• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
OTT ৰ BIGG BOSSত এইবাৰ ছলমান! কিমান হাজাৰ কোটিত চুক্তি হৈছে ভাইজানৰ?

OTT ৰ BIGG BOSSত এইবাৰ ছলমান! কিমান হাজাৰ কোটিত চুক্তি হৈছে ভাইজানৰ?

3 years ago
নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

11 minutes ago
চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

1 hour ago
ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

2 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

3 hours ago
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

আজি ভাগ্যই ল’ব নতুন ৰূপ, সলনি হ’ব ৫ ৰাশিৰ লোকৰ জীৱন!

4 hours ago
ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

17 hours ago
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

17 hours ago
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

18 hours ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

19 hours ago
ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

19 hours ago
বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

20 hours ago
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

OTT ৰ BIGG BOSSত এইবাৰ ছলমান! কিমান হাজাৰ কোটিত চুক্তি হৈছে ভাইজানৰ?

editor by editor
June 16, 2023
in বিনোদন, ভাৰত
0
OTT ৰ BIGG BOSSত এইবাৰ ছলমান! কিমান হাজাৰ কোটিত চুক্তি হৈছে ভাইজানৰ?
0
SHARES
159
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিগ বছ অটিটিৰ এইবাৰ দ্বিতীয় ছিজন। প্ৰথম ছিজনৰ সঞ্চালকৰ ভুমিকাত আছিল পৰিচালক প্ৰযোজক কৰণ জোহাৰ। কিন্তু এইবাৰ অটিটিতো সঞ্চালকৰ দায়িত্বত থাকিব ছলমান খানেই। বিগ বছ ছলমান খানক বাদ দি কাহানিও সম্পূৰ্ণ নহয়। দৰ্শকেও ছলমানক বাদ দি সঞ্চালকৰ দায়িত্বত আন কাকোৱেই নিবিচাৰে। হিন্দি ৰিয়েলিটি শ্ব’সমূহৰ ভিতৰত বিগ বছেই সৰ্বাধিক জনপ্ৰিয়। আৰু এই শ্ব’ৰ প্ৰাণকেন্দ্ৰই হৈছে ভাইজান ছলমান।

ছলমানে নিজাধৰণেই এই শ্ব’টোক এটা বিশেষ ৰূপ দিছে। বিগ বছৰ ঘৰৰ ভিতৰত থকা প্ৰতিযোগীসকলৰ সমগ্ৰ কাৰুকাৰ্যও নিয়ন্ত্ৰণ কৰি সকলোকে সম্ভালি ৰখাত ছলমানৰ আছে বিশেষ ভুমিকা। বিগত বৰ্ষত ছলমানে অটিটিত সঞ্চালকৰ দায়িত্ব লোৱা নাছিল। সেইবাবে কৰণ জোহাৰক অটিটিৰ দায়িত্ব দিয়া হৈছিল। ছলমানতকৈয়ো বেছি পাৰিশ্ৰমিক লোৱা সঞ্চালকক কিন্তু ভাল নাপালে জনতাই।

এইবাৰ সেয়ে কালাৰ্ছে কোনো কাৰণতে অইন সঞ্চালক ল’ব বিচৰা নাই এই শ্ব’টোৰ বাবে। যিমানেই পাৰিশ্ৰমিক ল’লেও ছলমানকেই লোৱা হ’ব। ছলমানক ১০০০কোটি টকালৈকো দিবলৈ ৰাজী হৈছে কালাৰ্ছ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!
বিনোদন

চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

October 13, 2026
ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?
জীৱনশৈলী

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

October 12, 2026
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM
অপৰাধ

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

October 12, 2026
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ
অপৰাধ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

October 12, 2026
Next Post
ভিৰ আৰু ভাল নালাগে! হানিমুনৰ বাবে ক’লৈ গৈছে আশীষ-ৰূপালী?

ভিৰ আৰু ভাল নালাগে! হানিমুনৰ বাবে ক’লৈ গৈছে আশীষ-ৰূপালী?

গৰমত লিভাৰৰ অসুখ বাঢ়িছে! ছালৰ কোনকেইটা লক্ষণলৈ চাই লিভাৰৰ সমস্যাৰ কথা বুজিব?

গৰমত লিভাৰৰ অসুখ বাঢ়িছে! ছালৰ কোনকেইটা লক্ষণলৈ চাই লিভাৰৰ সমস্যাৰ কথা বুজিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.