• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাকাশত সাতপাক ঘূৰি সাত জনমলৈ একেলগে থকাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হ’ব পাৰিব! মহাকাশত বিয়া কৰাবলৈ খৰচ কিমান?

মহাকাশত সাতপাক ঘূৰি সাত জনমলৈ একেলগে থকাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হ’ব পাৰিব! মহাকাশত বিয়া কৰাবলৈ খৰচ কিমান?

3 years ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

23 minutes ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

59 minutes ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

2 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

2 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

3 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

3 hours ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

5 hours ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

5 hours ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

6 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

7 hours ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

8 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মহাকাশত সাতপাক ঘূৰি সাত জনমলৈ একেলগে থকাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হ’ব পাৰিব! মহাকাশত বিয়া কৰাবলৈ খৰচ কিমান?

editor by editor
June 27, 2023
in জীৱনশৈলী, বিজ্ঞান, বিনোদন
0
মহাকাশত সাতপাক ঘূৰি সাত জনমলৈ একেলগে থকাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হ’ব পাৰিব! মহাকাশত বিয়া কৰাবলৈ খৰচ কিমান?
0
SHARES
847
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বৰ্তমান ডেষ্টিনেছন ৱেডিঙৰ জনপ্ৰিয়তা বৃদ্ধি হৈছে। পুৰণি ঘৰ, সমুদ্ৰৰ পাৰত, পাহাৰৰ চূড়াত, ফাৰ্ম হাউছত, বিশ্বৰ বিভিন্ন নামী দামী হোটেল বা পৰ্যটনস্থলত ডেষ্টিনেছন ৱেডিং বহুতেই কৰে। কিন্তু মহাকাশত বিয়া কৰাবলৈ মন মেলিলেও হয়তো সুবিধা নাই বাবে বহুতে এই কথা প্ৰকাশ নকৰে। কিন্তু এতিয়াৰে পৰা চিন্তাৰ কাৰণ নাই। অনায়াসেই আপোনাৰ সংগীৰ সৈতে সাতপাকত আৱদ্ধ হ’ব পাৰিব মহাকাশত। মহাকাশত বিবাহ কৰাবৰ বাবে বিশেষ যান তৈয়াৰ কৰিছে বিজ্ঞানীয়ে। আমেৰিকাৰ বিজ্ঞানীয়ে নিৰ্মাণ কৰি উলিয়াইছে বিশেষ যান। কাৰ্বন-নিউট্ৰেল বেলুনেৰে নিৰ্মিত যানত বহি মহাকাশত সাতপাকত বান্ধ খাব পাৰিব।

স্পেছ ৱেডিঙৰ দায়িত্ব কোন কোম্পানীয়ে লৈছে?
এই বিশেষ যান নিৰ্মাণ কৰি উলিয়াইছে মাৰ্কিন যুক্তৰাষ্ট্ৰ স্পেছ পাৰ্ছপেক্টিভ কোম্পানীয়ে। এটা কাৰ্বন-নিউট্ৰেল বেলুনত বহি, বতাহত ভাহি ভাহি মহাকাশ ভ্ৰমণ কৰাৰ ওপৰিও তাৰ পৰাই পৃথিৱীৰ দৃশ্য উপভোগ কৰি কৰি বিয়া কৰাব পাৰিব। সমস্ত ব্যৱস্থা কৰিছে সংশ্লিষ্ট সংস্থাটোৱেই।

মহাকাশত বিয়াৰ বাবে কেনেকৈ বুকিং কৰিব?
মহাকাশত গৈ বিয়া কৰাবৰ বাবে বৰ্তমানলৈ এহেজাৰ অগ্ৰিম টিকট বুকিং হৈছে। মহাকাশত বিবাহ কৰাবৰ বাবে বিশেষ পেকেজো আছে। ৬ঘণ্টীয়া পেকেজটোত আছে স্পেছচিপ নেপচুন ফ্লাইট যাত্ৰা। এই যাত্ৰাত অতিথিসকলক ১,০০,০০০ ফুট উচ্চতা পৰ্যন্ত লৈ যোৱা হব।

এখন আসনৰ বাবে দিব লাগিব ১কোটি টকা
মহাকাশত বিবাহৰ অভিজ্ঞতা লাভ কৰিবলৈ দম্পতিসকলে আগন্তুক বৰ্ষৰ বাবে টিকট বুকিঙ কৰিব লাগে। এই বুকিঙত এখন আসনৰ বাবে দিব লাগিব ১০,২৮৩,২৫০ টকা বা ১২৫,০০০ ডলাৰ।

কি কি সুবিধা থাকিব এই যানত?
মহাকাশযানখনত ৰিফ্ৰেছমেণ্টৰ সুবিধা দিয়া হ’ব। এই যানত থাকিব Wi-Fi, টয়লেটকে ধৰি সমূহ সা-সুবিধা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

October 5, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

October 5, 2026
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক
জীৱনশৈলী

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

October 5, 2026
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!
জীৱনশৈলী

Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

October 5, 2026
Next Post
কেৰিয়াৰৰ শীৰ্ষত উপনীত হ’বলৈ যিকোনো সীমা অতিক্ৰম কৰিব পাৰে এই ৪ৰাশিৰ ব্যক্তিয়ে

কেৰিয়াৰৰ শীৰ্ষত উপনীত হ’বলৈ যিকোনো সীমা অতিক্ৰম কৰিব পাৰে এই ৪ৰাশিৰ ব্যক্তিয়ে

প্রথমা পত্নীৰ মৃত্যুৱেহে কমেডিয়ান হিচাপে গঢ়ি তুলিলে ৰাজপাল যাদৱক! হাঁহিৰ আঁৰৰ অন্য এক ৰাজপাল যাদৱক আপুনি জানেনে?

প্রথমা পত্নীৰ মৃত্যুৱেহে কমেডিয়ান হিচাপে গঢ়ি তুলিলে ৰাজপাল যাদৱক! হাঁহিৰ আঁৰৰ অন্য এক ৰাজপাল যাদৱক আপুনি জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.