• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছিকিমত এতিয়াও আৱদ্ধ প্ৰায় ৩০০ পৰ্যটক! ভূমিস্খলনৰ বাবে অৰ্নিদিষ্ট কাললৈ বন্ধ লাচুং আৰু লাচেন

3 years ago
ৰবীন্দ্ৰনাথে যেনেকৈ ভয়মুক্ত মন আৰু পৰিবেশ বিচাৰিছিল বিজেপিয়ে পশ্চিমবংগত তেনে পৰিবেশ তৈয়াৰ কৰিব! ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই শপত ল’ব পশ্চিমবংগৰ বিজেপি চৰকাৰে

27 minutes ago
সামাজিক মাধ্যমৰ চেলিব্ৰিটি হ’লেই বিধানসভালৈ আহিব নোৱাৰি! চৰ্চাত থাকিও শোচনীয় পৰাজয় কোন ৫ প্ৰাৰ্থীৰ?

51 minutes ago
বংগ জয় কৰি বাঙালী বাবু সাজেৰে ওলাই আহিল মোদী, ধুতি পাঞ্জাৱী পিন্ধি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

1 hour ago
মঙ্গলবাৰে হনুমানৰ বিশেষ কৃপা, ভাগ্য সদয় হ’ব ৪ৰাশিৰ জাতকৰ

2 hours ago
সূৰ্যৰ ৰাজকীয় গতি, ১১ মে’ৰ পৰা কঁপাল ফুলিব এই ৪ৰাশিৰ, ভাগ্যৰ নানান ৰাস্তা খুলিব

কি ষ্ট্ৰেটেজিৰে বংগ জয় কৰিলে BJPয়ে? সমীক্ষাত ৫টা কাৰণ, মামা মেজিক ফেক্টৰ হ’ল নেকি বংগৰ ৰাজনীতিত?

3 hours ago
কংগ্ৰেছৰ পৰাজয়ৰ কাৰণেই হৈছে জুবিনক লৈ নিকৃষ্ট ৰাজনীতি কৰা, আমি চৰকাৰ গঠন কৰিয়েই প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ কৰিমঃ ড০ হিমন্ত বিশ্ব শৰ্মা

4 hours ago
কোনোবা এটাহে জিকিম৷ গৌৰৱক কৈছো কেতিয়াবা তুমিও জিকিবা, গৌৰৱৰ সৈতে ব্যক্তিগত শত্ৰুতা মোৰ নাই তেওঁ মোৰ ভাতৃতুল্য, গৌৰৱৰ লেকচাৰে মোক আপ্লুত কৰেঃ হিতেন্দ্ৰ নাথ গোস্বামী

তুমি বিষয়ৰ সকলো কথা ইতিবাচক হওঁক…সফলতাৰ আৰু সত্যৰ হওঁক! নিৰ্বাচনী ৰিজাল্টৰ মাজতে তাৎপৰ্যপূৰ্ণ পোষ্ট গৰিমা গাৰ্গৰ

ফেছবুকত ৰাজনীতি কৰি মোৰ লগত যুঁজিব চেষ্টা কৰি লাভ নাই, মৰিয়নী সমষ্টিত ৰূপজ্যোতি কূৰ্মী থকালৈকে বেলেগৰ দমন নচলিব, জয়ৰ পাছত কি মত ৰূপজ্যোতি কূৰ্মীৰ?

বিজেপিৰ ছুনামীত ধূলিস্যাৎ 3G অৰ্থাৎ তিনি গগৈ, হিমন্ত ২.০ক লৈ কিমান আশাবাদী জনতা?

5 hours ago
বিজেপিয়ে ঘূৰাই দিলে হেৰুওৱা সন্মান!  বিহপুৰীয়াৰ বিধায়ক হৈ অহাৰ সপোন পূৰণ ভূপেন বৰাৰ

  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ছিকিমত এতিয়াও আৱদ্ধ প্ৰায় ৩০০ পৰ্যটক! ভূমিস্খলনৰ বাবে অৰ্নিদিষ্ট কাললৈ বন্ধ লাচুং আৰু লাচেন

editor by editor
June 18, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
ছিকিমত এতিয়াও আৱদ্ধ প্ৰায় ৩০০ পৰ্যটক! ভূমিস্খলনৰ বাবে অৰ্নিদিষ্ট কাললৈ বন্ধ লাচুং আৰু লাচেন
0
SHARES
196
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বৰষু্‌ণে বিপৰ্যস্ত কৰিছে উত্তৰ ছিকিমৰ জনজীৱন। বিগত তিনি দিন ধৰি ছিকিমত বৰষুণৰ পৰিমান বৃদ্ধি হৈছে। পাহাৰীয়া ৰাজ্যখনৰ একাধিক এলেকাত ভূমিস্খলন হোৱাও পৰিলক্ষিত হৈছে। যাৰফলত বিপদত পৰিছে পৰ্যটককে ধৰি সাধাৰণ লোকো। শুকুৰবাৰে উত্তৰ ছিকিমত ২০০০ৰো অধিক পৰ্যটক আৱদ্ধ হৈ পৰিছে। শনিবাৰে পুৱাৰে পৰাই উদ্ধাৰ অভিযান চলাই আছে সেনাসকলে। উদ্ধাৰ অভিযান অব্যাহত থাকিলেও বৰ্তমানো প্ৰায় ৩০০ পৰ্যটক আৱদ্ধ হৈ আছে ছিকিমত।

ভূমিস্খলনৰ বাবে চুংথাঙলৈ যোৱা ৰাস্তাটো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। উত্তৰ ছিকিমৰ সৈতে যোগাযোগো প্ৰায় বিচ্ছিন্ন হৈ পৰিছে। ছিকিম চৰকাৰৰ তৰফৰ পৰা উদ্ধাৰকাৰ্য অব্যাহত আছে। লাচেন আৰু লাচুঙৰ ৰাস্তাও প্ৰায় বন্ধ হৈ পৰিছে। দুয়োটা এলেকাতে ২৩৮ খন টেক্সি আৱদ্ধ হৈ আছে। অস্থায়ী কাঠৰ সেঁতু বনাই পৰ্যটকক উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে সেনাই।

শনিবাৰে প্ৰায় ২১০০ পৰ্যটকক উদ্ধাৰ কৰা হৈছে। আৱদ্ধ হৈ থকা পৰ্যটকৰ মাজত ৩৬ জন আছিল বিদেশী পৰ্যটক। ইয়াৰোপৰি এখন চৰকাৰী কলেজৰ ৬০ জনকৈ ছাত্ৰ আৱদ্ধ হৈ পৰিছিল। ছিকিম চৰকাৰে উদ্ধাৰৰ বাবে ২৩ খন বাছ আৰু ২০৮খন সৰু গাড়ীৰে পৰ্যটকসকলক উদ্ধাৰ কৰি উলিয়াই আনিছে। বৰ্তমানো বৰষুণৰ মাত্ৰা কমা নাই যাৰ বাবে এতিয়াও লাচুং আৰু লাচেনত প্ৰায় ২৪০০ পৰ্যটক আৱদ্ধ হৈ আছে।

পৰ্যটকক উদ্ধাৰৰ বাবে উত্তৰ ছিকিম প্ৰশাসনে দুটাকৈ হেল্পলাইন নম্বৰো মুকলি কৰিছে। হেল্পলাইন নম্বৰ দুটা হৈছে ৮৫০৯৮২২৯৯৭ আৰু ৮১১৬৪৬৪২৬৫, পৰ্যটকসকলে অসুবিধাৰ সন্মুখীন হ’লে এই দুটা নম্বৰত যোগাযোগ কৰিব পাৰে। ইফালে প্ৰশাসনে ঘোষণা কৰা অনুসৰি লাচুং আৰু লাচেনলৈ যোৱাৰ ৰাস্তা খহিবলৈ আৰম্ভ হোৱাৰ বাবে অনিৰ্দিষ্ঠ কালৰ বাবে লাচেন আৰু লাচুং বন্ধ কৰা হৈছে। ইপিনে যিসকল এতিয়াও আৱদ্ধ হৈ আছে তেওঁলোকক শংকিত নহ’বলৈকো আহ্বান জনাইছে প্ৰশাসনে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰবীন্দ্ৰনাথে যেনেকৈ ভয়মুক্ত মন আৰু পৰিবেশ বিচাৰিছিল বিজেপিয়ে পশ্চিমবংগত তেনে পৰিবেশ তৈয়াৰ কৰিব! ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই শপত ল’ব পশ্চিমবংগৰ বিজেপি চৰকাৰে
জীৱনশৈলী

May 4, 2026
সামাজিক মাধ্যমৰ চেলিব্ৰিটি হ’লেই বিধানসভালৈ আহিব নোৱাৰি! চৰ্চাত থাকিও শোচনীয় পৰাজয় কোন ৫ প্ৰাৰ্থীৰ?
জীৱনশৈলী

সামাজিক মাধ্যমৰ চেলিব্ৰিটি হ’লেই বিধানসভালৈ আহিব নোৱাৰি! চৰ্চাত থাকিও শোচনীয় পৰাজয় কোন ৫ প্ৰাৰ্থীৰ?

May 4, 2026
বংগ জয় কৰি বাঙালী বাবু সাজেৰে ওলাই আহিল মোদী, ধুতি পাঞ্জাৱী পিন্ধি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?
জীৱনশৈলী

বংগ জয় কৰি বাঙালী বাবু সাজেৰে ওলাই আহিল মোদী, ধুতি পাঞ্জাৱী পিন্ধি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

May 4, 2026
মঙ্গলবাৰে হনুমানৰ বিশেষ কৃপা, ভাগ্য সদয় হ’ব ৪ৰাশিৰ জাতকৰ
জীৱনশৈলী

মঙ্গলবাৰে হনুমানৰ বিশেষ কৃপা, ভাগ্য সদয় হ’ব ৪ৰাশিৰ জাতকৰ

May 4, 2026
Next Post
৯০ বছৰ বয়সতো কৰ্মঠ, তেলেগু অভিনেতা ৰামচৰণৰ সৈতে সম্পৰ্কিত এই উদ্যোগপতিৰ কাহিনীয়ে আপোনাকো কৰি তুলিব আপ্লুত

সাৱধান! মহানগৰৰ ৩৬৬টা স্থানত ভূমিস্খলনৰ আশংকা, ২৭০টা স্থানত জীৱন আৰু সস্পত্তিৰ আশংকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন