• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দায়িত্বজ্ঞানহীন নেকি অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ হোষ্টেল কৰ্তৃপক্ষ?

দায়িত্বজ্ঞানহীন নেকি অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ হোষ্টেল কৰ্তৃপক্ষ?

3 years ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

16 hours ago
পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

16 hours ago
‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

17 hours ago
অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

17 hours ago
এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

18 hours ago
শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

18 hours ago
ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

19 hours ago
পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

21 hours ago
ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

21 hours ago
যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

22 hours ago
আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

22 hours ago
মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

দায়িত্বজ্ঞানহীন নেকি অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ হোষ্টেল কৰ্তৃপক্ষ?

editor by editor
May 29, 2023
in অসম, গুৱাহাটী
0
দায়িত্বজ্ঞানহীন নেকি অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ হোষ্টেল কৰ্তৃপক্ষ?
0
SHARES
889
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ
গুৱাহাটীঃ গুৱাহাটীৰ মাজমজিয়াত সংঘটিত হোৱা এক ভয়াৱহ পথ দুৰ্ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে। মহানগৰীৰ জালুকবাৰীত ৭ জনকৈ প্ৰচুৰ সম্ভাৱনাময় যুৱকে উক্ত পথ দুৰ্ঘটনাটিত থিতাতে প্ৰাণ হেৰুৱায়।

উল্লেখ্য যে, দেওবাৰে নিশা প্ৰায় ১ বজাত এ এচ ০১ এফ কে ৯৬০৫ নম্বৰৰ স্কৰপিঅ’ বাহনখনত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ১০ জনকৈ যুৱক চানডুবিৰ পৰা উভতি আহি আছিল। উভতি আহি থকাৰ সময়তেই বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে ডিভাইদাৰত খুন্দা মাৰে আৰু পৰৱৰ্তী সময়ত আনটো দিশত থকা এ এচ ০১ জি চি ৮৮২৯ নম্ৱৰৰ ব’লেৰ’ পিক আপ ভানখনত খুন্দা মাৰে।

এই দুৰ্ঘটনাৰ প্ৰাবল্য ইমানেই গুৰুতৰ আছিল যে, স্কৰপিঅ’খনত থকা ৭ জনকৈ যুৱক দুৰ্ঘটনাস্থলীতেই থিতাতে নিহত হৈছিল আৰু আন তিনিজনক পৰৱৰ্তী সময়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় । অন্যহাতে, বলেৰ’ পিকআপ ভানখনত থকা চালক আৰু হেন্ডিমেনসহ আন ৩ জনকৈ লোক এপোলো হাস্পাতালত চিকিত্সাধীন অৱস্থাত আছে।

এইখিনিতে এটা প্ৰশ্ন উত্থাপিত হৈছে যে হোষ্টেলত ছাত্ৰ-ছাত্ৰী কিমান নিৰাপদ? হোষ্টেল কতৃপক্ষ কিমান দায়বদ্ধ হোষ্টেলত থকা ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাক লৈ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digital
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন
অসম

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

September 23, 2026
বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ
অসম

বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

September 22, 2026
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!
অসম

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

September 22, 2026
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ
অসম

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

September 21, 2026
Next Post
আজি অনুষ্ঠিত হ’ব নেকি আই পি এলৰ ফাইনেল খেল? কি কয় বতৰ বিজ্ঞান সংস্থাৰ কাৰ্য্যালয়ে?

আজি অনুষ্ঠিত হ'ব নেকি আই পি এলৰ ফাইনেল খেল? কি কয় বতৰ বিজ্ঞান সংস্থাৰ কাৰ্য্যালয়ে?

পাচলি কেঁচাকৈ খায় নেকি? তেন্তে এতিয়াৰে পৰা নাখাব

পাচলি কেঁচাকৈ খায় নেকি? তেন্তে এতিয়াৰে পৰা নাখাব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.