• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৰ্ণাটকৰ ছাত্ৰ-ছাত্ৰীয়ে পঢ়িব নালাগে ছাভাৰকাৰৰ জীৱনী! নতুনকৈ কি কি সংযোজিত হ’ব পাঠ্যপুথিত?

কৰ্ণাটকৰ ছাত্ৰ-ছাত্ৰীয়ে পঢ়িব নালাগে ছাভাৰকাৰৰ জীৱনী! নতুনকৈ কি কি সংযোজিত হ’ব পাঠ্যপুথিত?

3 years ago
House Lizard:  ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

House Lizard: ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

7 minutes ago
Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

39 minutes ago
ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

1 hour ago
Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

2 hours ago
UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

UPI ৰ জৰিয়তে এদিনত কিমান টকা পঠিয়াব পাৰে আপুনি? জানেনে এই নিয়ম

2 hours ago
ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

3 hours ago
সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

5 hours ago
নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

5 hours ago
সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

6 hours ago
শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

7 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে? পঢ়ক দৈনিক ৰাশিফল

7 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

শিৱৰ কৃপাত সলনি হ’ব জীৱন, কাইলৈ কাৰ কাৰ উদয় হ’ব ভাগ্য?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কৰ্ণাটকৰ ছাত্ৰ-ছাত্ৰীয়ে পঢ়িব নালাগে ছাভাৰকাৰৰ জীৱনী! নতুনকৈ কি কি সংযোজিত হ’ব পাঠ্যপুথিত?

editor by editor
June 16, 2023
in ভাৰত, ৰাজনীতি, শিক্ষা
0
কৰ্ণাটকৰ ছাত্ৰ-ছাত্ৰীয়ে পঢ়িব নালাগে ছাভাৰকাৰৰ জীৱনী! নতুনকৈ কি কি সংযোজিত হ’ব পাঠ্যপুথিত?
0
SHARES
121
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ক্ষমতালৈ আহিয়েই কংগ্ৰেছে কৰ্ণাটকবাসীক দিয়া এটাৰ পাছত আনটো প্ৰতিশ্ৰুতি পূৰণ কৰিছে। নিৰ্বাচনী ইস্তাহাৰত থকা ৫টা প্ৰতিশ্ৰুতিয়ে প্ৰথমখন কেবিনেটতেই পূৰণ কৰাৰ কথাও জনাইছে কৰ্ণাটক চৰকাৰে। শেহতীয়াকৈয়ে কৰ্ণাটক চৰকাৰে লৈছে আন এক বৃহৎ সিদ্ধান্ত। ক্ষমতালৈ আহিয়েই কংগ্ৰেছ দলে বিদ্যালয়ৰ পাঠ্যপুথিত বিজেপিয়ে সংযোগ কৰা বিনায়ক দামোদৰ ছাভাৰকৰ আৰু আৰএছএছৰ প্ৰতিষ্ঠাতা কেশৱ বলিৰাম হেডগেওয়াৰৰ জীৱনীও বাদ দিয়াৰ সিদ্ধান্ত লৈছে কৰ্ণাটক চৰকাৰে।

ষষ্ঠৰ পৰা দশম শ্ৰেণীলৈকে পাঠ্যপুথিত এতিয়া নতুনকৈ সংযোগ কৰা হ’ব সমাজকৰ্মী সাবিত্ৰীবাই ফুলৰ জীৱনী, বিআৰ আম্বেডকাৰৰ কবিতা আৰু ব্ৰিটিছে কাৰাবন্দী কৰি ৰখাৰ সময়ত জৱাহৰলাল নেহৰুৱে কন্যা ইন্দিৰালৈ লিখা চিঠি। মুখ্যমন্ত্ৰী ছিদ্দাৰামাইয়াৰ নেতৃত্বত বৃহস্পতিবাৰে কৰ্ণাটকৰ মন্ত্ৰীসভাত এক বৈঠকৰ আয়োজন কৰা হৈছিল। সেই বৈঠকতেই এই সিদ্ধান্ত লৈছে ছিদ্দাৰামাইয়াৰ মন্ত্ৰীসভাই। বিগত মে’ মাহত মুখ্যমন্ত্ৰী নিৰ্বাচিত হোৱাৰ পাছতেই ছিদ্দাৰামাইয়াই কৈছিল, ‘বিজেপি চৰকাৰে শিক্ষাকো গেৰুৱাকৰণ কৰিছে। এই নীতি সলনি কৰিব লাগিব।’

শাসনলৈ আহিয়েই ছিদ্দাৰামাইয়াই বহুকেইগৰাকী শিক্ষাবিদৰ সৈতে আলোচনাত মিলিত হৈছিল। আলোচনাৰ পাছতেই ছিদ্দাৰামাইয়াই কয়,’ছাত্ৰ ছাত্ৰীৰ মনক কলুষিত কৰা শিক্ষা আমি নিদিও। ঘৃণাৰ ৰাজনীতি কৰ্ণাটকত আৰু নহ’ব। ভয়ৰ বাতাবৰণো ইয়াত আৰু নাথাকিব। উন্নত মানদণ্ডৰ শিক্ষাৰে কৰ্ণাটকৰ ছাত্ৰ ছাত্ৰীক আগুৱাই নিবৰ বাবেই আমি এই সিদ্ধান্ত লৈছো।’

উল্লেখ্য যে, বৃহস্পতিবাৰে কৰ্ণাটক চৰকাৰে বিজেপিয়ে অনা ধৰ্মান্তৰণৰ যি ৰাজনীতি কৰিছে সেইয়া কৰ্ণাটকত এতিয়াৰে পৰা বন্ধ। কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে দিয়া নিৰ্বাচনী ইস্তাহাৰত শিক্ষানীতি সলোৱাৰ কথা কংগ্ৰেছে কৈছিল। নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা জাতীয় শিক্ষানীতি সলোৱাৰ প্ৰতিশ্ৰুতি আছিল কৰ্ণাটক কংগ্ৰেছৰ। কথামতেই কাম কৰিছে কৰ্ণাটকৰ নৱনিৰ্বাচিত মন্ত্ৰীসভাই। ৰাজ্যখনৰ বৰ্তমানৰ শিক্ষামন্ত্ৰী মধু বঙ্গৰপ্পাই এই সন্দৰ্ভত কয়, ‘পাঠ্যপুথি সংশোধন কৰাৰ সিদ্ধান্ত লৈছো। আৰু এই সিদ্ধান্ত অনুমোদিতও হৈছে।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়
ভাৰত

নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

August 31, 2026
শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!
ভাৰত

শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

August 31, 2026
বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ
অসম

বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

August 29, 2026
‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা
বিশ্ব

‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা

August 29, 2026
Next Post
মা বুলি মাতি মুখ্যমন্ত্ৰীয়ে জোনালীৰ কন্যাক ক’লে কেইবাটাও কথা, ফোনযোগে কি কি ক’লে মুখ্যমন্ত্ৰীয়ে?

মা বুলি মাতি মুখ্যমন্ত্ৰীয়ে জোনালীৰ কন্যাক ক’লে কেইবাটাও কথা, ফোনযোগে কি কি ক’লে মুখ্যমন্ত্ৰীয়ে?

OTT ৰ BIGG BOSSত এইবাৰ ছলমান! কিমান হাজাৰ কোটিত চুক্তি হৈছে ভাইজানৰ?

OTT ৰ BIGG BOSSত এইবাৰ ছলমান! কিমান হাজাৰ কোটিত চুক্তি হৈছে ভাইজানৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.