• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গুজৰাটত তাণ্ডৰ চলাই এইবাৰ ৰাজস্থানৰ দিশেৰে আগুৱাইছে ‘বিপৰ্যয়’, উত্তৰ পূবলৈকো সাৱধানবাণী

গুজৰাটত তাণ্ডৰ চলাই এইবাৰ ৰাজস্থানৰ দিশেৰে আগুৱাইছে ‘বিপৰ্যয়’, উত্তৰ পূবলৈকো সাৱধানবাণী

3 years ago
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

16 minutes ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

44 minutes ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

2 hours ago
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

2 hours ago
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

3 hours ago
আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

3 hours ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

13 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

13 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

13 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

14 hours ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

14 hours ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home উত্তৰ-পূব

গুজৰাটত তাণ্ডৰ চলাই এইবাৰ ৰাজস্থানৰ দিশেৰে আগুৱাইছে ‘বিপৰ্যয়’, উত্তৰ পূবলৈকো সাৱধানবাণী

editor by editor
June 16, 2023
in উত্তৰ-পূব, বিবিধ, ভাৰত
0
গুজৰাটত তাণ্ডৰ চলাই এইবাৰ ৰাজস্থানৰ দিশেৰে আগুৱাইছে ‘বিপৰ্যয়’, উত্তৰ পূবলৈকো সাৱধানবাণী
0
SHARES
133
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্ৰৱল ঘূৰ্ণীবতাহ ‘বিপৰ্যয়’এ বৃহস্পতিবাৰে ভয়ংকৰৰূপ ধাৰণ কৰিছে। শুকুৰবাৰেও বিপৰ্যয়ৰ তাণ্ডৱ অব্যাহত আছে গুজৰাটকে আদি কৰি চুবুৰীয়া কেইবাখনো ৰাজ্যত। ঘূৰ্ণীবতাহৰ সমান্তৰালকৈ ধাৰাসাৰ বৰষুণৰ ফলত ব্যাহত হৈছে জনজীৱনো। মৌছম ভৱনে জনোৱা অনুসৰি শুকুৰবাৰে পুৱাৰে পৰাই ‘বিপৰ্যয়ে’ ভয়াৱহৰূপ লৈছে। দুপৰীয়াৰ ভাগত উত্তৰ পূবৰ দিশতো ‘বিপৰ্যয়’ৰ প্ৰভাৱ পৰিব। সন্ধিয়াৰ ভাগলৈ ৰাজস্থানৰ দিশেৰে আগুৱাব ‘বিপৰ্যয়’। ঘণ্টাত ৭৫-৮৫ কিঃমিঃ বেগত আহিব ‘বিপৰ্যয়’।

বিপৰ্যয়ৰ প্ৰভাৱ জোধপুৰ, জয়ছলমেৰ, পালি আৰু চিৰোহী জিলাতো পৰিব। ৰাজস্থানৰ এই জিলাসমূহত শুকুৰবাৰে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে। শনিবাৰলৈকে ধাৰাসাৰ বৃষ্টিৰ সম্ভাৱনা আছে। বিপৰ্যয়ৰ মোকাবিলা কৰিবলৈ মুখ্যমন্ত্ৰী অশোক গেহলটে ৰাজ্য প্ৰশাসন, বিপৰ্যয় মোকাবিলা বাহিনীৰ সৈতে উচ্চপৰ্যায়ৰ বৈঠকতো মিলিত হৈছে। প্ৰশাসনে জনাইছে যে ৰাজস্থানে এই দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ সম্পূৰ্ণৰূপে সাঁজু হৈ উঠিছে। ৰাজ্যবাসীক আতংকিত নহ’বলৈ আহ্বান জনাইছে ৰাজস্থান প্ৰশাসনে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!
জীৱনশৈলী

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

April 7, 2026
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ
বাণিজ্য

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

April 7, 2026
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া
ভাৰত

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

April 7, 2026
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ
জীৱনশৈলী

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

April 7, 2026
Next Post
জোনালী নাথক লৈ অশালীন মন্তব্য কৰি দিছপুৰ থানাৰ আলহী শিখা শর্মা

জোনালী নাথক লৈ অশালীন মন্তব্য কৰি দিছপুৰ থানাৰ আলহী শিখা শর্মা

কৰ্ণাটকৰ ছাত্ৰ-ছাত্ৰীয়ে পঢ়িব নালাগে ছাভাৰকাৰৰ জীৱনী! নতুনকৈ কি কি সংযোজিত হ’ব পাঠ্যপুথিত?

কৰ্ণাটকৰ ছাত্ৰ-ছাত্ৰীয়ে পঢ়িব নালাগে ছাভাৰকাৰৰ জীৱনী! নতুনকৈ কি কি সংযোজিত হ’ব পাঠ্যপুথিত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.