• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰথযাত্ৰাৰ সময়ত ৰাধা বা ৰুক্মিনী নহয়, প্ৰভু জগন্নাথৰ কাষত থাকে সুভদ্ৰাহে, কিন্তু কিয় জানেনে?

ৰথযাত্ৰাৰ সময়ত ৰাধা বা ৰুক্মিনী নহয়, প্ৰভু জগন্নাথৰ কাষত থাকে সুভদ্ৰাহে, কিন্তু কিয় জানেনে?

3 years ago
অপ্ৰতিৰোধ্য ১৫ বছৰীয়া বৈভৱ! IPL ত অৰ্জন কৰিলে আন এক সফলতা

অপ্ৰতিৰোধ্য ১৫ বছৰীয়া বৈভৱ! IPL ত অৰ্জন কৰিলে আন এক সফলতা

17 minutes ago
এটা ভুলে শেষ কৰিব আপোনাৰ Gmail ID, Jio-Airtel ব্যৱহাৰকাৰীসকলে ভুলতো নকৰিব এই কাম!

এটা ভুলে শেষ কৰিব আপোনাৰ Gmail ID, Jio-Airtel ব্যৱহাৰকাৰীসকলে ভুলতো নকৰিব এই কাম!

1 hour ago
পেটৰ তলৰ অংশত মাজে মাজে বিষ অনুভৱ, হ’ব পাৰে মাৰাত্মক ৰোগৰ ইংগিত!

পেটৰ তলৰ অংশত মাজে মাজে বিষ অনুভৱ, হ’ব পাৰে মাৰাত্মক ৰোগৰ ইংগিত!

2 hours ago
‘৪ টা সন্তান জন্ম দিয়ক আৰু এজনক RSS ৰ সেৱক বনাওক,’ মন্তব্য ধীৰেন্দ্ৰ শাস্ত্ৰীৰ

‘৪ টা সন্তান জন্ম দিয়ক আৰু এজনক RSS ৰ সেৱক বনাওক,’ মন্তব্য ধীৰেন্দ্ৰ শাস্ত্ৰীৰ

3 hours ago
World Malaria Day 2026: শৰীৰৰ বিষ আৰু অত্যাধিক জ্বৰ, মেলেৰিয়া ডেংগুতকৈ কিমান পৃথক?

World Malaria Day 2026: শৰীৰৰ বিষ আৰু অত্যাধিক জ্বৰ, মেলেৰিয়া ডেংগুতকৈ কিমান পৃথক?

3 hours ago
মাত্ৰ ২১০ টকা বিনিয়োগেৰে প্ৰতিমাহে পাব ৫০০০ টকাৰ পেঞ্চন, এই চৰকাৰী আঁচনিয়ে কৰিব সহায়

মাত্ৰ ২১০ টকা বিনিয়োগেৰে প্ৰতিমাহে পাব ৫০০০ টকাৰ পেঞ্চন, এই চৰকাৰী আঁচনিয়ে কৰিব সহায়

4 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

5 hours ago
বিজেপিলৈ গৈ জগৰ লগালে ৰাঘৱ চাদ্দাই! হ্ৰাস পালে জনপ্ৰিয়তা

বিজেপিলৈ গৈ জগৰ লগালে ৰাঘৱ চাদ্দাই! হ্ৰাস পালে জনপ্ৰিয়তা

5 hours ago
শনিৰ বক্ৰী দশা ৩ৰাশিৰ বাবে লাকী! ১৩৮ দিন শনিৰ কৃপাত উন্নতিয়েই উন্নতি কৰিব এইকেইটা ৰাশিয়ে

শনিৰ বক্ৰী দশা ৩ৰাশিৰ বাবে লাকী! ১৩৮ দিন শনিৰ কৃপাত উন্নতিয়েই উন্নতি কৰিব এইকেইটা ৰাশিয়ে

7 hours ago
ভাৱনা শৰ্মাই লোকেশ্ব্যন বেলেগ দি নামিছিল বেলেগ ঠাইত, ৰেপিড’ চালকে দিছে কেইবাটাও বিস্ফোৰক তথ্য

ভাৱনা শৰ্মাই লোকেশ্ব্যন বেলেগ দি নামিছিল বেলেগ ঠাইত, ৰেপিড’ চালকে দিছে কেইবাটাও বিস্ফোৰক তথ্য

7 hours ago
নিজৰ ৰাশিত প্ৰৱেশ কৰিব ৰঙা গ্ৰহই, মঙ্গল-সূৰ্য-বুধৰ মিলন! অন্ধকাৰ ভেদি উজলিব ৫ৰাশি

নিজৰ ৰাশিত প্ৰৱেশ কৰিব ৰঙা গ্ৰহই, মঙ্গল-সূৰ্য-বুধৰ মিলন! অন্ধকাৰ ভেদি উজলিব ৫ৰাশি

7 hours ago
বিগত এবছৰ ধৰি শ্বাহৰুখ আছে ভাড়াঘৰত, ইফালে মেনেজাৰ পূজা দাদলানিয়ে কিনিছে বিলাসী ফ্লেট? কিমান দাম পূজাৰ এই লাক্সাৰী ফ্লেটৰ?

বিগত এবছৰ ধৰি শ্বাহৰুখ আছে ভাড়াঘৰত, ইফালে মেনেজাৰ পূজা দাদলানিয়ে কিনিছে বিলাসী ফ্লেট? কিমান দাম পূজাৰ এই লাক্সাৰী ফ্লেটৰ?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰথযাত্ৰাৰ সময়ত ৰাধা বা ৰুক্মিনী নহয়, প্ৰভু জগন্নাথৰ কাষত থাকে সুভদ্ৰাহে, কিন্তু কিয় জানেনে?

editor by editor
June 27, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ৰথযাত্ৰাৰ সময়ত ৰাধা বা ৰুক্মিনী নহয়, প্ৰভু জগন্নাথৰ কাষত থাকে সুভদ্ৰাহে, কিন্তু কিয় জানেনে?
0
SHARES
7.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিগত ২০ জুনৰ পৰা চলি আছে প্ৰভু জগন্নাথৰ ৰথযাত্ৰা। ২০২৩ বৰ্ষৰ ৰথযাত্ৰাৰ ৭টা দিন পুৰী মন্দিৰত ভিৰ কৰে অগণন ভক্তই। দেশৰ বিভিন্ন প্ৰান্ততেই ৰথযাত্ৰা মানি আহিছে কৃষ্ণভক্তসকলে। হিন্দুসকলৰ বিশ্বাস যে, প্ৰভুৰ এই যাত্ৰাত অংশ ল’লে মোক্ষ লাভ কৰিব পাৰি। এই ৰথযাত্ৰাত বিশ্বৰ একমাত্ৰ পুজা য’ত শ্ৰী কৃষ্ণই তেওঁৰ পত্নী ৰুক্মিনী বা প্ৰেয়সী ৰাধাৰ সৈতে একেলগে নাথাকে। যুগ যুগ ধৰি ৰথযাত্ৰাত জগন্নাথৰ সৈতে সুভদ্ৰা আৰু বলৰামহে থাকে। এই যাত্ৰাত কিয় শ্ৰী কৃষ্ণৰ সৈতে ৰুক্মিনী বা ৰাধা নাথাকে সেই সম্পৰ্কে কিন্তু বহুতেই নাজানে। ইয়াৰ আঁৰত আছে পৌৰাণিক এক কাহিনী।

টোপনিত ৰাধাৰ নাম লৈছিল শ্ৰী কৃষ্ণই তাৰপিছত?
এই সম্পৰ্কে জড়িত হৈ আছে জনপ্ৰিয় এটা কাহিনী। ভগৱান শ্ৰী কৃষ্ণই এবাৰ বিশ্ৰাম লৈ থাকোতে তেওঁৰ কাষত বহি আছিল পত্নী ৰুক্মিনী। ৰাণী ৰুক্মিনী কাষত বহি থকাৰ সময়তে শ্ৰী কৃষ্ণই টোপনিতে ৰাধাৰ নাম লয়। সেই শব্দ ৰুক্মিনীয়ে শুনে। স্বাভাৱিকভাৱেই অইন নাৰীৰ দৰেই তেওঁৰো খঙে চুলিৰ আগ পায়গৈ। ৰুক্মিনীয়ে ভাৱে যে তেওঁৰ মাজত এনে কি নাই যি ৰাধাৰ মাজত আছে! তেওঁ দিনে নিশাই কাষত থকাৰ পাছতো শ্ৰী কৃষ্ণৰ মন মগজুত কিয় তেওঁৰেই নাম?

শ্ৰী কৃষ্ণ আৰু বলৰামে মাতৃৰ আদেশ মানি আহিছিল
ৰুক্মিনীয়ে এই সমগ্ৰ ঘটনা অন্য ৰাণীসকলৰ আগত প্ৰকাশ কৰে। ৰুক্মিনীৰ এই দুখৰ কথা শুনাৰ পাছত সকলোৱে মিলি সিদ্ধান্ত লয় যে তেঁঁওলোকে এই বিষয়টো বলৰাম আৰু সুভদ্ৰাৰ মাতৃ ৰোহিনীক এই কথা জনাব। ভৱামতেই সকলো কথা তেওঁলোকে বলৰামৰ মাতৃক কয়। এই কথা শুনাৰ পাছতেই বলৰামৰ মাতৃ ৰোহিনীয়ে কয় যে তেওঁলোকে এই বিষয়ে কৃষ্ণৰ সৈতে তেওঁ আলোচনাত মিলিত হ’ব।

সুভদ্ৰাক কিয় শ্ৰী কৃষ্ণৰ ৰখীয়া কৰা হয়?
মাতৃ ৰোহিনীয়ে সিদ্ধান্ত লয় যে সুভদ্ৰাক তেওঁ শ্ৰী কৃষ্ণক পহৰা কৰিবলৈ পঠিয়াব। ৰাধা আৰু কৃষ্ণৰ কাহিনীৰ বৰ্ণনা ৰোহিনীয়ে সুভদ্ৰাৰ আগতো দিয়ে। মাতৃয়ে সুভদ্ৰাক এই কাহিনী কৈ থাকোতেই হঠাতে শ্ৰী কৃষ্ণ আৰু বলৰাম ঘৰৰ দিশে অহা সুভদ্ৰাই দেখা পায়। মাতৃয়ে কিন্তু সিঁহত অহাৰ কথা গম পোৱা নাছিল। শ্ৰী কৃষ্ণই মাতৃৰ কথা সম্পূৰ্ণৰূপে শুনা পায়। শ্ৰী কৃষ্ণই মাতৃৰ কথা শুনাৰ পাছতেই তেওঁৰ শৰীৰ লাহে লাহে গলিবলৈ ধৰে। অদ্ভুত এই কাণ্ড দেখা পায় মাতৃও সচকিত হৈ পৰে!

নাৰদক সহায় বিচাৰে মাতৃয়ে
শ্ৰী কৃষ্ণৰ অদ্ভুতৰূপ দেখি নাৰদো বিস্মিত হৈ পৰে। তেওঁ লগে লগেই প্ৰাৰ্থনা কৰে যে শ্ৰী কৃষ্ণৰ সমূহ ভক্তই যেন শ্ৰী কৃষ্ণৰ এই ৰূপো দেখা পায়। অৰ্ধৰূপত শ্ৰী কৃষ্ণ যাতে সকলো ভক্তৰ সন্মুখত ধৰা দিয়ে। নাৰদৰ আৱেদনৰ প্ৰতি সন্মান জনায় ৰথযাত্ৰাৰ সময়ত তেওঁ ভক্তৰ ওচৰত আবিৰ্ভাৱ হয়। শ্ৰী কৃষ্ণৰ এই ৰূপকেই জগন্নাথ বুলিও কোৱা হয়।

ৰাধা আৰু ৰুক্মিনী কিয় নাই লগত?
শ্ৰী কৃষ্ণই হঠাতেই এই ৰূপত ভক্তৰ সন্মুখত ধৰা দিয়াৰ বাবেই তেওঁৰ কাষত ৰাধা বা ৰুক্মিনী কোনো নাছিল। অৰ্ধৰূপ লোৱাৰ সময়ছোৱাত শ্ৰী কৃষ্ণৰ কাষত কেৱল মাতৃ আৰু ভগ্নী সুভদ্ৰাহে আছিল। সেয়েহে জগন্নাথৰ মূৰ্তি কোনো মন্দিৰতেই সম্পূৰ্ণকৈ নাই। অৰ্ধ মূৰ্তিতেই জগন্নাথৰ উপাসনা কৰা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অপ্ৰতিৰোধ্য ১৫ বছৰীয়া বৈভৱ! IPL ত অৰ্জন কৰিলে আন এক সফলতা
বিনোদন

অপ্ৰতিৰোধ্য ১৫ বছৰীয়া বৈভৱ! IPL ত অৰ্জন কৰিলে আন এক সফলতা

April 25, 2026
এটা ভুলে শেষ কৰিব আপোনাৰ Gmail ID, Jio-Airtel ব্যৱহাৰকাৰীসকলে ভুলতো নকৰিব এই কাম!
প্ৰযুক্তি

এটা ভুলে শেষ কৰিব আপোনাৰ Gmail ID, Jio-Airtel ব্যৱহাৰকাৰীসকলে ভুলতো নকৰিব এই কাম!

April 25, 2026
পেটৰ তলৰ অংশত মাজে মাজে বিষ অনুভৱ, হ’ব পাৰে মাৰাত্মক ৰোগৰ ইংগিত!
জীৱনশৈলী

পেটৰ তলৰ অংশত মাজে মাজে বিষ অনুভৱ, হ’ব পাৰে মাৰাত্মক ৰোগৰ ইংগিত!

April 25, 2026
‘৪ টা সন্তান জন্ম দিয়ক আৰু এজনক RSS ৰ সেৱক বনাওক,’ মন্তব্য ধীৰেন্দ্ৰ শাস্ত্ৰীৰ
ভাৰত

‘৪ টা সন্তান জন্ম দিয়ক আৰু এজনক RSS ৰ সেৱক বনাওক,’ মন্তব্য ধীৰেন্দ্ৰ শাস্ত্ৰীৰ

April 25, 2026
Next Post
মহাকাশত সাতপাক ঘূৰি সাত জনমলৈ একেলগে থকাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হ’ব পাৰিব! মহাকাশত বিয়া কৰাবলৈ খৰচ কিমান?

মহাকাশত সাতপাক ঘূৰি সাত জনমলৈ একেলগে থকাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হ’ব পাৰিব! মহাকাশত বিয়া কৰাবলৈ খৰচ কিমান?

কেৰিয়াৰৰ শীৰ্ষত উপনীত হ’বলৈ যিকোনো সীমা অতিক্ৰম কৰিব পাৰে এই ৪ৰাশিৰ ব্যক্তিয়ে

কেৰিয়াৰৰ শীৰ্ষত উপনীত হ’বলৈ যিকোনো সীমা অতিক্ৰম কৰিব পাৰে এই ৪ৰাশিৰ ব্যক্তিয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.