এতিয়াৰে পৰা ডিজিটেল মিডিয়াৰ নাথাকিব অবাধ স্বাধীনতা৷ ডিজিটেল মিডিয়া, নিউজ প’ৰ্টেল নিয়ন্ত্ৰিত হোৱাৰ পথত চৰকাৰী নীতি-নিৰ্দেশনাৰে৷