• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জুলাই মাহৰ শেষৰ ১৫ দিনতেই ঘূৰিব এইকেইটা ৰাশিৰ ভাগ্য, হাতলৈ আহিব প্ৰচুৰ পৰিমানৰ ধন

জুলাই মাহৰ শেষৰ ১৫ দিনতেই ঘূৰিব এইকেইটা ৰাশিৰ ভাগ্য, হাতলৈ আহিব প্ৰচুৰ পৰিমানৰ ধন

3 years ago
‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

44 minutes ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

আজি সোণ ক্ৰয় কৰিলে হ’ব লাভজনক? গুৱাহাটীত কিমান হৈছে সোণ-ৰূপৰ মূল্য জানক

1 hour ago
আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

2 hours ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ এই অংশত তিল থকা মানে সৌভাগ্যৱানৰ লক্ষণ, জানক

3 hours ago
২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

20 hours ago
LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

20 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৩ ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হ’ব ভাগ্য উদয় জানক

21 hours ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

দশম-দ্বাদশ পাছৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

22 hours ago
দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

23 hours ago
Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

23 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

বুধৰ পশ্চাদগামী গতিয়ে ধনী কৰিব আপোনাক, ৪ ৰাশিৰ ধন্য হ’ব জীৱন!

24 hours ago
কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জুলাই মাহৰ শেষৰ ১৫ দিনতেই ঘূৰিব এইকেইটা ৰাশিৰ ভাগ্য, হাতলৈ আহিব প্ৰচুৰ পৰিমানৰ ধন

editor by editor
July 16, 2023
in জীৱনশৈলী, বিবিধ
0
জুলাই মাহৰ শেষৰ ১৫ দিনতেই ঘূৰিব এইকেইটা ৰাশিৰ ভাগ্য, হাতলৈ আহিব প্ৰচুৰ পৰিমানৰ ধন
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জুলাই মাহৰ শেষৰ ১৫দিন কেইটামান ৰাশিৰ লোকৰ বাবে গুৰুত্বপূৰ্ণ। শাওন মাহো যিহেতু আৰম্ভ হ’ব। শেষ ১৫ দিনত গ্ৰহৰ পৰিবৰ্তন ঘটিব। ৰাশি সালসলনি কৰাব সূৰ্য আৰু বুধে। ৰাশিৰ সালসলনিৰ ফল সমস্ত ৰাশিৰ ওপৰতেই পৰিব। জ্যোতিষ গণনা অনুসৰি গ্ৰহগতিৰ পৰিবৰ্তনৰ কাৰণে জুলাই মাহত শেষ ১৫দিনত কিছু ৰাশিৰ জাতকে আনন্দৰ দিন কটাব। এই সময়ত বহু দুখ আঁতৰ হ’ব কেইটামান ৰাশিৰ। ইয়াৰোপৰি এওঁলোকে কিছু সু-সংবাদ পাব পাৰে। জুলাইৰ এই ১৫ দিন কোন কোন ৰাশিৰ বাবে ভাল?

মেষ ৰাশি

জ্যোতিষ গণনা অনুসৰি জুলাই মাহৰ শেষ ১৫দিন মেষ ৰাশিৰ জাতকৰ বাবে ধন লাভৰ যোগ। ইয়াৰোপৰি সমাজত যশ আৰু কীৰ্তি লাভ কৰিব পাৰে। ঋণত দিয়া ধন ওভতাই পাব এই ৰাশিৰ জাতকে। পৈতৃক সম্পত্তি লাভ কৰিব পাৰে। ইয়াৰোপৰি কোনো নতুন পৰিকল্পনা থাকিলে ভাৱিচিন্তি সিদ্ধান্ত ল’ব অন্যথা লোকচানৰ সন্মুখীন হ’ব।

বৃষ ৰাশি
৩১ জুলাই পৰ্যন্ত বৃষ ৰাশিৰ জাতকসকলৰ সময় অত্যন্ত ভাল। সন্তানৰ পঢ়া শুনা ভাল হ’ব। এই ৰাশিৰ জাতকসকলে ব্যৱসায়ত বিস্তাৰ সাধন কৰিব পাৰিব। চাকৰিত নতুন দায়িত্ব লাভ কৰিব পাৰিব এই ৰাশিৰ জাতকে। ঘৰত কোনো মাংগলিক বা শুভ অনুষ্ঠানক আয়োজন হ’ব পাৰে। এই সময়ত পুৰণা বন্ধুক লগ পোৱাৰ সম্ভাৱনা আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24best news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ
অসম

‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

October 20, 2026
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক
বাণিজ্য

আজি সোণ ক্ৰয় কৰিলে হ’ব লাভজনক? গুৱাহাটীত কিমান হৈছে সোণ-ৰূপৰ মূল্য জানক

October 20, 2026
আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!
বিশ্ব

আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

October 20, 2026
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?
জীৱনশৈলী

শৰীৰৰ এই অংশত তিল থকা মানে সৌভাগ্যৱানৰ লক্ষণ, জানক

October 20, 2026
Next Post
দেশৰ ১২ কোটি কৃষকৰ একাউণ্টত পোনপটীয়াকৈ সোমাব ধন, কাৰ কাৰ একাউণ্টত সোমাব এই ধন?

দেশৰ ১২ কোটি কৃষকৰ একাউণ্টত পোনপটীয়াকৈ সোমাব ধন, কাৰ কাৰ একাউণ্টত সোমাব এই ধন?

বিবাহৰ বাবেই আহিছিল দৰা-কইনা, পিছে কইনা নিব নোৱাৰিলে দৰাই, ঘটনাটো কি?

বিবাহৰ বাবেই আহিছিল দৰা-কইনা, পিছে কইনা নিব নোৱাৰিলে দৰাই, ঘটনাটো কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.