• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চীন যদি ডালে ডালে, ভাৰত কিন্তু পাতে পাতে! চীনৰ দৰে ভাৰতেও বিশ্বত মেলিছে টকা জাল

চীন যদি ডালে ডালে, ভাৰত কিন্তু পাতে পাতে! চীনৰ দৰে ভাৰতেও বিশ্বত মেলিছে টকা জাল

3 years ago
হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

13 hours ago
ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক

ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক

13 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

সপোনে মেলিব পোখা! কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য জানক

14 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

15 hours ago
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

হাইঠা মাটিত পৰিল! হঠাৎ কিয় ভাৰতৰ প্ৰতি নৰম হ’ল ড’নাল্ড ট্ৰাম্প?

15 hours ago
আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক

আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক

16 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

16 hours ago
কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

17 hours ago
অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

18 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, পূৰ্বে দিছিল নেকি পেট্ৰ’ল-ডিজেল সংকটৰ আগজাননী?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিসহ ৫ ৰাশিৰ হ’ব আৰ্থিক লাভ!

19 hours ago
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

19 hours ago
কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

চীন যদি ডালে ডালে, ভাৰত কিন্তু পাতে পাতে! চীনৰ দৰে ভাৰতেও বিশ্বত মেলিছে টকা জাল

editor by editor
July 9, 2023
in বাণিজ্য, বিশ্ব, ভাৰত
0
চীন যদি ডালে ডালে, ভাৰত কিন্তু পাতে পাতে! চীনৰ দৰে ভাৰতেও বিশ্বত মেলিছে টকা জাল
0
SHARES
789
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ চীন যদি ডালে ডালে ভাৰত তেন্তে পাতে পাতে৷ চীনৰ নীতি অনুসৰন কৰি বিশ্বত ভাৰতৰো টকাৰ জাল। কিন্তু সুদখোৰ চীনৰ দৰে ভাৰতে চলোৱা নাই ধাৰুৱা দেশক অত্যাচাৰ।

সততে দেশৰ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পায় যে ভাৰতে বিশ্ব বেংকৰ লগতে বিভিন্ন দেশৰ হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লোৱাৰ কথা। কিন্তু ভাৰতে বিশ্বৰ কিমান দেশক ঋণ বা ধাৰ দি ৰাখিছে সেই কথা আমি জানোনে? নিশ্চয় নাজানো। কিন্তু আজিৰ প্ৰতিবেদনত আমি আপোনালোকক তথ্য দিম ভাৰতে সমগ্ৰ বিশ্বত কিমান টকা ঋণ দি ৰাখিছে। যি ঋণৰ জড়িয়তে ভাৰতে সেই দেশসমূহৰ পৰা সুতৰ লগতে বিস্তাৰ কৰিছে নিজৰ সাম্ৰাজ্য। এইখিনিতে তুলনামূলকভাৱে যদি চোৱা যায় তেন্তে দেখা পোৱা যায় ২০২১-২০২২ বৰ্ষত সমগ্ৰ বিশ্বত চীনে ৪০ বিলিয়ন ডলাৰৰ ঋণ বিলাইছিল৷

য’ত চীনে পিছৰ পৰ্যায়ত সেই দেশমূহৰ পৰা বলপূৰ্ব ঋণৰ সৈতে সুত আদায়ৰ নামত কাঢ়ি লয় এটা পাছত আনটো ৰাজহুৱা সম্পত্তি। আৰু তাৰ জলন্ত উদাহৰণ হৈছে
শ্ৰীলংকা আৰু পাকিস্তান৷ কিন্তু এই ক্ষেত্ৰত ভাৰত বহু পৰিমাণে শিথিল। মানৱীয়তাৰ খাতিৰত সেই দেশ সমূহৰ পৰা ভাৰত কম সুতৰ হাৰ লোৱাৰ লগতে স্বাস্থ্য, শিক্ষা বা বাণিজ্যিক উন্নীতকৰণত বিশেষ সহায় কৰে সেই দেশসমূহক। ভাৰতে ঋণৰ জড়িয়তে সহায় কৰা তেনে কেইখনমান দেশ হৈছে টানজেনিয়া, ভিয়েটনাম, ফিলিপাইন আদি৷ এইখিনিতে জনাই থও যে ভাৰতে প্ৰথমবাৰৰ বাবে এটা IIT কেমপাছ সম্পসাৰণ কৰিব বহিঃৰাষ্ট্ৰত। IIT কেম্পাছ নিৰ্মাণ হ’ব লগা বিশেষ ৰাষ্ট্ৰখন হৈছে টানজেনিয়া।

চীনৰ সমানে সমানে ভাৰতে কিমান ঋণ বিলাইছে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰক? বিগত এটা দশকত ভাৰতে ৩২ বিলিয়ন ডলাৰ ঋণ বিলাইছে বিভিন্ন দেশক৷ ইয়াৰ ভিতৰত
এছিয়াৰ বহু কেইখন দেশক ভাৰতে ঋণ হিচাপে দিছে ১৭.১ বিলিয়ন ডলাৰ৷ আনহাতে আফ্ৰিকাৰ ৪৫খন দেশক ভাৰতে ঋণ বিলাই ১২ বিলিয়ন ডলাৰ৷ মধ্য এছিয়াত ঋণ বিলাইছে ১.৯ বিলিয়ন ডলাৰ৷ লেটিন আমেৰিকাত ঋণ বিলাইছে ০.৮ বিলিয়ন ডলাৰ৷

অৰ্থাৎ বিগত এটা দশকত ভাৰতে এই দেশসমূহৰ ভিতৰত প্ৰায় ৩২ বিলিয়ন ডলাৰ ঋণ বিলাইছে। পিছে চীনৰ বিপৰীতে ভাৰতৰ এই ঋণৰ পৰিমাণ তুলনামূলকভাৱে কম যদিও ভাৰতে চীনৰ দৰে তেজ সুহি খোৱা নাই সেই দেশসমূহক। যাৰ ফলত ভাৰতৰ বাবে সেই দেশসমূহ সদায়ে বন্ধুসলভ হোৱাৰ ওপৰিও বিভিন্ন ক্ষেত্ৰত ভাৰতৰ সৈ মাত মাতি আহিছে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?
বাণিজ্য

চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

July 25, 2026
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?
বিশ্ব

হাইঠা মাটিত পৰিল! হঠাৎ কিয় ভাৰতৰ প্ৰতি নৰম হ’ল ড’নাল্ড ট্ৰাম্প?

July 25, 2026
কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ
বাণিজ্য

কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

July 25, 2026
অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?
ভাৰত

অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

July 25, 2026
Next Post
১৭ জুলাইৰ পৰা এই ৩ ৰাশিয়ে কটাব সু-সময়! চাকৰিৰ লগতে ধন আহিব হাতলৈ

১৭ জুলাইৰ পৰা এই ৩ ৰাশিয়ে কটাব সু-সময়! চাকৰিৰ লগতে ধন আহিব হাতলৈ

অচিৰেই ৰাহুল গান্ধীৰ বিয়া! ৰাহুলে মেকানিকৰ সৈতে হোৱা বৰ্তালাপত জনালে বিবাহৰ কথা

অচিৰেই ৰাহুল গান্ধীৰ বিয়া! ৰাহুলে মেকানিকৰ সৈতে হোৱা বৰ্তালাপত জনালে বিবাহৰ কথা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.