• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গৰমত লিভাৰৰ অসুখ বাঢ়িছে! ছালৰ কোনকেইটা লক্ষণলৈ চাই লিভাৰৰ সমস্যাৰ কথা বুজিব?

গৰমত লিভাৰৰ অসুখ বাঢ়িছে! ছালৰ কোনকেইটা লক্ষণলৈ চাই লিভাৰৰ সমস্যাৰ কথা বুজিব?

3 years ago
বিচ্ছেদ হ’লেই জৰ্জিয়ানাই লাভ কৰিব কোটি কোটি টকাসহ সম্পত্তিৰ পাহাৰ

বিচ্ছেদ হ’লেই জৰ্জিয়ানাই লাভ কৰিব কোটি কোটি টকাসহ সম্পত্তিৰ পাহাৰ

40 minutes ago
অসমৰ সীমামূৰীয়া অঞ্চলসহ বিভিন্ন স্থানত ১০৩টা বো*মা উদ্ধাৰ

অসমৰ সীমামূৰীয়া অঞ্চলসহ বিভিন্ন স্থানত ১০৩টা বো*মা উদ্ধাৰ

1 hour ago
ফটো বা মূৰ্তিত দেখাতকৈও ধুনীয়া নেকি ভগৱান শিৱৰ প্ৰকৃত ৰূপ?

ফটো বা মূৰ্তিত দেখাতকৈও ধুনীয়া নেকি ভগৱান শিৱৰ প্ৰকৃত ৰূপ?

2 hours ago
‘পকেটমাৰৰ দৰে কাপোৰ পিন্ধে…’ বলীউডৰ কোন অভিনেত্ৰীক এইদৰে ক’লে কংগনা ৰানাৱটে?

‘পকেটমাৰৰ দৰে কাপোৰ পিন্ধে…’ বলীউডৰ কোন অভিনেত্ৰীক এইদৰে ক’লে কংগনা ৰানাৱটে?

3 hours ago
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ সমষ্টিতে অসমৰ জোঁৱাইৰ সমুখত বিজেপিৰ মুখ-ঠেকেচা

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ সমষ্টিতে অসমৰ জোঁৱাইৰ সমুখত বিজেপিৰ মুখ-ঠেকেচা

3 hours ago
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ!

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ!

5 hours ago
কল খাই ভাল পায় নেকি? প্ৰতিদিনে এটা কলে আনিব পাৰে শৰীৰত আচৰিত পৰিৱৰ্তন

কল খাই ভাল পায় নেকি? প্ৰতিদিনে এটা কলে আনিব পাৰে শৰীৰত আচৰিত পৰিৱৰ্তন

5 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

কাইলৈ কেনে যাব আপোনাৰ দিনটো? পঢ়ক ১২টা ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যদ্বাণী

7 hours ago
NHM অসমত ২২০৪ টা ষ্টাফ নাৰ্ছৰ পদ খালী : শীঘ্ৰে কৰক আবেদন

NHM অসমত ২২০৪ টা ষ্টাফ নাৰ্ছৰ পদ খালী : শীঘ্ৰে কৰক আবেদন

7 hours ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

মহে আপোনাক বেছিকৈ কামোৰে নেকি? এই পদ্ধতিৰে হ’ব সুৰক্ষিত!

7 hours ago
পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

8 hours ago
অনবৰতে হামিয়াই থাকে নেকি? ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

অনবৰতে হামিয়াই থাকে নেকি? ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

গৰমত লিভাৰৰ অসুখ বাঢ়িছে! ছালৰ কোনকেইটা লক্ষণলৈ চাই লিভাৰৰ সমস্যাৰ কথা বুজিব?

editor by editor
June 16, 2023
in স্বাস্থ্য
0
গৰমত লিভাৰৰ অসুখ বাঢ়িছে! ছালৰ কোনকেইটা লক্ষণলৈ চাই লিভাৰৰ সমস্যাৰ কথা বুজিব?
0
SHARES
9.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ লিভাৰৰ সমস্যা হোৱাৰ নিৰ্দিষ্ট কোনো কাৰণ নাই। দীৰ্ঘদিন ধৰি মদ্যপানৰ প্ৰৱণতা, শৰীৰচৰ্চা, নিদ্ৰাহীনতা আদিৰ বাবেও লিভাৰত ফেট জমা হয়। যিকোনো বয়সতেই এই সমস্যা হ’ব পাৰে। লিভাৰত অতিৰিক্ত মেদ জমা হোৱাৰ ফলত বিভিন্ন সমস্যাই দেখা দিব পাৰে। বংশগত কাৰণতো সেই সমস্যাই দেখা দিয়ে। লিভাৰৰ অসুখ হ’লে কেইটামান বিশেষ লক্ষণে আমাৰ শৰীৰত দেখা দিয়ে।

লিভাৰৰ সমস্যা হ’লে প্ৰথমেই ইয়াৰ লক্ষণ ছালত ফুঁটি উঠে। ছালৰ কোনবোৰ লক্ষণে দেখা দিলে লিভাৰক লৈ সচেতন হ’ব?
ছালত জ্বলা-পোৰা ভাৱ

গৰমৰ সময়ছোৱাত ঘৰৰ বাহিৰলৈ ওলালে ছালত জ্বলা-পোৰা কৰে। খজুলি, ঘামচি ক বাদ দি ছালত ফোঁহা ওলাই পানী জমা হয়। ছালৰ এই ফোঁহা লিভাৰৰ কাৰণে হয়। গ্ৰীষ্মকাল আৰম্ভ হোৱাৰ পূৰ্বেই যদি এনে সমস্যাই দেখা দিয়ে তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি জৰুৰী।
ছালত হালধীয়া বৰণ ধৰা
ছালত হালধীয়া বৰণ ধৰিলে প্ৰথমেই জণ্ডিছ হৈছে বুলি আমি প্ৰায়েই কওঁ। কিন্তু ছালত হালধীয়া বৰণ ধৰাৰ একমাত্ৰ কাৰণ জণ্ডিছেই নহয়। লিভাৰত খেলিমেলি হ’লেও ছালৰ বৰণ হালধীয়া হৈ পৰে। সেয়ে ছালত হালধীয়া বৰণ ধৰিলে লগে লগেই চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী।

ছালত ৰঙা ফোট ফোট পৰা
অত্যাধিক গৰমতো কেতিয়াবা ছালত ৰঙা ৰঙা ফোট পৰে। এয়া খুবেই সাধাৰণ এটি বিষয়। কিন্তু এছি ৰুমত বা ঠাণ্ডা ঠাইত থাকিও যদি এই লক্ষণে দেখা দিয়ে তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কল খাই ভাল পায় নেকি? প্ৰতিদিনে এটা কলে আনিব পাৰে শৰীৰত আচৰিত পৰিৱৰ্তন
জীৱনশৈলী

কল খাই ভাল পায় নেকি? প্ৰতিদিনে এটা কলে আনিব পাৰে শৰীৰত আচৰিত পৰিৱৰ্তন

August 3, 2026
আলু আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে জানি লওক এই কথা
জীৱনশৈলী

আলু আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে জানি লওক এই কথা

August 2, 2026
দীৰ্ঘসময়লৈ প্ৰস্ৰাৱ ধৰি ৰাখিলে শৰীৰৰ কি কি ক্ষতি হ’ব পাৰে?
জীৱনশৈলী

নিশা সঘনাই প্ৰস্ৰাৱৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি জানক

August 1, 2026
উদ্বেগজনক! যান-বাহনৰ প্ৰদূষণে ভাৰতত বছৰি প্ৰাণ কাঢ়িছে ৯০ হাজাৰ লোকৰ
জীৱনশৈলী

উদ্বেগজনক! যান-বাহনৰ প্ৰদূষণে ভাৰতত বছৰি প্ৰাণ কাঢ়িছে ৯০ হাজাৰ লোকৰ

August 1, 2026
Next Post
ছিকিমত এতিয়াও আৱদ্ধ প্ৰায় ৩০০ পৰ্যটক! ভূমিস্খলনৰ বাবে অৰ্নিদিষ্ট কাললৈ বন্ধ লাচুং আৰু লাচেন

ছিকিমত এতিয়াও আৱদ্ধ প্ৰায় ৩০০ পৰ্যটক! ভূমিস্খলনৰ বাবে অৰ্নিদিষ্ট কাললৈ বন্ধ লাচুং আৰু লাচেন

৯০ বছৰ বয়সতো কৰ্মঠ, তেলেগু অভিনেতা ৰামচৰণৰ সৈতে সম্পৰ্কিত এই উদ্যোগপতিৰ কাহিনীয়ে আপোনাকো কৰি তুলিব আপ্লুত

৯০ বছৰ বয়সতো কৰ্মঠ, তেলেগু অভিনেতা ৰামচৰণৰ সৈতে সম্পৰ্কিত এই উদ্যোগপতিৰ কাহিনীয়ে আপোনাকো কৰি তুলিব আপ্লুত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.