• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিবাহৰ বাবেই আহিছিল দৰা-কইনা, পিছে কইনা নিব নোৱাৰিলে দৰাই, ঘটনাটো কি?

বিবাহৰ বাবেই আহিছিল দৰা-কইনা, পিছে কইনা নিব নোৱাৰিলে দৰাই, ঘটনাটো কি?

3 years ago
আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

27 minutes ago
সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

1 hour ago
কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

2 hours ago
ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

3 hours ago
এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

3 hours ago
আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

4 hours ago
ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান

ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান

4 hours ago
E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

5 hours ago
ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

6 hours ago
বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা

বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা

7 hours ago
আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

8 hours ago
এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বিবাহৰ বাবেই আহিছিল দৰা-কইনা, পিছে কইনা নিব নোৱাৰিলে দৰাই, ঘটনাটো কি?

editor by editor
July 16, 2023
in অসম, জীৱনশৈলী
0
বিবাহৰ বাবেই আহিছিল দৰা-কইনা, পিছে কইনা নিব নোৱাৰিলে দৰাই, ঘটনাটো কি?
0
SHARES
3.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বকোত বাতিল হ’ল এখন বিবাহ৷ কিন্তু কিয় জানেনে? পঞ্জীয়কৰ অনুপস্থিতিৰ বাবে বাতিল হ’ল বিবাহখন৷ কইনা অবিহনেই উভতিল বৰপেটাৰ দৰা৷ বকো টেপেচীয়াৰ কইনা ঘৰত নিশাই লাগিল হাহাকাৰ৷ আৰ্থিক দীনতাৰ বাবে কইনাঘৰীয়াই বকোৰ উপ-পঞ্জীয়ক আৰু বিবাহ বিষয়াৰ কাৰ্যালয়তে আয়োজন কৰিছিল বিয়াখন৷ দৰাঘৰক আপ্যায়নৰ বাবে কইনাঘৰীয়াই আয়োজন কৰিছিল অভ্যৰ্থনাৰো৷ কিন্তু ভৱামতে নহ’লগৈ৷ বিয়াখনত উপস্থিত নাথাকিল পঞ্জীয়ক অমিত হাড়ী৷ চৰকাৰী বিষয়াৰ কাণ্ডজ্ঞানহীনতাৰ বাবে অথন্তৰ লাগিল বিবাহ অনুষ্ঠানত৷ ৩ মাহ পূৰ্বে অনলাইনযোগে নিশ্চিত কৰিছিল বিবাহৰ দিন৷

প্ৰাপ্ত খৱৰ অনুসৰি প্ৰায় শনিবাৰে নিশা ১১ বজাত বকোস্থিত উপ-পঞ্জীয়ক ও বিবাহ বিষয়াৰ কাৰ্যালয়ত এখন শুভ-বিবাহৰ বাবে উপস্থিত হৈছিল বৰপেটাৰ দৰা সহিতে আত্মীয়। ইফালে সময় মতে উপস্থিত হৈছিল কইনাপক্ষ। দুয়োটা পৰিয়ালৰ সন্মতিত সম্পন্ন হোৱাৰ কথা আছিল বিবাহখন। পূৰ্বে দিন-বাৰ ঠিক কৰি প্ৰায় তিনিমাহ আগত অনলাইন যোগে বিবাহৰ বাবে আবেদন কৰা হৈছিল। কিন্তু আনন্দ-উল্লাসৰ মাজতে হঠাৎ দুয়োপক্ষলৈ বেয়া খৱৰ। সম্পন্ন নহয় বিবাহ। বকোস্থিত উপ-পঞ্জীয়ক আৰু বিবাহ কাৰ্যালয়ৰ পঞ্জীয়ক অমিত হাড়ীৰ অনুপস্থিতিৰ বাবে সম্পন্ন নহ’ল বিবাহ কাৰ্য। বকো টেপছিয়াৰ কইনা ঘৰৰ আৰ্থিক দৈন্যতাৰ বাবে অনুস্থুপীয়াকৈ পঞ্জীয়কৰ কাৰ্যালয়ত আয়োজন কৰা হৈছিল বিবাহখন। অৱশেষত বকোৰ কইনা নিনিয়াকৈয়েই উভটিল বৰপেটাৰ দৰা। ইফালে কইনা ঘৰত দৰাপক্ষক আপ্যায়নৰ বাবে আয়োজন কৰা হৈছিল যদিও সকলোতে লাগিল অথন্তৰ। চৰকাৰী বিষয়াৰ কাণ্ডজ্ঞানহীন ঘটনাৰ বাবে সম্পন্ন নহ’ল এই বিবাহখন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব
জীৱনশৈলী

এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

July 10, 2026
আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ
জীৱনশৈলী

আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

July 10, 2026
ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান
জীৱনশৈলী

ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান

July 10, 2026
বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা
জীৱনশৈলী

বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা

July 10, 2026
Next Post
সীমাৰ পূৰ্বৰ স্বামী পৰিয়ালে হিন্দু সীমাক নিবিচাৰে! এতিয়া আৰু পাকিস্তানলৈ ওভতি যোৱাৰ কথা কোনো কাৰণতে সীমাই ভাৱিব নালাগে বুলি জনালে সীমাৰ পাক পতি গোলাম হাইদৰে

সীমাৰ পূৰ্বৰ স্বামী পৰিয়ালে হিন্দু সীমাক নিবিচাৰে! এতিয়া আৰু পাকিস্তানলৈ ওভতি যোৱাৰ কথা কোনো কাৰণতে সীমাই ভাৱিব নালাগে বুলি জনালে সীমাৰ পাক পতি গোলাম হাইদৰে

লাখে লাখে লোক বেকাৰ হৈ পৰিছে! ৩৫বছৰ হ’লেই চাকৰি যায় চীনৰ যুৱকৰ, কিয় অভিশপ্ত বুলি ধৰা হয় এই বয়সক?

লাখে লাখে লোক বেকাৰ হৈ পৰিছে! ৩৫বছৰ হ’লেই চাকৰি যায় চীনৰ যুৱকৰ, কিয় অভিশপ্ত বুলি ধৰা হয় এই বয়সক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.