টীম ইণ্ডিয়াৰ খাদ্য তালিকাত গো-মাংস! চিকেন, পর্ক, ক’কৰ লগতে ভজা গো-মাংস। ৰেষ্টুৰেণ্টৰ বিলক লৈ সর্বত্ৰ চর্চা। ৰেষ্টুৰেণ্টত খাবলৈ গৈ আইচ’লেচনত ভাৰতীয় ৫ ক্ৰিকেটাৰ।