• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গোটেই নিশা পাৰ্টী কৰিও ইডেনত ২৫০ ৰান, বিৰাটৰ গোপন কাহিনী পোহৰলৈ আনিছে তেওঁৰ সতীৰ্থই

গোটেই নিশা পাৰ্টী কৰিও ইডেনত ২৫০ ৰান, বিৰাটৰ গোপন কাহিনী পোহৰলৈ আনিছে তেওঁৰ সতীৰ্থই

3 years ago
হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

3 minutes ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

RBI Recruitment 2026: RBI ত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

55 minutes ago
গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

1 hour ago
Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

2 hours ago
Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

19 hours ago
Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

20 hours ago
Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?

Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?

21 hours ago
কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

21 hours ago
মে’ মাহৰ এই দিনকেইটাত বন্ধ বেংক, কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম-কাজ?

মে’ মাহৰ এই দিনকেইটাত বন্ধ বেংক, কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম-কাজ?

22 hours ago
শীঘ্ৰে খোল খাব ভাগ্যৰ দ্বাৰ, বুধে সলনি কৰিব আপোনাৰ জীৱন!

শীঘ্ৰে খোল খাব ভাগ্যৰ দ্বাৰ, বুধে সলনি কৰিব আপোনাৰ জীৱন!

23 hours ago
ডাকঘৰত এবাৰ ধন জমা কৰি মাহিলী ৫,৫৫০ টকা কৰক উপাৰ্জন

ডাকঘৰত এবাৰ ধন জমা কৰি মাহিলী ৫,৫৫০ টকা কৰক উপাৰ্জন

23 hours ago
প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ

প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

গোটেই নিশা পাৰ্টী কৰিও ইডেনত ২৫০ ৰান, বিৰাটৰ গোপন কাহিনী পোহৰলৈ আনিছে তেওঁৰ সতীৰ্থই

editor by editor
June 26, 2023
in ক্ৰীড়া, জীৱনশৈলী, ভাৰত, স্বাস্থ্য
0
গোটেই নিশা পাৰ্টী কৰিও ইডেনত ২৫০ ৰান, বিৰাটৰ গোপন কাহিনী পোহৰলৈ আনিছে তেওঁৰ সতীৰ্থই
0
SHARES
4.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২০১২ চনৰ পূৰ্বে বিৰাট কোহলিৰ জীৱন অন্যধৰণৰ আছিল। খেলাৰ উপৰিও পাৰ্টী, টেটুক লৈয়েই ব্যস্ত থাকে বিৰাট। কিন্তু ২০১২ চনৰ পাছত নিজৰ ফিটনেছক লৈ কঠোৰ পৰিশ্ৰম কৰিছে বিৰাটে। নিজকে সলনি কৰিছে বিৰাটে। ২০১২চনৰ পূৰ্বে বিৰাটৰ কেৰিয়াৰৰ এটা গোপন কথা এটা সাক্ষাৎকাৰত প্ৰকাশ কৰিছে ইশান্ত শৰ্মাই।

দিল্লীৰ হৈ ১৭ অনুৰ্ধ্বত খেলি আহিছে বিৰাটে। অনূৰ্ধ্ব ১৯ ৰ এখন মেচৰ কথা প্ৰকাশ কৰিছে ইশান্তে। ইশান্তে বিৰাট প্ৰসংগত কয়, ‘আমি তেতিয়া ১৯ অনূৰ্ধ্বৰ মেচ খেলি আছিলো। বিৰাট তেতিয়াও অন্যতম এজন খেলুৱৈয়ে আছিল। পিছদিনাও গুৰুত্বপূৰ্ণ এখন মেচ আছিল। বিৰাটে তাৰ আগদিনা নিশা কিন্তু একেবাৰেই টোপনি মৰা নাছিল। গোটেই নিশা পাৰ্টী কৰি পিছদিনা খেলত নামিছিল বিৰাট। নিশা অকণো টোপনি নোযোৱাকৈ পিছদিনাৰ খেল ২৫০ ৰান ল’বলৈ সক্ষম হৈছিল। আমি তাৰ খেল দেখি অবাক হৈছিলো। বিৰাটৰ শক্তিক সেইদিনাই আমি স্বীকাৰ কৰিছিলো।’

বিৰাটৰ জীৱনৰ বহু উত্থান পতনৰ সাক্ষী ইশান্ত। বিৰাটে নিজকে কেনেদৰে সলনি কৰিছে সেই সম্পৰ্কেও ইশান্তে কয়,’বিৰাটে নিজকে বহু সলনি কৰিছে। মই তাৰ কষ্ট দেখিছো। ২০১২ৰ পাছৰে পৰা বিৰাটে শৰীৰৰ যত্ন ল’বলৈ আৰম্ভ কৰিছে। বিশ্বকাপৰ পাছত ডায়েটৰ নজৰ দিয়া, শৰীৰ চৰ্চা কৰা আদি কামসমূহ বিৰাটে আৰম্ভ কৰিছে। বৰ্তমান বিৰাট অন্যতম ফিট ক্ৰিকেটাৰ।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?
অসম

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

April 30, 2026
গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক
জীৱনশৈলী

গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

April 30, 2026
Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!
জীৱনশৈলী

Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

April 30, 2026
শীঘ্ৰে খোল খাব ভাগ্যৰ দ্বাৰ, বুধে সলনি কৰিব আপোনাৰ জীৱন!
জীৱনশৈলী

শীঘ্ৰে খোল খাব ভাগ্যৰ দ্বাৰ, বুধে সলনি কৰিব আপোনাৰ জীৱন!

April 29, 2026
Next Post
বিৰামহীন যন্ত্ৰণাৰ পৰা চিৰমুক্তি! ইচ্ছা কৰা ধৰণেই জীৱনৰ পৰা বিদায় ল’লে ২৩ বছৰীয়া যুৱতীয়ে?

বিৰামহীন যন্ত্ৰণাৰ পৰা চিৰমুক্তি! ইচ্ছা কৰা ধৰণেই জীৱনৰ পৰা বিদায় ল’লে ২৩ বছৰীয়া যুৱতীয়ে?

ভালে ভালে বিবাহ বিচ্ছেদ দে অন্যথা…স্বামীক ধমক পত্নীৰ, তাৰপিছত?

ভালে ভালে বিবাহ বিচ্ছেদ দে অন্যথা...স্বামীক ধমক পত্নীৰ, তাৰপিছত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.