• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চূড়ান্ত সুখৰ বাবে অন্যৰ ওপৰত নিৰ্ভৰশীল নহ’ব! ছালৰ সৌন্দৰ্য অটুত ৰখাৰ টিপছ দিলে আন্তৰাষ্ট্ৰীয় মডেলে

চূড়ান্ত সুখৰ বাবে অন্যৰ ওপৰত নিৰ্ভৰশীল নহ’ব! ছালৰ সৌন্দৰ্য অটুত ৰখাৰ টিপছ দিলে আন্তৰাষ্ট্ৰীয় মডেলে

3 years ago
ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

3 minutes ago
Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

1 hour ago
IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

1 hour ago
শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

2 hours ago
ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

3 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

4 hours ago
সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

5 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

6 hours ago
‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

15 hours ago
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

15 hours ago
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

16 hours ago
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চূড়ান্ত সুখৰ বাবে অন্যৰ ওপৰত নিৰ্ভৰশীল নহ’ব! ছালৰ সৌন্দৰ্য অটুত ৰখাৰ টিপছ দিলে আন্তৰাষ্ট্ৰীয় মডেলে

editor by editor
August 3, 2023
in জীৱনশৈলী
0
চূড়ান্ত সুখৰ বাবে অন্যৰ ওপৰত নিৰ্ভৰশীল নহ’ব! ছালৰ সৌন্দৰ্য অটুত ৰখাৰ টিপছ দিলে আন্তৰাষ্ট্ৰীয় মডেলে
0
SHARES
314
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সুন্দৰ ছাল পাব বিচাৰে? উপায় নিজৰ হাততেই আছে। এগৰাকী মডেলে দিছে ছাল সুন্দৰ কৰি ৰখাৰ কিটিপ। মডেলগৰাকীয়ে নিজৰ উদাহৰণ দি কৈছে, ‘দিনে ১২ বাৰ হস্তমৈথুন কৰিয়েই ছাল সুন্দৰ কৰি তুলিছো। বিজ্ঞাপনৰ দুনীয়াত সুন্দৰ ছাল খুবেই দৰকাৰ। আমি মডেলসকলে যিকোনো ধৰণৰ পোছাক পিন্ধি ৰেম্পত খোজ দিব লাগে। এনেকৈ খোজ দিওতে লাইটতেই নহয় তাত থকা কেমেৰাত উজ্জ্বল ছাল পৰিস্ফুত হোৱাটো খুবেই দৰকাৰী। প্ৰসাধনে কেৱল ওপৰোৱা সৌন্দৰ্যহে দিয়ে ভিতৰুৱা সৌন্দৰ্য মেকআপে দিব নোৱাৰে। সেয়ে এই উপায় অৱলম্বন কৰি আমি সৌন্দৰ্য অটুত ৰাখো।’

বজাৰত ছাল মসৃণ কৰিবলৈ বিভিন্ন সামগ্ৰী পোৱা যায়। কিন্তু ছালৰ প্ৰকৃত সৌন্দৰ্য ভিতৰৰ পৰাহে সৃষ্ট। মডেলগৰাকীৰ মতে যৌন তৃপ্তিয়েহে ছাল সুন্দৰ কৰি তোলে। ছাল মসৃণ কৰিবলৈ প্ৰসাধনৰ প্ৰয়োজনীয়তা নাই। আৰু এই সুখ লাভ কৰিবলৈ প্ৰতিসময়তে সংগ বিচাৰিও লাভ নাই। কাৰণ সকলো সময়তে এজন লোকে সংগী নাপাবও পাৰে। আন্দ্ৰেয়া ছনছাইন নামৰ মডেলগৰাকীয়ে জীৱনৰ ৫০টা বসন্ত অতিক্ৰম কৰিছে। বহুতৰে মতে বয়স বঢ়াৰ লগে লগে সৌন্দৰ্য কমি যায়। কিন্তু মডেল আন্দ্ৰেয়া আজিও আৱেদনময়ী এগৰাকী নাৰী। বহু সাক্ষাৎকাৰতেই তেওঁক এই সৌন্দৰ্যৰ আঁৰৰ ৰহস্যৰ বিষয়ে প্ৰশ্ন সোধা হয়। ৫৩ বছৰ বয়সত নাৰী আৱেদনময়ী নহয় বুলি কোৱা লোকসকলৰ মুখত যেন আন্দ্ৰেয়া নিজেই হৈ পৰিছে পূৰ্ণহতীয়া চৰ। আন্দ্ৰেয়াই এই সৌন্দৰ্যৰ কথা জনাবলৈ গৈ সাক্ষাৎকাৰত কৈছে যে, তেওঁ ৭২০ গৰাকী প্ৰেমিকৰ শয্যাসংগী হৈছে। যৌনসুখেই তেওঁৰ সৌন্দৰ্যৰ গোপন ৰহস্য। এইসমূহৰ ওপৰিও তেওঁৰ দাবী যে কেৱল এই সুখেই নহয়, ইয়াৰ জৰিয়তে মানসিক তৃপ্তিও পাব লাগিব। নিজে কেনেকৈ তৃপ্ত সেই কথা এগৰাকী ব্যক্তিয়ে নিজেহে জানে। সেয়ে অন্য সংগীৰ পৰা এই সুখ লোৱাতকৈ নিজকে নিজেই তৃপ্ত কৰিলেই প্ৰকৃত সুখ পোৱা যায়। তেওঁ জনাই যে তেওঁ দৈনিক ১২ বাৰ হস্তমৈথুন কৰে। তেওঁৰ এই সাক্ষাৎকাৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ লগে লগেই বহুতেই বিশেষ ভিডিঅ’টো শ্বেয়াৰ কৰা পৰিলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?
জীৱনশৈলী

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

September 30, 2026
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে
জীৱনশৈলী

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

September 30, 2026
সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ
জীৱনশৈলী

সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

September 30, 2026
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন
জীৱনশৈলী

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

September 30, 2026
Next Post
‘৪৫ বছৰ ধৰি সংসাৰ কৰিছো, এদিনো মূৰ গৰম কৰা নাই, আপুনিও খং নকৰিব!’ মণিপুৰ প্ৰসংগক লৈ বিৰোধীক উত্তাল নহ’বলৈ আহ্বান উপৰাষ্ট্ৰপতি জগদীশ ধনখেড়ৰ

'৪৫ বছৰ ধৰি সংসাৰ কৰিছো, এদিনো মূৰ গৰম কৰা নাই, আপুনিও খং নকৰিব!’ মণিপুৰ প্ৰসংগক লৈ বিৰোধীক উত্তাল নহ’বলৈ আহ্বান উপৰাষ্ট্ৰপতি জগদীশ ধনখেড়ৰ

বিশ্বকাপৰ বাবে সাজু ভাৰতৰ এই বিশেষ ষ্টেডিয়াম, নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতে এই ষ্টেডিয়ামতেই খেলিব বিশেষ মেচ

বিশ্বকাপৰ বাবে সাজু ভাৰতৰ এই বিশেষ ষ্টেডিয়াম, নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতে এই ষ্টেডিয়ামতেই খেলিব বিশেষ মেচ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.