• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘৪৫ বছৰ ধৰি সংসাৰ কৰিছো, এদিনো মূৰ গৰম কৰা নাই, আপুনিও খং নকৰিব!’ মণিপুৰ প্ৰসংগক লৈ বিৰোধীক উত্তাল নহ’বলৈ আহ্বান উপৰাষ্ট্ৰপতি জগদীশ ধনখেড়ৰ

‘৪৫ বছৰ ধৰি সংসাৰ কৰিছো, এদিনো মূৰ গৰম কৰা নাই, আপুনিও খং নকৰিব!’ মণিপুৰ প্ৰসংগক লৈ বিৰোধীক উত্তাল নহ’বলৈ আহ্বান উপৰাষ্ট্ৰপতি জগদীশ ধনখেড়ৰ

3 years ago
জুবিন গাৰ্গৰ শত্ৰু কোন? জুবিন ঘটনাক লৈ মুখ খোলাৰ সাহস নহ’ল প্ৰৱাসী অসমীয়া তন্ময়ৰ

জুবিন গাৰ্গৰ শত্ৰু কোন? জুবিন ঘটনাক লৈ মুখ খোলাৰ সাহস নহ’ল প্ৰৱাসী অসমীয়া তন্ময়ৰ

6 minutes ago
বন্ধ হ’ব ১.৫ কোটি ৰেচন কাৰ্ড, শীঘ্ৰে হওক সাৱধান!

বন্ধ হ’ব ১.৫ কোটি ৰেচন কাৰ্ড, শীঘ্ৰে হওক সাৱধান!

30 minutes ago
কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

48 minutes ago
বৈভৱ সূৰ্যবংশীয়ে ৰচিলে ইতিহাস, ‘Time100 Next’ তালিকাত নাম অন্তৰ্ভুক্ত

বৈভৱ সূৰ্যবংশীয়ে ৰচিলে ইতিহাস, ‘Time100 Next’ তালিকাত নাম অন্তৰ্ভুক্ত

1 hour ago
সাৱধান! বিদ্যালয়ৰ প্ৰস্ৰাৱগাৰত ছাত্ৰীৰ ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ চেষ্টা লম্পটৰ

সাৱধান! বিদ্যালয়ৰ প্ৰস্ৰাৱগাৰত ছাত্ৰীৰ ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ চেষ্টা লম্পটৰ

1 hour ago
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী, ক’লে ৩ টা ভয়ংকৰ সত্য!

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী, ক’লে ৩ টা ভয়ংকৰ সত্য!

2 hours ago
ডিয়ৰনেছ ভাট্টা ৬৫%? আগষ্ট মাহৰ মুদ্ৰাস্ফীতিৰ তথ্যৰ পিছত কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা পাব বৃদ্ধি!

ডিয়ৰনেছ ভাট্টা ৬৫%? আগষ্ট মাহৰ মুদ্ৰাস্ফীতিৰ তথ্যৰ পিছত কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা পাব বৃদ্ধি!

3 hours ago
নৱৰাত্ৰিৰ ঘট স্থাপনৰ শুভ মুহূৰ্ত কেতিয়া? পূজাত ভুল কৰিলে বিপদ আপোনাৰ!

নৱৰাত্ৰিৰ ঘট স্থাপনৰ শুভ মুহূৰ্ত কেতিয়া? পূজাত ভুল কৰিলে বিপদ আপোনাৰ!

5 hours ago
কোনখন চৰকাৰী আঁচনিয়ে দিয়ে অধিক লাভ? PPF, সুকন্যা সমৃদ্ধি আঁচনি নে জ্যেষ্ঠ নাগৰিক আঁচনি

কোনখন চৰকাৰী আঁচনিয়ে দিয়ে অধিক লাভ? PPF, সুকন্যা সমৃদ্ধি আঁচনি নে জ্যেষ্ঠ নাগৰিক আঁচনি

5 hours ago
১ অক্টোবৰ ২০২৬: এই ৫ ৰাশিৰ ওপৰত থাকিব গ্ৰহ-নক্ষত্ৰৰ বিশেষ কৃপা!

১ অক্টোবৰ ২০২৬: এই ৫ ৰাশিৰ ওপৰত থাকিব গ্ৰহ-নক্ষত্ৰৰ বিশেষ কৃপা!

6 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

কোন ৰাশিৰ দিনটো হ’ব শুভ? জানক আপোনাৰ আজিৰ ভাগ্য

6 hours ago
মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

ঘৰত পঁইতাচোৰাৰ ত্ৰাস? ঘৰুৱা উপায় অৱলম্বণ কৰি কৰক নাইকীয়া

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home উত্তৰ-পূব

‘৪৫ বছৰ ধৰি সংসাৰ কৰিছো, এদিনো মূৰ গৰম কৰা নাই, আপুনিও খং নকৰিব!’ মণিপুৰ প্ৰসংগক লৈ বিৰোধীক উত্তাল নহ’বলৈ আহ্বান উপৰাষ্ট্ৰপতি জগদীশ ধনখেড়ৰ

editor by editor
August 3, 2023
in উত্তৰ-পূব, ভাৰত, ৰাজনীতি
0
‘৪৫ বছৰ ধৰি সংসাৰ কৰিছো, এদিনো মূৰ গৰম কৰা নাই, আপুনিও খং নকৰিব!’ মণিপুৰ প্ৰসংগক লৈ বিৰোধীক উত্তাল নহ’বলৈ আহ্বান উপৰাষ্ট্ৰপতি জগদীশ ধনখেড়ৰ
0
SHARES
376
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ‘৪৫ বছৰ ধৰি সংসাৰ কৰিছো, এদিনো মূৰ গৰম কৰা নাই। আপুনিও খং নকৰিব।’ মণিপুৰৰ ঘটনাক লৈ ৰাজ্যসভাৰ চলা তৰ্ক-বিতৰ্কৰ মাজতেই এই মন্তব্য কৰিছে উপৰাষ্ট্ৰপতি জগদীশ ধনখেড়ে। ৰাজ্যসভাৰ বিৰোধী দলনেতা মল্লিকাৰ্জূন খৰ্গেক মূৰ ঠাণ্ডা কৰিবলৈ পৰামৰ্শ দিছে উপৰাষ্ট্ৰপতি ধনখেড়ে। উপৰাষ্ট্ৰপতি ধনখেড়ক আকৌ কংগ্ৰেছ সভাপতি মল্লিকাৰ্জূন খৰ্গেই কয়, ‘ধনখেড়ে খং কৰিলেও প্ৰকাশ্যে নেদেখুৱাই মই দেখুৱাই দিও।’ দুই ৰাজনীতিবিদৰ এই কথোপকথনে হাঁহিৰ খোৰাক দিছে সকলো সাংসদকেই।

মণিপুৰক লৈ আলোচনাৰ দাবীত বৰ্ষাকালীন অধিবেশন উত্তপ্ত হৈ কৰি তুলিছে বিৰোধীয়ে। বৃহস্পতিবাৰে বিৰোধী সাংসদে মণিপুৰৰ প্ৰসংগত আলোচনা কৰিবলৈ জোৰ কৰাৰ সময়তেই এই বাকযুদ্ধ চলে দুই ৰাজনীতিকৰ মাজত। ২৬৭ ধাৰাৰ অধীনত মণিপুৰক লৈ আলোচনা কৰিবলৈ প্ৰস্তাৱ অনা হৈছে। এই ধাৰা অনুযায়ী অন্যান্য সমস্ত বিষয় বাদ দি এই বিষয়েই আলোচনা হ’ব লাগিব বুলিও মন্তব্য কৰিছে বিৰোধীয়ে। এই উত্তপ্ত সদনতেই উপৰাষ্ট্ৰপতি ধনখেড়ে কয়, ২৬৭ৰ সলনি ১৭৬ ধাৰাত মণিপুৰক লৈ আলোচনা হ’ব পাৰে।
অৰ্থাৎ খুবেই সংক্ষিপ্ত আলোচনা হ’ব সদনত। উপৰাষ্ট্ৰপতিয়ে এই মন্তব্য কৰাৰ পাছতেই পুনৰ উত্তপ্ত হৈ পৰিছে ৰাজ্যসভা।

এই উত্তপ্ত পৰিবেশৰ মাজতেই খৰ্গেই কয়, ‘আমি বিচাৰিছিলো ২৬৭ ধাৰাত মণিপুৰক লৈ আলোচনা হওক। বিস্তাৰিতভাৱে এই আলোচনা হোৱাটো আমি বিচাৰিছিলো। পূৰ্বেও আমি বিষয়টোক লৈ আপোনাক অনুৰোধ জনাইছিলো। আমাৰ অনুৰোধ শুনি আপুনি মনে মনে খং কৰিছিল।’ কংগ্ৰেছ সভাপতিৰ এই কথা শুনি হাঁহি দিছিল উপস্থিত থকা প্ৰায় প্ৰতিজন সাংসদেই। মল্লিকাৰ্জুন খৰ্গেৰ এই মন্তব্য শুনি নিজেও হাঁহিছিল উপৰাষ্ট্ৰপতি ধনখেড়ে।

লগে লগেই ধনখেড়েও এই কথাৰ প্ৰত্তুত্ত্যৰ দি কয়, ‘৪৫ বছৰতকেও অধিক হ’ব মোৰ বৈবাহিক জীৱনৰ। কিন্তু মই কেতিয়াও এনেকৈ খং কৰা নাই। আৰ চিদাম্বৰমৰ দৰে আইনজীৱী ইয়াত উপস্থিত আছে। তেওঁলোকে জানে, আইনজীৱীসকলে কাহানিও প্ৰকাশ্যে খং নকৰে। আপুনিও নকৰিব।’ এই কথাতেই আকৌ মল্লিকাৰ্জূন খৰ্গেই কয়, ‘আপুনিও খং কৰে কিন্তু প্ৰকাশ্যে নকৰে।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’
ৰাজনীতি

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

September 29, 2026
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি
বিশ্ব

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

September 29, 2026
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ
ভাৰত

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

September 29, 2026
২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!
ভাৰত

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

September 29, 2026
Next Post
বিশ্বকাপৰ বাবে সাজু ভাৰতৰ এই বিশেষ ষ্টেডিয়াম, নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতে এই ষ্টেডিয়ামতেই খেলিব বিশেষ মেচ

বিশ্বকাপৰ বাবে সাজু ভাৰতৰ এই বিশেষ ষ্টেডিয়াম, নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতে এই ষ্টেডিয়ামতেই খেলিব বিশেষ মেচ

অফাৰেই অফাৰ, কোনটো গ্ৰহণ কৰিব? চিনেমাত অফাৰ পোৱাৰ পাছতেই আহিল চাকৰিৰো প্ৰস্তাৱ, দৰমহা ৫০ হাজাৰ, কোনটো প্ৰস্তাৱ গ্ৰহণ কৰিব সীমাই?

অফাৰেই অফাৰ, কোনটো গ্ৰহণ কৰিব? চিনেমাত অফাৰ পোৱাৰ পাছতেই আহিল চাকৰিৰো প্ৰস্তাৱ, দৰমহা ৫০ হাজাৰ, কোনটো প্ৰস্তাৱ গ্ৰহণ কৰিব সীমাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.