• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জুলাই মাহৰ শেষৰ ১৫ দিনতেই ঘূৰিব এইকেইটা ৰাশিৰ ভাগ্য, হাতলৈ আহিব প্ৰচুৰ পৰিমানৰ ধন

জুলাই মাহৰ শেষৰ ১৫ দিনতেই ঘূৰিব এইকেইটা ৰাশিৰ ভাগ্য, হাতলৈ আহিব প্ৰচুৰ পৰিমানৰ ধন

3 years ago
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

7 minutes ago
আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

37 minutes ago
বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

2 hours ago
বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

3 hours ago
দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

4 hours ago
Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

4 hours ago
কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

13 hours ago
নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

13 hours ago
পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

14 hours ago
কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

15 hours ago
হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

16 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জুলাই মাহৰ শেষৰ ১৫ দিনতেই ঘূৰিব এইকেইটা ৰাশিৰ ভাগ্য, হাতলৈ আহিব প্ৰচুৰ পৰিমানৰ ধন

editor by editor
July 16, 2023
in জীৱনশৈলী, বিবিধ
0
জুলাই মাহৰ শেষৰ ১৫ দিনতেই ঘূৰিব এইকেইটা ৰাশিৰ ভাগ্য, হাতলৈ আহিব প্ৰচুৰ পৰিমানৰ ধন
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জুলাই মাহৰ শেষৰ ১৫দিন কেইটামান ৰাশিৰ লোকৰ বাবে গুৰুত্বপূৰ্ণ। শাওন মাহো যিহেতু আৰম্ভ হ’ব। শেষ ১৫ দিনত গ্ৰহৰ পৰিবৰ্তন ঘটিব। ৰাশি সালসলনি কৰাব সূৰ্য আৰু বুধে। ৰাশিৰ সালসলনিৰ ফল সমস্ত ৰাশিৰ ওপৰতেই পৰিব। জ্যোতিষ গণনা অনুসৰি গ্ৰহগতিৰ পৰিবৰ্তনৰ কাৰণে জুলাই মাহত শেষ ১৫দিনত কিছু ৰাশিৰ জাতকে আনন্দৰ দিন কটাব। এই সময়ত বহু দুখ আঁতৰ হ’ব কেইটামান ৰাশিৰ। ইয়াৰোপৰি এওঁলোকে কিছু সু-সংবাদ পাব পাৰে। জুলাইৰ এই ১৫ দিন কোন কোন ৰাশিৰ বাবে ভাল?

মেষ ৰাশি

জ্যোতিষ গণনা অনুসৰি জুলাই মাহৰ শেষ ১৫দিন মেষ ৰাশিৰ জাতকৰ বাবে ধন লাভৰ যোগ। ইয়াৰোপৰি সমাজত যশ আৰু কীৰ্তি লাভ কৰিব পাৰে। ঋণত দিয়া ধন ওভতাই পাব এই ৰাশিৰ জাতকে। পৈতৃক সম্পত্তি লাভ কৰিব পাৰে। ইয়াৰোপৰি কোনো নতুন পৰিকল্পনা থাকিলে ভাৱিচিন্তি সিদ্ধান্ত ল’ব অন্যথা লোকচানৰ সন্মুখীন হ’ব।

বৃষ ৰাশি
৩১ জুলাই পৰ্যন্ত বৃষ ৰাশিৰ জাতকসকলৰ সময় অত্যন্ত ভাল। সন্তানৰ পঢ়া শুনা ভাল হ’ব। এই ৰাশিৰ জাতকসকলে ব্যৱসায়ত বিস্তাৰ সাধন কৰিব পাৰিব। চাকৰিত নতুন দায়িত্ব লাভ কৰিব পাৰিব এই ৰাশিৰ জাতকে। ঘৰত কোনো মাংগলিক বা শুভ অনুষ্ঠানক আয়োজন হ’ব পাৰে। এই সময়ত পুৰণা বন্ধুক লগ পোৱাৰ সম্ভাৱনা আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24best news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?
জীৱনশৈলী

১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

March 30, 2026
আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!
বাণিজ্য

আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

March 30, 2026
বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী
ক্ৰীড়া

বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

March 30, 2026
বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ
জীৱনশৈলী

বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

March 30, 2026
Next Post
দেশৰ ১২ কোটি কৃষকৰ একাউণ্টত পোনপটীয়াকৈ সোমাব ধন, কাৰ কাৰ একাউণ্টত সোমাব এই ধন?

দেশৰ ১২ কোটি কৃষকৰ একাউণ্টত পোনপটীয়াকৈ সোমাব ধন, কাৰ কাৰ একাউণ্টত সোমাব এই ধন?

বিবাহৰ বাবেই আহিছিল দৰা-কইনা, পিছে কইনা নিব নোৱাৰিলে দৰাই, ঘটনাটো কি?

বিবাহৰ বাবেই আহিছিল দৰা-কইনা, পিছে কইনা নিব নোৱাৰিলে দৰাই, ঘটনাটো কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.