• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিৰামহীন যন্ত্ৰণাৰ পৰা চিৰমুক্তি! ইচ্ছা কৰা ধৰণেই জীৱনৰ পৰা বিদায় ল’লে ২৩ বছৰীয়া যুৱতীয়ে?

বিৰামহীন যন্ত্ৰণাৰ পৰা চিৰমুক্তি! ইচ্ছা কৰা ধৰণেই জীৱনৰ পৰা বিদায় ল’লে ২৩ বছৰীয়া যুৱতীয়ে?

3 years ago
বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

22 minutes ago
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

1 hour ago
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

2 hours ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

4 hours ago
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

5 hours ago
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

5 hours ago
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

6 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

6 hours ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

18 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

19 hours ago
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

19 hours ago
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিৰামহীন যন্ত্ৰণাৰ পৰা চিৰমুক্তি! ইচ্ছা কৰা ধৰণেই জীৱনৰ পৰা বিদায় ল’লে ২৩ বছৰীয়া যুৱতীয়ে?

editor by editor
June 26, 2023
in জীৱনশৈলী, বিশ্ব, স্বাস্থ্য
0
বিৰামহীন যন্ত্ৰণাৰ পৰা চিৰমুক্তি! ইচ্ছা কৰা ধৰণেই জীৱনৰ পৰা বিদায় ল’লে ২৩ বছৰীয়া যুৱতীয়ে?
0
SHARES
34.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ চলাফুৰা কৰিবলৈ তেওঁ অপাৰগ। খোৱাবোৱাও নিজে কৰিব নোৱাৰে। অন্য লোকৰ দৰে খাদ্যও গ্ৰহণ কৰিব নোৱাৰে। সমগ্ৰ শৰীৰতেই অসহ্য যন্ত্ৰণা। বিগত কেইবাবছৰ ধৰি এনেকৈ শয্যাশায়ী হৈ আছিল দক্ষিণ অষ্ট্ৰেলিয়াৰ ২৩ বছৰীয়া এগৰাকী যুৱতী। যুৱতীগৰাকীৰ নাম লিলি। লিলিয়ে ভূগি থকা যন্ত্ৰণাৰ পৰা মুক্তি বিচাৰি স্বেচ্ছামৃত্যুৰ আৱেদন কৰিছিল। বিগত সপ্তাহত হাস্পতালৰ পৰা আইনী কাগজপত্ৰত স্বাক্ষৰ কৰিছে লিলিয়ে। বুধবাৰে তেওঁৰ ইচ্ছামৃত্যুৰ সপোন পূৰণ কৰিছে অষ্ট্ৰেলিয়াৰ চৰকাৰে। ১০ ছেকেণ্ডৰ ভিতৰতেই মৃত্যুৰ কোলাত ঢলি পৰিছে লিলি। দক্ষিণ এডিলেডৰ ফ্লিণ্ডাৰ্ছ মেডিকেল চেণ্টাৰত চিকিৎসাধীন হৈ আছিল লিলি। অটো-ইমিউন অটোনমিক গ্যগ্লিয়োনোপেথিৰ সমস্যাত ভুগিছিল লিলিয়ে। এই ৰোগতেই ধীৰে ধীৰে শয্যাশায়ী হৈ পৰে লিলি। সমগ্ৰ শৰীৰত বিষ হোৱাৰ বাবে এডিলেড হাস্পতালৰ পেলিয়েটিভ কেয়াৰত ৰখা হয় লিলিক। কিন্তু সুস্থ হৈ নুঠিল লিলি। দিনে দিনে শৰীৰ ভাঙি পৰিছিল লিলিৰ।

স্বেচ্ছামৃত্যুৰ আবেদনৰ সিদ্ধান্তৰ কথা কেনেকৈ মনলৈ আহিল লিলিৰ?
অষ্ট্ৰেলিয়াৰ সংবাদমাধ্যম ‘দ্যা এডভাৰটাইজাৰ’ত লিলিয়ে কৈছিল, ‘এই যন্ত্ৰণা ইমানেই অসহ্যকৰ যে বাচি থকাৰ কোনো অৰ্থই নাই। এনে যন্ত্ৰণাদায়ক জীৱনতকৈ মৃত্যুৱেই ভাল।’ জীৱনৰ শেষৰ ঘণ্টাকেইটা যোগাত্মক কামকাজত মনোনিৱেশ কৰিব বিচাৰিছিল লিলিয়ে। এই কৰ্মসমূহৰ ভিতৰত আছিল সমুদ্ৰতীৰত ফুৰিবলৈ যোৱা। লিলিৰ সপোন পূৰণ কৰিছিল হাস্পতাল কৰ্তৃপক্ষই। হাস্পতালৰ বিছনাত শুইয়েই লিলিয়ে সমূদ্ৰ তীৰ ফুৰি আহিছিল।

লিলিৰ শাৰীৰিক সমস্যা আছিল কিশোৰী অৱস্থাৰ পৰাই। ১৭বছৰ বয়সতেই ইলাৰ্ছ ডেনলোছ চিনড্ৰম উপসৰ্গই ধৰা দিছিল লিলিৰ শৰীৰত। ৰক্তনলীকাত সমস্যাই দেখা দিছিল। ইডিএছ ধৰা পৰাৰ কেইবছৰমান পাছতেই লিলিৰ শ্বাসনলীতো সমস্যাই দেখা দিয়ে। তাৰপিছৰে পৰা প্ৰাকৃতিকভাৱে মলত্যাগ কৰিব নোৱাৰা হয় লিলিয়ে। তেতিয়াৰে পৰা এটুপি পানী পৰ্যন্ত নোখোৱাকৈ জীয়াই আছিল লিলি। মেৰুদণ্ডৰ ভিতৰতো তৰল পদাৰ্থ জমা হয় লিলিৰ। ইয়াৰ পাছৰে পৰাই ঘূৰা ফুৰা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে লিলিৰ।

লিলিক নাকেৰে পাইপ লগাই প্ৰয়োজনীৰ খাদ্য যোগান ধৰি থকা হৈছিল। খাদ্য হজম কৰোৱাবৰ বাবেও বিশেষ টিউব সোমোৱাই দিয়া হৈছিল। সেই টিউবৰ জৰিয়তে পাকস্থলীত এছিড নিঃসৰণ কৰোৱা হয়। চিকিৎসকে জনাইছিল যে এনেকৈয়ে এটা এটাকৈ লিলিৰ সকলো অংগই বিকল হৈ গৈ থাকিব।

এইদৰে যন্ত্ৰণাকাতৰ জীৱন এটা লিলিয়ে আৰু বেছিদিন বিচৰা নাছিল। পাছলৈ লিলিয়ে লিখিছিল, ‘মই আৰু জীয়াই থাকিব বিচৰা নাই। হাস্পতাল এৰি ঘৰলৈ যাবলৈ ইচ্ছাও নাই। মই ইচ্ছামৃত্যু বিচাৰো। মাক এই কথা কৈছিলো। মায়ে মোৰ মৃত্যু চকুৰ সন্মুখত চাব নোৱাৰিয়েই মোক অকলে এৰি ঘৰলৈ গ’লগৈ। মোৰ এই সিদ্ধান্তই শেষ সিদ্ধান্ত।’

ডেলি মেলৰ প্ৰতিবেদন অনুসৰি বিগত বুধবাৰে লিলিৰ মৃত্যু হৈছে। এই বৰ্ষত অষ্ট্ৰেলিয়াৰ ২৮গৰাকী নাগৰিকক ইচ্ছামৃত্যুৰ অনুমতি দিছে অষ্ট্ৰেলিয়াৰ চৰকাৰে। মৃত্যুৰ আগতে যদি কোনোৱে আকৌ এই সিদ্ধান্ত সলনি কৰিব বিচাৰে তেন্তে সেয়াও কৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক
জীৱনশৈলী

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

September 14, 2026
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?
জীৱনশৈলী

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

September 14, 2026
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়
জীৱনশৈলী

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

September 14, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

September 13, 2026
Next Post
ভালে ভালে বিবাহ বিচ্ছেদ দে অন্যথা…স্বামীক ধমক পত্নীৰ, তাৰপিছত?

ভালে ভালে বিবাহ বিচ্ছেদ দে অন্যথা...স্বামীক ধমক পত্নীৰ, তাৰপিছত?

ৰথযাত্ৰাৰ সময়ত ৰাধা বা ৰুক্মিনী নহয়, প্ৰভু জগন্নাথৰ কাষত থাকে সুভদ্ৰাহে, কিন্তু কিয় জানেনে?

ৰথযাত্ৰাৰ সময়ত ৰাধা বা ৰুক্মিনী নহয়, প্ৰভু জগন্নাথৰ কাষত থাকে সুভদ্ৰাহে, কিন্তু কিয় জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.