• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তেওঁ সদায়েই মোৰ প্ৰিয়ঃ  EX বিপাশাক ১৬বছৰৰ পাছতো পাহৰিব পৰা নাই ডিন’ মৰিয়াই…

তেওঁ সদায়েই মোৰ প্ৰিয়ঃ EX বিপাশাক ১৬বছৰৰ পাছতো পাহৰিব পৰা নাই ডিন’ মৰিয়াই…

2 years ago
হাজাৰ হাজাৰ যুৱতীৰ হৃদয় ভাঙি থালাপতি বিজয়ে কেনেকৈ বিচাৰি পাইছিল জীৱন লগৰী?

হাজাৰ হাজাৰ যুৱতীৰ হৃদয় ভাঙি থালাপতি বিজয়ে কেনেকৈ বিচাৰি পাইছিল জীৱন লগৰী?

1 hour ago
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

2 hours ago
‘গৌৰৱ গগৈৰ নেতৃত্বত বিধ্বস্ত কংগ্ৰেছ!’ সলনি হ’ব নেকি অসম কংগ্ৰেছৰ সভাপতি?

‘গৌৰৱ গগৈৰ নেতৃত্বত বিধ্বস্ত কংগ্ৰেছ!’ সলনি হ’ব নেকি অসম কংগ্ৰেছৰ সভাপতি?

2 hours ago
ৰীল লাইফৰ নহয়, ৰিয়েল লাইফৰো হিৰো বিজয়! কাইলৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কৰিব শপত গ্ৰহণ

ৰীল লাইফৰ নহয়, ৰিয়েল লাইফৰো হিৰো বিজয়! কাইলৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কৰিব শপত গ্ৰহণ

3 hours ago
আকোঁৰগোজ মমতা, বৰ্খাস্তৰ পিছতো ক’ব খোজে নিজকে বংগৰ ৰাণী বুলি!

আকোঁৰগোজ মমতা, বৰ্খাস্তৰ পিছতো ক’ব খোজে নিজকে বংগৰ ৰাণী বুলি!

3 hours ago
ভাৰতীয় কৰ্মচাৰীহে পছন্দ ডুবাইৰ বুৰ্জ খালিফাৰ মালিকৰ! ভাইৰেল অদ্ভুত মন্তব্য

ভাৰতীয় কৰ্মচাৰীহে পছন্দ ডুবাইৰ বুৰ্জ খালিফাৰ মালিকৰ! ভাইৰেল অদ্ভুত মন্তব্য

4 hours ago
বক্স অফিচত Bhooth Bangla-ই অৰ্জন কৰে ২০০ কোটি, কিন্তু বিতৰ্কত প্ৰডাকচন কোম্পানী

বক্স অফিচত Bhooth Bangla-ই অৰ্জন কৰে ২০০ কোটি, কিন্তু বিতৰ্কত প্ৰডাকচন কোম্পানী

4 hours ago
বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকৰ ‘মণি বৌ’ খ্যাত পাপৰি বৰাৰ ক্ষোভ, কোনে লগালে জগৰ?

বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকৰ ‘মণি বৌ’ খ্যাত পাপৰি বৰাৰ ক্ষোভ, কোনে লগালে জগৰ?

6 hours ago
দামী প্ৰসাধন সামগ্ৰী এৰক, এই ঘৰুৱা পদ্ধতিয়ে আঁতৰাব মুখৰ দাগ!

দামী প্ৰসাধন সামগ্ৰী এৰক, এই ঘৰুৱা পদ্ধতিয়ে আঁতৰাব মুখৰ দাগ!

7 hours ago
পুৰণি সামগ্ৰী নকৰিব ক্ৰয়, কঢ়িয়াই আনিব দুৰ্ভাগ্য!

পুৰণি সামগ্ৰী নকৰিব ক্ৰয়, কঢ়িয়াই আনিব দুৰ্ভাগ্য!

7 hours ago
ভগৱানে বচাব নোৱাৰিলে, লগাই দিয়া হ’ল আইনা, আপুনিও নকৰিব কামটো!

ভগৱানে বচাব নোৱাৰিলে, লগাই দিয়া হ’ল আইনা, আপুনিও নকৰিব কামটো!

8 hours ago
মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?

মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

তেওঁ সদায়েই মোৰ প্ৰিয়ঃ EX বিপাশাক ১৬বছৰৰ পাছতো পাহৰিব পৰা নাই ডিন’ মৰিয়াই…

পুনৰ চৰ্চাত বিপাশা-ডিন' মৰিয়াৰ পুৰণি প্ৰেম

editor by editor
December 30, 2023
in বিনোদন
0
তেওঁ সদায়েই মোৰ প্ৰিয়ঃ  EX বিপাশাক ১৬বছৰৰ পাছতো পাহৰিব পৰা নাই ডিন’ মৰিয়াই…
0
SHARES
528
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ ৯০দশকত দেশৰ প্ৰতিষ্ঠিত মডেল সকলৰ ভিতৰত এগৰাকী উল্লেখযোগ্য মডেল আছিল ডিন মৰিয়া।  ১৯৯৯চনত প্যাৰ মে কভি কভি নামৰ ছবিখনৰ জৰিয়তে বলিউদত প্ৰৱেশ কৰিছিল ডিন মৰিয়াই।  ২০০২চনত ৰিলীজ হোৱা চিনেমা ৰাজ ছবিখনৰ জৰিয়তেহে অভিনেতাগৰাকীক সকলোৱে চিনি পাইছিল। এই ছবিখনত অভিনেতাগৰাকীৰ বিপৰীতে অভিনয় কৰিছিল বিপাশা বসুয়ে। দুয়োৰে কেমেষ্ট্ৰীক দৰ্শকে ধুনীয়াকৈ আদৰি লৈছিল।

এই চিনেমাখনৰ পাছতে দুয়োগৰাকী প্ৰেমত পৰিছিল। প্ৰায় ৫বছৰ ধৰি দুয়ো প্ৰেমৰ সম্পৰ্কত আছিল। কিন্তু এক বিশেষ পৰিস্থিতিত পৰি দুয়োৰে মাজত ব্ৰেকআপ হৈছিল। ব্ৰেকআপ হোৱা ১৬বছৰৰ পাছতো ডিন মৰিয়াই পাহৰিব পৰা নাই বিপাশা বসুক। শেহতীয়াকৈ এক বিশেষ সাক্ষাতকাৰত অভিনেতাগৰাকীয়ে বিপাশা বসুক আটাইতকৈ প্ৰিয় অভিনেত্ৰী বুলি মত প্ৰকাশ কৰে।

ডিন মৰিয়াই কয় যে, বিপাশা বসু মোৰ আটাইতকৈ প্ৰিয় অভিনেত্ৰী আছিল আৰু আগলৈও থাকিব। তেওঁ মোৰ প্ৰায়কেইখন ছবিতে কাম কৰিছিল। মই তেওঁৰ সৈতে কাম কৰি যথেষ্ট সুখী অনুভৱ কৰো। আৰু আগলৈও যদি সুবিধা পাও, মই তেওঁৰ সৈতে কাম কৰিবলৈ ভাল পাম।”

উল্লেখ কৰা প্ৰয়োজন যে, ২০০২চনত ডিন মৰিয়া আৰু বিপাশা বসুৰ অভিনীত ছবি ৰাজ ছবিখনে সেই বছৰটোত সৰ্বাধিক উপাৰ্জনকাৰী ছবি আছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বক্স অফিচত Bhooth Bangla-ই অৰ্জন কৰে ২০০ কোটি, কিন্তু বিতৰ্কত প্ৰডাকচন কোম্পানী
বিনোদন

বক্স অফিচত Bhooth Bangla-ই অৰ্জন কৰে ২০০ কোটি, কিন্তু বিতৰ্কত প্ৰডাকচন কোম্পানী

May 8, 2026
বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকৰ ‘মণি বৌ’ খ্যাত পাপৰি বৰাৰ ক্ষোভ, কোনে লগালে জগৰ?
বিনোদন

বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকৰ ‘মণি বৌ’ খ্যাত পাপৰি বৰাৰ ক্ষোভ, কোনে লগালে জগৰ?

May 8, 2026
অসমৰ সাঁতোৰবিদৰ কৃতিত্ব অৰ্জন, প্ৰত্যাহ্বান নেওচি অতিক্ৰম কৰে পাল্ক ষ্ট্ৰেইট
বিনোদন

অসমৰ সাঁতোৰবিদৰ কৃতিত্ব অৰ্জন, প্ৰত্যাহ্বান নেওচি অতিক্ৰম কৰে পাল্ক ষ্ট্ৰেইট

May 7, 2026
৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!
বিনোদন

৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!

May 7, 2026
Next Post
শান্তি চুক্তিত একোৱেই নাইঃ কেতিয়াবা এইখন হিমন্ত বিশ্ব শৰ্মাই লিখি দিয়া যেন লাগে…

শান্তি চুক্তিত একোৱেই নাইঃ কেতিয়াবা এইখন হিমন্ত বিশ্ব শৰ্মাই লিখি দিয়া যেন লাগে...

আপোনালৈ সকাহঃ ১০টকাকৈ কমিব পে’ট্ৰল-ডিজেলৰ দাম…

আপোনালৈ সকাহঃ ১০টকাকৈ কমিব পে'ট্ৰল-ডিজেলৰ দাম...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.