম কৰো আমি অৱশ্যেই ভাল ফল পাম। আমি যদি বেয়া কাম কৰো, তাৰ ফলো আমি ভোগ কৰিব লাগিব। গীতাত শ্ৰী কৃষ্ণই কেইবাটাও মহাপাপৰ কথা উল্লেখ কৰিছে। এই পাপ কৰিলে গংগাস্নান কৰিলেও পাপ ধুই নাযায়। এই পাপৰ ফল ব্যক্তিজনে ভূগিবই লাগিব। কিন্তু কি কি পাপৰ কোনো ক্ষমা নাই জানেনে?

১) শ্ৰী কৃষ্ণই গীতাত উল্লেখ কৰা অনুসৰি যি পাপ আমি ভুলবশত কৰো তেনে পাপ গংগা স্নান কৰি ধুই দিব পাৰি। এই পাপ ঈশ্বৰেও ক্ষমা কৰি দিয়ে। কিন্তু জানিশুনি পৰিকল্পিতভাৱে পাপ কৰিলে গংগাজলেৰে গা ধুলেও সেই পাপ খণ্ডন নহয়।

২) শ্ৰী কৃষ্ণই কৈছে জীৱনত অকলে যাত্ৰা কৰিবলৈ কেতিয়াও ভয় কৰিব নালাগে। কাৰণ আমি সিংহাসন আৰু শ্মশানলৈ অকলেই যাওঁ।

৩) গীতাত কোৱা হৈছে যে, মানুহে লুকুৱাই কোনো বেয়া কাম কৰিলে সোঁ, বাওঁ, আগফালে, পিছফালে সকলো দিশেই মন কৰো। কিন্তু এনেকৈ যাত্ৰা কৰিলে আমি সদায় যাত্ৰাৰ লক্ষ্যলৈ মন কৰিবলৈ পাহৰি যাওঁ। নিজে লুকুৱাই ৰাখিলেও ঈশ্বৰৰ দৃষ্টিত সেয়া ধৰা পৰে।

৪) কৃষ্ণই কৈছে, কেৱল জাহিৰ কৰিবৰ বাবে ভাল দেখুৱাই লাভ নাই। কাৰণ বাহিৰতচ তুমি যেনেকুৱাই নোহোৱা কিয় মনটোৰো তুমি কিমান ঠিক সেয়া ঈশ্বৰৰ দৃষ্টিত ধৰা পৰে।

৫) গীতাত কোৱা হৈছে কেৱলমাত্ৰ কাপুৰুষ আৰু দুৰ্বলসকলেই ভাগ্যৰ ওপৰত নিৰ্ভৰশীল হয়। যিসকলৰ আত্মবিশ্বাস আৰু ইচ্ছাশক্তি প্ৰৱল, তেওঁলোকে কেতিয়াও ভাগ্যৰ ওপৰত নিৰ্ভৰশীল নহয়। নিজৰ পৰিশ্ৰমৰ জৰিয়তেই তেওঁলোকে সকলোবোৰ আয় কৰে।

৬) গীতাত শ্ৰী কৃষ্ণই কৈছে, ‘তুমি যি কামেই কৰা আগতে ভগৱানক নিবেদন কৰি লোৱা। ইয়াৰ ফলত তুলি ভাৰমুক্ত জীৱন কটাব পাৰিবা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টোপনিৰ পৰা উঠিলেই ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগ নেকি জানক
জীৱনশৈলী

টোপনিৰ পৰা উঠিলেই ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগ নেকি জানক

May 20, 2026
আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?
অসম

আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?

May 20, 2026
এই ৫ সামগ্ৰী কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে, ইয়াৰ ফলতেই দুৰ্ভাগ্য আৰু দৰিদ্ৰতা আহে
জীৱনশৈলী

এই ৫ সামগ্ৰী কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে, ইয়াৰ ফলতেই দুৰ্ভাগ্য আৰু দৰিদ্ৰতা আহে

May 19, 2026
ঘৰৰ পৰা পঁইতাচোৰা খেদিবলৈ কি কৰিব? ঘৰত এইকেইজোপা উদ্ভিদ ৰোপণ কৰিয়েই খেদিব পাৰি পঁইতাচোৰা
জীৱনশৈলী

ঘৰৰ পৰা পঁইতাচোৰা খেদিবলৈ কি কৰিব? ঘৰত এইকেইজোপা উদ্ভিদ ৰোপণ কৰিয়েই খেদিব পাৰি পঁইতাচোৰা

May 19, 2026
Next Post
চন্দ্ৰৰ দক্ষিণত অভিযান চলোৱা ভাৰত চতুৰ্থখন দেশ হোৱাত আহিছে বাধা! ৰুছ মকাকাশযানে চন্দ্ৰযান-৩ ক ধাক্কা দিব নেকি?

চন্দ্ৰৰ দক্ষিণত অভিযান চলোৱা ভাৰত চতুৰ্থখন দেশ হোৱাত আহিছে বাধা! ৰুছ মকাকাশযানে চন্দ্ৰযান-৩ ক ধাক্কা দিব নেকি?

১ কিঃমিঃ যাবলৈ খৰচ হ’ব মাত্ৰ ৭পইছা! দেশবাসীৰ বাবে বিশেষ বাহন মুকলি TATAৰ

১ কিঃমিঃ যাবলৈ খৰচ হ’ব মাত্ৰ ৭পইছা! দেশবাসীৰ বাবে বিশেষ বাহন মুকলি TATAৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.