• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

4 weeks ago
১২ বছৰৰ মূৰত কুম্ভমেলা অনুষ্ঠিত হয়, কিন্তু ২০২৫ৰ পাছত আকৌ ২০২৭ত কুম্ভমেলাৰ আয়োজন কিয়?

১২ বছৰৰ মূৰত কুম্ভমেলা অনুষ্ঠিত হয়, কিন্তু ২০২৫ৰ পাছত আকৌ ২০২৭ত কুম্ভমেলাৰ আয়োজন কিয়?

10 hours ago
প্ৰতিদিনে ৩০০ টকাৰ SIP নে মাহে ৯ হাজাৰ SIP? আপোনাৰ বাবে কোনটো বেছি লাভজনক?

প্ৰতিদিনে ৩০০ টকাৰ SIP নে মাহে ৯ হাজাৰ SIP? আপোনাৰ বাবে কোনটো বেছি লাভজনক?

10 hours ago
PNBৰ ৪৪৪ দিনৰ FDত ২.৫ লাখ টকা জমা কৰাৰ কথা ভাৱিছে? ১ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

PNBৰ ৪৪৪ দিনৰ FDত ২.৫ লাখ টকা জমা কৰাৰ কথা ভাৱিছে? ১ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

11 hours ago
৫ বছৰৰ ফিক্সড ডিপোজিটত ২০ লাখ বিনিয়োগঃ SBIনে HDFC কোন বেংকত মুনাফা বেছি?

৫ বছৰৰ ফিক্সড ডিপোজিটত ২০ লাখ বিনিয়োগঃ SBIনে HDFC কোন বেংকত মুনাফা বেছি?

12 hours ago
শৰীৰত শ্ৰী কৃষ্ণৰ শৰীৰত থকা এইকেইটা চিহ্ন আছে নেকি? আপোনাৰ ওপৰতো শ্ৰী কৃষ্ণৰ কৃপা আছে

শৰীৰত শ্ৰী কৃষ্ণৰ শৰীৰত থকা এইকেইটা চিহ্ন আছে নেকি? আপোনাৰ ওপৰতো শ্ৰী কৃষ্ণৰ কৃপা আছে

12 hours ago
জীৱনত ভাল সময় অহাৰ পূৰ্বেই আহে এই ৫সংকেত, জানিব উপচি পৰিব সুখ সৌভাগ্য

জীৱনত ভাল সময় অহাৰ পূৰ্বেই আহে এই ৫সংকেত, জানিব উপচি পৰিব সুখ সৌভাগ্য

13 hours ago
৩০ এপ্ৰিল পৰ্যন্ত মঙ্গল বুধৰ বিশেষ যুঁটি, বাম্পাৰ ইনকাম হ’ব ৪ ৰাশিৰ

৩০ এপ্ৰিল পৰ্যন্ত মঙ্গল বুধৰ বিশেষ যুঁটি, বাম্পাৰ ইনকাম হ’ব ৪ ৰাশিৰ

13 hours ago
বুধবাৰৰ লাকী ৰাশিঃ বুধবাৰে গণেশৰ কৃপা থাকিব এই ৫ৰাশিত

বুধবাৰৰ লাকী ৰাশিঃ বুধবাৰে গণেশৰ কৃপা থাকিব এই ৫ৰাশিত

14 hours ago
ভাৰতত এলক’হলেৰে চলিব বাহন! পেট্ৰল থাকিব মাত্ৰ ১৫শতাংশহে, নতুন প্ৰস্তাৱ অনাৰ পথত কেন্দ্ৰীয় চৰকাৰ

ভাৰতত এলক’হলেৰে চলিব বাহন! পেট্ৰল থাকিব মাত্ৰ ১৫শতাংশহে, নতুন প্ৰস্তাৱ অনাৰ পথত কেন্দ্ৰীয় চৰকাৰ

15 hours ago
জন টাৰ্নাছ কোন? টিম কুকে নিজেই দায়িত্ব এৰি জন টাৰ্নাছৰ কান্ধত কিয় তুলি দিলে এপলৰ দায়িত্ব?

জন টাৰ্নাছ কোন? টিম কুকে নিজেই দায়িত্ব এৰি জন টাৰ্নাছৰ কান্ধত কিয় তুলি দিলে এপলৰ দায়িত্ব?

16 hours ago
ভাৰতৰ পৰা আমদানী কৰা ৬৩ টকাতকৈ অধিক মূল্যৰ সামগ্ৰীৰ ওপৰত নেপালে আৰোপ পৰিলে শুল্ক, ভাৰতীয় বাণিজ্যত পৰিব নেকি প্ৰভাৱ?

ভাৰতৰ পৰা আমদানী কৰা ৬৩ টকাতকৈ অধিক মূল্যৰ সামগ্ৰীৰ ওপৰত নেপালে আৰোপ পৰিলে শুল্ক, ভাৰতীয় বাণিজ্যত পৰিব নেকি প্ৰভাৱ?

16 hours ago
একে ঘৰলৈ আহিছে সূৰ্য-বুধ, বুধাদিত্য ৰাজযোগত এপ্ৰিলৰ শেষৰ পৰা অৰ্থ-ক্ষমতা-প্ৰতিপত্তি লাভ ৪ৰাশিৰ

একে ঘৰলৈ আহিছে সূৰ্য-বুধ, বুধাদিত্য ৰাজযোগত এপ্ৰিলৰ শেষৰ পৰা অৰ্থ-ক্ষমতা-প্ৰতিপত্তি লাভ ৪ৰাশিৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

editor by editor
March 28, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?
0
SHARES
293
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সনাতন ধৰ্মত গৰুড় পুৰাণক ১৮টা মহাপুৰাণৰ অন্যতম হিচাপে গণ্য কৰা হয়৷ এই পুৰাণত মৃত্যু আৰু মৃত্যুৰ পৰবৰ্তী জীৱনৰ বিষয়ে বিশদ আলোচনা কৰা হৈছে৷ মূলত ভগৱান বিষ্ণু আৰু তেওঁৰ বাহন গৰুড়ৰ মাজত হোৱা এক বিশেষ সংলাপৰ ওপৰত ভিত্তি কৰি এই গ্ৰন্থ ৰচিত৷ কোৱা হয় যিয়ে গৰুড় পুৰাণৰ উপদেশত জীৱনত প্ৰয়োগ কৰিলে তেওঁ জীৱনৰ নানান পৰিস্থিতিত সুখী আৰু সমৃদ্ধ থাকিব পাৰিব৷ বহুতৰ ওচৰত অৰ্থ, জ্ঞান আৰু সম্পদ থকা সত্ত্বেও এটা সময়ত জীৱনত অৱনতি ঘটে৷ গৰুড় পুৰাণ অনুসৰি মানুহৰ কিছু ভুল অভ্যাসেই ইয়াৰ বাবে দায়ী৷ গৰুড় পুৰাণত মানুহৰ কোন ৪ ভুল অভ্যাসক অৱনতিৰ কাৰণ হিচাপে বাখ্যা কৰা হৈছে জানেনে?

অপৰিচ্ছন্নতা

গৰুড় পুৰাণ অনুসৰি যিসকলে নিজৰ শৰীৰ আৰু পৰিবেশ পৰিষ্কাৰ নাৰাখে, তেওঁৰ জীৱনলৈ দাৰিদ্ৰ নামি আহে৷ শাস্ত্ৰত উল্লেখ আছে যে মা লক্ষ্মীয়ে সেই স্থানতেই বাস কৰে য’চ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজায় ৰখা হয়৷ সেয়ে প্ৰতিদিনে স্নান কৰা আৰু ঘৰ পৰিবেশ পৰিষ্কাৰ ৰখা অত্যন্ত জৰুৰী৷ কেৱল অৰ্থৰ ক্ষতিয়েই নহয়, সমাজত সন্মানো কমি যায়৷

বিদ্যা চৰ্চা বন্ধ কৰক

কেৱল জ্ঞান অৰ্জন কৰিলেই নহয়, সেয়া নিয়মিত চৰ্চাৰ মাধ্যমেৰেও ধৰি ৰখাও গুৰুত্বপূৰ্ণ৷ গৰুড় পুৰাণত কোৱা হৈছে যিসকলে নিয়মিত অনুশীলন নকৰে তেওঁলোকৰ জ্ঞান ধীৰে ধীৰে কমি যায়৷ অনুশীলত অবিহনে বিদ্যা নষ্ট হয়৷ সেয়ে সকলো সময়ত শিকাৰ অভ্যাস বজায় ৰখা উচিত৷

অনিয়মিত আৰু অস্বাস্থ্যকৰ খাদ্যভ্যাষ

শাস্ত্ৰমতে সুস্থ শৰীৰেই মানুহৰ সকলোতকৈ ডাঙৰ সম্পদ৷ কিন্তু আধুনিক জীৱনযাত্ৰাত বহুতেই খাদ্যভ্যাষক অৱহেলা কৰিব৷ গৰুড় পুৰাণত কোৱা হৈছে ভুল খাদ্যভ্যাষে ধীৰে ধীৰে শৰীৰ আৰু সম্পদৰ ক্ষতি কৰে৷ অধিকাংশ ৰোগৰ মূল কাৰণেই অসামঞ্জস্যপূৰ্ণ খাদ্য৷ সেয়ে সকলো সময়তে সুষম আৰু সহজপাচ্য খাদ্য খোৱা উচিত৷

অন্যৰ নিন্দা

গৰুড় পুৰাণ অনুসৰি বন্ধু অমূল্য ৰত্নৰ দৰে৷ কিন্তু বন্ধুৰ গোপন কথা অন্যৰ আগত গোৱা বা নিন্দা কৰাই সম্পৰ্ক নষ্ট কৰি দিয়ে৷ ইয়াৰ ফলত বিশ্বাস ভাঙি যায় আৰু বন্ধুত্ব ধীৰে ধীৰে শেষ হৈ যায়৷ সেয়ে সম্পৰ্ক বজায় ৰাখিবলৈ হলে কেতিয়াবা কেতিয়াবা কাৰোবাৰ গোপন কথা প্ৰকাশ কৰা উচিত নহয়৷ এনে কাম যিসকলে কৰে তেওঁলোকৰ বন্ধু নাথাকে৷ সেয়ে বিপদত পৰিলে কাকো কাষত নাপায় এনেধৰণৰ লোকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১২ বছৰৰ মূৰত কুম্ভমেলা অনুষ্ঠিত হয়, কিন্তু ২০২৫ৰ পাছত আকৌ ২০২৭ত কুম্ভমেলাৰ আয়োজন কিয়?
জীৱনশৈলী

১২ বছৰৰ মূৰত কুম্ভমেলা অনুষ্ঠিত হয়, কিন্তু ২০২৫ৰ পাছত আকৌ ২০২৭ত কুম্ভমেলাৰ আয়োজন কিয়?

April 21, 2026
প্ৰতিদিনে ৩০০ টকাৰ SIP নে মাহে ৯ হাজাৰ SIP? আপোনাৰ বাবে কোনটো বেছি লাভজনক?
জীৱনশৈলী

প্ৰতিদিনে ৩০০ টকাৰ SIP নে মাহে ৯ হাজাৰ SIP? আপোনাৰ বাবে কোনটো বেছি লাভজনক?

April 21, 2026
PNBৰ ৪৪৪ দিনৰ FDত ২.৫ লাখ টকা জমা কৰাৰ কথা ভাৱিছে? ১ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?
জীৱনশৈলী

PNBৰ ৪৪৪ দিনৰ FDত ২.৫ লাখ টকা জমা কৰাৰ কথা ভাৱিছে? ১ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

April 21, 2026
৫ বছৰৰ ফিক্সড ডিপোজিটত ২০ লাখ বিনিয়োগঃ SBIনে HDFC কোন বেংকত মুনাফা বেছি?
জীৱনশৈলী

৫ বছৰৰ ফিক্সড ডিপোজিটত ২০ লাখ বিনিয়োগঃ SBIনে HDFC কোন বেংকত মুনাফা বেছি?

April 21, 2026
Next Post
বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.