• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৯০ বছৰ বয়সতো কৰ্মঠ, তেলেগু অভিনেতা ৰামচৰণৰ সৈতে সম্পৰ্কিত এই উদ্যোগপতিৰ কাহিনীয়ে আপোনাকো কৰি তুলিব আপ্লুত

৯০ বছৰ বয়সতো কৰ্মঠ, তেলেগু অভিনেতা ৰামচৰণৰ সৈতে সম্পৰ্কিত এই উদ্যোগপতিৰ কাহিনীয়ে আপোনাকো কৰি তুলিব আপ্লুত

3 years ago
UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

46 minutes ago
ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

2 hours ago
শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

3 hours ago
ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

3 hours ago
৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

4 hours ago
কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

4 hours ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

5 hours ago
৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

6 hours ago
‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

8 hours ago
‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

9 hours ago
প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

9 hours ago
ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৯০ বছৰ বয়সতো কৰ্মঠ, তেলেগু অভিনেতা ৰামচৰণৰ সৈতে সম্পৰ্কিত এই উদ্যোগপতিৰ কাহিনীয়ে আপোনাকো কৰি তুলিব আপ্লুত

editor by editor
June 18, 2023
in জীৱনশৈলী, ভাৰত
0
৯০ বছৰ বয়সতো কৰ্মঠ, তেলেগু অভিনেতা ৰামচৰণৰ সৈতে সম্পৰ্কিত এই উদ্যোগপতিৰ কাহিনীয়ে আপোনাকো কৰি তুলিব আপ্লুত
0
SHARES
4.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সাধাৰণ মানুহে সেই বয়সত প্ৰায় অৱসৰৰেই চিন্তা কৰে। জীৱনটো কামৰ মাজেৰেই পাৰ হয় ৯০ বছৰ বয়সতো আৰু কাম কৰিব নোৱাৰি। এয়া আমাৰ প্ৰায়সংখ্যকৰেই ধাৰণা। কিন্তু ইয়াৰ মাজতেই কিছু লোক ব্যতিক্ৰম থাকে। ব্যতিক্ৰমী চিন্তাৰে তেওঁলোক আগবাঢ়ে। এইসকল ব্যতিক্ৰমী ব্যক্তিৰ ভিতৰত এজন হৈছে প্ৰতাপচন্দ্ৰ ৰেড্ডী। বয়স তেওঁৰ বাবে কেৱল মাত্ৰ দুই অংকৰ সংখ্যাহে মাত্ৰ। ৯০ বছৰ বয়স পাৰ হ’লেও নিয়মিত অফিচলৈ যায় প্ৰতাপচন্দ্ৰ। প্ৰতি দিনেই পুৱাৰে পৰা আবেলি ৫ বজালৈ নিজৰ কামতেই ব্যস্ত থাকে তেওঁ। সপ্তাহত মাত্ৰ এটা দিনহে ছুটি লয় প্ৰতাপচন্দ্ৰই।

কামৰ ইমানেই নিচা যে ৯০ বছৰ বয়সতো সপ্তাহৰ ৬দিনেই তেওঁ অফিচলৈ যায়। এই কৰ্মোদ্যমেৰেই ভাৰতৰ প্ৰথম ৫০গৰাকী উদ্যোগপতিৰ তালিকাত নিজৰ নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছে প্ৰতাপচন্দ্ৰই। বৰ্তমান প্ৰতাপচন্দ্ৰৰ হাস্পতালখন ইমানেই পৰিচিত যে তেওঁ বৰ্তমান হাস্পতালৰ ২১ টা ব্ৰান্স নতুনকৈ খুলিবলৈ সক্ষম হৈছে। ৫হাজাৰ ঔষধৰ দোকানৰ পৰা আৰম্ভ কৰি ২৯১ টা প্ৰাথমিক স্বাস্থ্য পৰিসেৱা কেন্দ্ৰ, ডিজিটেল হেলথ পৰ্টেলো আছে প্ৰতাপচন্দ্ৰৰ। ১৯৩৩ চনৰ ৫ ফেব্ৰুৱাৰীত অন্ধ্ৰপ্ৰদেশত জন্ম প্ৰতাপচন্দ্ৰৰ। খুব কম বয়সতে প্ৰতাপচন্দ্ৰই সুচৰিতা ৰেড্ডীৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।

বিবাহত পাছতেই ৪গৰাকী কন্যা সন্তানৰ পিতৃ হয় প্ৰতাপচন্দ্ৰ। নিজৰ কন্যাকো অইন কন্যাৰ দৰে ডাঙৰ নকৰি ব্যৱসায় শিকাই ব্যস্ত কৰাই ৰাখিবলৈ প্ৰাপ্তবয়স্ক হোৱাৰ আগৰে পৰাই চেষ্টা চলাই সফলো হৈছে প্ৰতাপচন্দ্ৰ। প্ৰতাপচন্দ্ৰৰ পৰিয়ালৰ সৈতে অভিনয়ক্ষেত্ৰও জড়িত হৈ আছে। প্ৰতাপচন্দ্ৰৰ কন্যা শুভানা কামিনেনি এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী। শুভানাৰেই কন্যা অৰ্থাৎ প্ৰতাপচন্দ্ৰৰ নাতিনী উপাসনা কামিনেনি তেলেগু অভিনেতা ৰামচৰণৰ পত্নী। তেওঁৰ চাৰিগৰাকী কন্যাই প্ৰতিষ্ঠিত ব্যৱসায়ী। উপাসনাও ব্যৱসায়ৰ সৈতে ওতপ্ৰোতভাৱে জড়িত।

১৯৯১ চনত পদ্মভূষণ সন্মানেৰে ভূষিত কৰা হৈছিল প্ৰতাপচন্দ্ৰক। ২০১০ চনত দিয়া হৈছে পদ্মবিভূষণ সন্মান। বেচৰকাৰী হাস্পতাল খোলাৰ পূৰ্বে প্ৰতাপচন্দ্ৰ এগৰাকী চিকিৎসক আছিল। হৃদৰোগ বিশেষজ্ঞ আছিল প্ৰতাপচন্দ্ৰ। বৰ্তমান পৰিয়ালসহ চেন্নাইত থাকে প্ৰতাপচন্দ্ৰ। প্ৰকাশিত এক তথ্যমতে তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ২০ হাজাৰ কোটি টকাৰো অধিক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!
জীৱনশৈলী

ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

October 8, 2026
কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক
জীৱনশৈলী

কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

October 8, 2026
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!
জীৱনশৈলী

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

October 8, 2026
ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক
জীৱনশৈলী

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

October 8, 2026
Next Post
সাৱধান! মহানগৰৰ ৩৬৬টা স্থানত ভূমিস্খলনৰ আশংকা, ২৭০টা স্থানত জীৱন আৰু সস্পত্তিৰ আশংকা

সাৱধান! মহানগৰৰ ৩৬৬টা স্থানত ভূমিস্খলনৰ আশংকা, ২৭০টা স্থানত জীৱন আৰু সস্পত্তিৰ আশংকা

শনিৰ বিপৰীতমুখী যাত্ৰা! এই সপ্তাহত ধনী হ’ব ৫ ৰাশি, কাৰ আৰ্থিক ক্ষতি হ’ব?

শনিৰ বিপৰীতমুখী যাত্ৰা! এই সপ্তাহত ধনী হ’ব ৫ ৰাশি, কাৰ আৰ্থিক ক্ষতি হ’ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.