• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি

দেশত নতুন শিক্ষা নীতি

6 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

3 days ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

3 days ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

3 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

3 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

3 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

3 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

3 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

3 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

3 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

4 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

4 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

4 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, February 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home শিক্ষা

দেশত নতুন শিক্ষা নীতি

নাথাকিব মেট্ৰিক, স্নাতক হ’ব ৪ বছৰীয়া, নাথাকিব MPhil

editor by editor
July 30, 2020
in শিক্ষা
0
0
SHARES
179
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সমগ্ৰ দেশৰ শিক্ষা ব্যৱস্থা আমূল পৰিৱৰ্তনৰ দিশে। একবিংশ শতিকাত খাপ খোৱাকৈ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত কেন্দ্ৰৰ অনুমোদন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাপতিত্বত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ এখন বৈঠকত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত অনুমোদন জনায়। বৈঠকৰ পাছতে মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ নিশাংক পোখৰিয়াল আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাৱড়েকাৰে এই বিষয়ত ঘোষণা আগবঢ়ায়।

  • ৩৪ বছৰৰ পাছত দেশত নতুন শিক্ষা নীতি।
  • মানৱ সম্পদ উন্নয়ন মন্ত্ৰ্যালয়ৰ নাম সলনি হৈ হ’ব শিক্ষা মন্ত্ৰ্যালয়।
  • ২০২১ৰ পৰা নতুন মূল্যায়ন ব্যৱস্থা।
  • ২০৩০ৰ ভিতৰত সম্পূৰ্ণ কাৰ্যকৰী হ’ব নতুন শিক্ষা নীতি।
  • 10+2 বাতিল কৰি প্ৰৱৰ্তন হ’ব 5+3+3+4 পদ্ধতি।
  • নাথাকিব মেট্ৰিক পৰীক্ষা।
  • নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈ ৮টা ছেমিষ্টাৰ।
  • পঞ্চম আৰু অষ্টম শ্ৰেণীত হ’ব ব’ৰ্ডৰ পৰীক্ষা।
  • পঞ্চম শ্ৰেণীপৰ্যন্ত মাতৃভাষা অথবা আঞ্চলিক ভাষাত শিক্ষা বাধ্যতামূলক।
  • অষ্টম শ্ৰেণীপৰ্যন্ত ঐচ্ছিক বিষয় হ’ব মাতৃভাষা অথবা আঞ্চলিক ভাষা।
  • দশম শ্ৰেণীৰ পাছত কলা, বিজ্ঞান, বাণিজ্য বিভাগৰ পাৰ্থক্য নাথাকিব।
  • পদাৰ্থ বিদ্যাৰ শিক্ষাৰ্থীয়ে পঢ়িব পাৰিব সংগীত, ফেশ্বন ডিজাইনিং ইত্যাদি।
  • ষষ্ঠ শ্ৰেণীৰ পৰাই কাৰিকৰী শিক্ষাৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত হ’ব।
  • স্নাতক পাঠ্যক্ৰম ৩ৰ পৰা ৪ বছৰীয়া হ’ব।
  • বিদেশী শিক্ষানুষ্ঠানৰ বাবে মুকলি হ’ল দুৱাৰ।
  • ১০০ খন বিদেশী বিশ্ববিদ্যালয়ক ভাৰতত চৌহদ স্থাপনৰ অনুমতি।
  • মুঠ ঘৰুৱা উৎপাদনৰ ৫ শতাংশ ব্যয় হ’ব শিক্ষাত।
  • ২০৩০ চনৰ ভিতৰত প্ৰতিখন জিলাত হ’ব এখন বৃহৎ প্ৰতিষ্ঠান।
  • ২০৪০ চনৰ ভিতৰত সকলো উচ্চ শিক্ষানুষ্ঠান হ’ব বহুস্তৰীয়া।
  • নতুন শিক্ষাবৰ্ষ ছেপ্টেম্বৰ-অক্টোবৰৰ পৰা আৰম্ভ হ’ব।
  • প্ৰধানতঃ ক’ৰোনা সংক্ৰমণৰ বাবেই এই সিদ্ধান্ত।
  • স্নাতকোত্তৰ শিক্ষা ব্যৱস্থাতো ব্যাপক পৰিৱৰ্তন।
  • এবছৰীয়া স্নাতকোত্তৰ পৰীক্ষাৰ পাছতো কৰিব পাৰিব PhD
  • বিলুপ্ত হ’ব MPhil
  • আমেৰিকাৰ ‘নেচনেল ছায়েন্স ফাউণ্ডেচন’ৰ আধাৰত হ’ব ‘নেচনেল ৰিচাৰ্ছ ফাউণ্ডেচন’।
  • উচ্চ শিক্ষাৰ নিয়ন্ত্ৰক হিচাপে থকা UGC, AICTE, NATIONAL CONCERN FOR TEACHER EDUCATIONৰ সলনি হ’ব এক নিয়ন্ত্ৰক সংস্থা।
  • পাৰদৰ্শিতাৰ ভিত্তিত ৪৫ হাজাৰ মহাবিদ্যালয়ক দিয়া হ’ব অধিক স্বায়ত্ত শাসন।
  • Ed পাঠ্যক্ৰম হ’ব ৪ বছৰীয়া।
  • নতুন শিক্ষা ব্যৱস্থাত থাকিব ২২টা ভাষা, অডিঅ’ পাঠ্যক্ৰম।
  • শিক্ষানুষ্ঠানসমূহে আদায় কৰিব নোৱাৰিব অতিৰিক্ত মাচুল।
  • কেন্দ্ৰীয় চৰকাৰৰ নিয়ন অনুসৰি প্ৰস্তুত হ’ব দৰমহাৰ গাঁথনি।
  • আঞ্চলিক ভাষাতো থাকিব ই-পাঠ্যক্ৰমৰ ব্যৱস্থা।
  • CBSEৰ সমগ্ৰ পাঠ্যক্ৰম থাকিব দুটা ভাষাত।
  • প্ৰতিটো বিষয়ৰ পৰীক্ষা হ’ব সংক্ষিপ্ত, বৰ্ণনামূলক প্ৰশ্নৰ ওপৰত।
  • নিজ পচন্দ অনুসৰি শিক্ষাৰ্থীয়ে ল’ব পাৰিব মেজৰ, সাধাৰণ বিষয়।
  • ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰ’ৰ প্ৰাক্তন মুৰব্বী কস্তুৰীৰংগনৰ নেতৃত্বত গঠিত সমিতিৰ প্ৰতিবেদনৰ ভিত্তিতেই গ্ৰহণ কৰা হৈছে এইসমূহ ব্যৱস্থা। এই ব্যৱস্থাৰ অধীনত
  • বিদেশী বিশ্ববিদ্যালয়ৰ বাবেও ভাৰতত দুৱাৰ মুকলি।
  • বিশ্বৰ শীৰ্ষ ১০০ বিশ্ববিদ্যালয়ক ভাৰতত চৌহদ স্থাপনৰ অনুমতি দিয়া হ’ব।
  • ভাৰতীয় বিশ্ববিদ্যালয়েও বিদেশত স্থাপন কৰিব পাৰিব চৌহদ।
  • আই আই টিৰ দৰে অভিযান্ত্ৰিক প্ৰতিষ্ঠানসমূহে কলা বিষয়ৰ অধিক পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰিব লাগিব, কলা বিষয়ৰ ছাত্ৰ-ছাত্ৰীয়েও অধিক বিজ্ঞান শিক্ষাৰ অৱকাশ পাব।
  • সকলো উচ্চ শিক্ষা প্ৰতিষ্ঠানত ভাষা, সাহিত্য, সংগীত, দৰ্শন, ভাষাতত্ত্ব, কলা, নৃত্য, থিয়েটাৰ, শিক্ষা, গণিত, পৰিসংখ্যা, বিশুদ্ধ আৰু প্ৰায়োগিক বিজ্ঞান, সমাজতত্ত্ব, অৰ্থনীতি, ক্ৰীড়া, অনুবাদ আদি বিভাগ স্থাপন কৰিব লাগিব বা ইতিমধ্যে থকাসমূহত শক্তিশালী কৰিব লাগিব।
  • একাডেমিক বেংক অব্ ক্ৰেডিট (এ বি চি) স্থাপন কৰা হ’ব, য’ত সংৰক্ষিত থাকিব শিক্ষাৰ্থীয়ে লাভ কৰা নম্বৰৰ সবিশেষ।
  • বৰ্তমানৰ ডিম্ড টু-বি-ইউনিভাৰ্ছিটী, এফিলিয়েটিং ইউনিভাৰ্ছিটী, এফিলিয়েটিং টেকনিকেল ইউনিভাৰ্ছিটী, ইউনিটাৰী ইউনিভাৰ্ছিটী আদি অভিধা প্ৰত্যাহাৰ কৰি অকল ইউনিভাৰ্ছিটী বা বিশ্ববিদ্যালয় কৰা হ’ব।
  • ১৫ বছৰৰ ভিতৰত ‘এফিলিয়েটিং কলেজ’ ব্যৱস্থা পৰ্যাক্ৰমে বিলোপ হ’ব।
  • এক শাখাৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহ বহু শাখাৰ (stream) প্ৰতিষ্ঠানলৈ পৰিৱৰ্তন ঘটোৱা হ’ব। প্ৰতিখনতে ৩,০০০ বা অধিক শিক্ষাৰ্থীক শিক্ষা প্ৰদান কৰা হ’ব। ২০৩০ চনৰ ভিতৰত প্ৰতিখন জিলাতে এখনকৈ বহু শাখাযুক্ত কলেজ স্থাপন কৰা হ’ব।
  • দেশৰ ৪৫ হাজাৰ কলেজে এক্ৰেডিয়েচনৰ ভিত্তিত অধিক শৈক্ষিক, প্ৰশাসনিক আৰু বিত্তীয় স্বতন্ত্ৰতা লাভ কৰিব।
  • ত্ৰি-ভাষিক সূত্ৰত সংস্কৃতক গুৰুত্ব দিয়া হ’ব। সংস্কৃত বিশ্ববিদ্যালয়সমূহত অন্য বিষয় অন্তৰ্ভুক্ত কৰা হ’ব।
  • বিদেশী ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰা প্ৰতিখন উচ্চ শিক্ষা প্ৰতিষ্ঠানত ইণ্টাৰনেচনেল ষ্টুডেণ্ট অফিচ খোলা হ’ব।
  • দেশত এক ৰাষ্ট্ৰীয় গৱেষণা প্ৰতিষ্ঠান (এন আৰ এফ) স্থাপন কৰা হ’ব।
  • দেশত গঠন কৰা হ’ব এক ‘হায়াৰ এডুকেচন কমিছন অব্ ইণ্ডিয়া’ (এইচ ই চি আই)।
  • সকলো কলেজত নামভৰ্তিৰ একক প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: CBSEministry of education
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঝাড়ু লৈ ৰাস্তা চাফা কৰিবলৈ সদায়ে ওলায় ৮৮ বছৰীয়া প্ৰাক্তন IPS অফিচাৰ, অৱশেষত পালে পদ্মশ্ৰী
জীৱনশৈলী

ঝাড়ু লৈ ৰাস্তা চাফা কৰিবলৈ সদায়ে ওলায় ৮৮ বছৰীয়া প্ৰাক্তন IPS অফিচাৰ, অৱশেষত পালে পদ্মশ্ৰী

January 26, 2026
ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধবিৰতিৰ আলোচনা আৰম্ভ! ১১৭৭ দিন যুদ্ধ চলাৰ পাছত প্ৰথমবাৰ যুদ্ধবিৰতিৰ দিশত ৰাছিয়া-ইউক্ৰেইন
বিবিধ

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধবিৰতিৰ আলোচনা আৰম্ভ! ১১৭৭ দিন যুদ্ধ চলাৰ পাছত প্ৰথমবাৰ যুদ্ধবিৰতিৰ দিশত ৰাছিয়া-ইউক্ৰেইন

May 16, 2025
প্ৰথমজন বৌদ্ধ ধৰ্মাৱলম্বী, দ্বিতীয়জন দলিত মুখ্য ন্যায়াধীশ পালে দেশে, থোৰতে জানি থওক ভি আৰ গাভাইৰ পৰিচয়
ভাৰত

প্ৰথমজন বৌদ্ধ ধৰ্মাৱলম্বী, দ্বিতীয়জন দলিত মুখ্য ন্যায়াধীশ পালে দেশে, থোৰতে জানি থওক ভি আৰ গাভাইৰ পৰিচয়

May 14, 2025
পাকিস্তানৰ সৈতে কথা হ’লে সন্ত্ৰাসবাদক লৈয়েই কথা হব৷ পাকিস্তানৰ সৈতে এইবাৰ কথা হ’লে পাক অধিকৃত কাশ্মীৰক লৈয়েই হ’ব৷ আজি বুদ্ধপূৰ্ণিমা, শান্তিৰ পথো যুদ্ধৰেই মুকলি হয়ঃ PM মোদী
জীৱনশৈলী

পাকিস্তানৰ সৈতে কথা হ’লে সন্ত্ৰাসবাদক লৈয়েই কথা হব৷ পাকিস্তানৰ সৈতে এইবাৰ কথা হ’লে পাক অধিকৃত কাশ্মীৰক লৈয়েই হ’ব৷ আজি বুদ্ধপূৰ্ণিমা, শান্তিৰ পথো যুদ্ধৰেই মুকলি হয়ঃ PM মোদী

May 12, 2025
Next Post
শিক্ষা ব‍্যৱস্থাক গেৰুৱাকৰণ কৰিব নতুন শিক্ষানীতিয়েঃ SMSSৰ অভিযোগ

শিক্ষা ব‍্যৱস্থাক গেৰুৱাকৰণ কৰিব নতুন শিক্ষানীতিয়েঃ SMSSৰ অভিযোগ

বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ অন্য এক ৰূপ

বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ অন্য এক ৰূপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.